NCERT Solutions for Class 9 Maths Chapter 1 Number Systems Ex 1.1 (Assamese SEBA)

NCERT Solutions for Class 9 Maths Chapter 1 Number Systems Ex 1.1 (Assamese)

   1.  শূন্যটো পৰিমেয় সংখ্যা হয়নে ? ইয়াক p/q আৰ্হিত (ইয়াত p, q  অখণ্ড সংখ্যা আৰু q ≠0)  প্ৰাকাশ কৰিব পৰিনে ? 

     সমাধান 

       শূনটো পৰিমেয় সংখ্যা হয়  ইয়াক p/q আৰ্হিত (ইয়াত p, q অখণ্ড

        সংখ্যা আৰু  q ≠0প্ৰাকাশ কৰিব পাৰি ।

      2.  3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয সংখ্যা উলিওৱা।

     সমাধান      

        ইয়াত  3 =  21/6+1 = 21/7

                  4 =  28/6+1 = 28/7  

         3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয সংখ্যা  হল,

           22/7,23/7,24/7,25/7,26/7.




    3. 3/5 আৰু 4/5    মাজত থকা পাঁচটা পৰিমেয সংখ্যা উলিওৱা।

       সমাধান

            ইয়াত

             

         4.  তলৰ উক্তিসমূহ সঁচানে মিছা লিখা  উক্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা।

       (i)প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা ।

         উত্তৰ : উক্তিটো সত্য । কাৰণ সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোত সোমাই   আছে।

       (ii) প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা ।

         উত্তৰ : উক্তিটো অসত্য । কাৰণ প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা নহয় ।

          উদাহৰণ স্বৰুপে -2 এটা অখণ্ড সংখ্যা হয় । কিন্তু  এটা পূৰ্ণ সংখ্যা নহয় ।

      (iii)প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা।

         উত্তৰ : উক্তিটো অসত্য । কাৰণ প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা নহয় ।

          উদাহৰণ স্বৰুপে 2/3 এটা পৰিমেয়  সংখ্যা হয়। কিন্তু  এটা পূৰ্ণ সংখ্যা নহয় ।


    Published by Abhiman Das

***********

                 

Previous Post Next Post