SEBA Class 9 Maths solution in Assamese । Class 9 Maths Chapter 1। NCERT Solutions for Class 9 Maths Chapter 1 Number Systems (Assamese Medium)

NCERT Solutions for Class 9 Maths Chapter 1 Number systems (Assamese Medium) Ex1.2  SEBA Class 9 Maths solution in Assamese

      1.  তলৰ উক্তি বিলাক সত্য নে অসত্য উল্লেখ কৰা । তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা।

    (i)   প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা ।

    উত্তৰ: উক্তিটো সত্য  কাৰণ বাস্তৱ সংখ্যাৰ সংগ্ৰটোত পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ সোমাই আছে ।

  (ii) সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱেই  √m  আৰ্হিৰ m এটা স্বাভাৱিক সংখ্যা ।

    উত্তৰ: উক্তিটো অসত্য কাৰণ কোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হব নোৱাৰে।

   (iii)  প্ৰতিটো স্বাতৱ সংখ্যাই এটা পৰিমেয় সংখ্যা ।

  উত্তৰ: উক্তিটো অসত্য  কাৰণ প্ৰতিটো বাস্তৱ সংখ্যাই  এটা পৰিমেয় সংখ্যা নহয় । উদাহৰণ স্বৰূপে 2 এটা বাস্তৱ সংখ্যা । কিন্ত ই এটা অপৰিমেয় সংখ্যা নহয় ।

     2. সকলো ধণাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা নে ? যদি নহয়তেনেহলে এটা পৰিমেয়   সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা ।



 উত্তৰ: সকলো ধণাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় । উদাহৰণ স্বৰুপে 4 = 2   এটা পৰিমেয় সংখ্যা 

         3. সংখ্যাৰেখাত কিদৰে  √5 ক সূচিত কৰিব পাৰি দেখুওৱা ।

        সমাধান:


      নিন্দিষ্ট এটা বিন্দু ৰ পৰা 1 একক দুৰত্বত এটা বিন্দু লোৱা হল । BA  =   1 একক ধৰি OA  BA  অংকণ কৰা হল আৰু  OB সংযোগ কৰা হল । এতিয়া পাইথা গোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি

         OB = √2  একক পোৱা গল ।


        B1B = 1  একক ধৰি OB B1লম্ব টনা হল । B1সংযোগ কৰা হল। এতিয়া পাইথাগোৰাচৰ  সূত্ৰ ব্যৱহাৰ কৰি পাওঁ



 

      OB1 = √3  একক পোৱা গল । 

 B2B1   = 1 একক ধৰি  OB1B2B1  লম্ব টনা হল। OB2 সংযোগ কৰা হল । এতিয়া পাইথাগোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,

 OB2    =  √4  একক পোৱা গল ।

  B3B2   =  1 একক ধৰি  OB2B3B2  লম্ব টনা হল। OB3 সংযোগ কৰা হল । এতিয়া পাইথাগোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,

                
               OB3  =  √5  একক পোৱা গল ।

   এতিয়া, OB3  ৰ সমান ব্যাসাৰ্ধ্যলৈ এঠা বৃত্ত চাপ আকিঁ লোৱা হল ।এই বৃত্ত চাপটোৱে সংখ্যাৰেডালৰ বৰ্দ্ধিত অংশত D  বিন্দুত ছেদ কৰিছে । D বিন্দুটোৱেই √5  নিদ্দেশ কৰিব ।

 

                                                  Written by Abhiman Das

**************

 

Previous Post Next Post