Heading with Bright Purple Background
Free Solutions for Assam State Board Class 10 Maths Chapter 1 Exercise 1.2 in Assamese Medium
Class 10 Maths Real Numbers Exercise 1.2 Solutions in Assamese Medium
Class 10 Maths Chapter Real Numbers Exercise 1.2 in Assamese Medium. Real Numbers Exercise 1.2 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter Real Numbers Exercise 1.2 in Assamese medium.
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.
(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)
Join Our WhatsApp GroupNCERT Solutions for Class 10 Maths Chapter 1 Real Numbers Exercise 1.2 – Digital Pipal Academy (Assamese Medium)
Digital Pipal Academy offers detailed and easy-to-understand NCERT Solutions for Class 10 Maths Chapter 1, Exercise 1.2, covered under the Assam State Board Syllabus 2025-2026 (Assamese Medium). Our expert faculty provides step-by-step solutions, helping students understand the concepts of real numbers and their properties. Aligned with NCERT guidelines, our solutions ensure effective exam preparation, making it easier for students to score better in their exams.
Class 10 Mathematics Chapter 1 Solutions: All the solutions can be accessed by clicking on the link below.
Real Number | Solution Link |
---|---|
অনুশীলনী 1.1 (বাস্তৱ সংখ্যা) | ইয়াত ক্লিক কৰক |
অনুশীলনী 1.2 (বাস্তৱ সংখ্যা) | ইয়াত ক্লিক কৰক |
অনুশীলনী 1.3 (বাস্তৱ সংখ্যা) | ইয়াত ক্লিক কৰক |
অনুশীলনী 1.4 (বাস্তৱ সংখ্যা) | ইয়াত ক্লিক কৰক |
NCERT Solutions for Class 10 Maths Chapter 1 Exercise 1.2
Exercise 1.2
1. প্ৰতিটো
সংখ্যা ইয়াৰ মৌলিক গুণফল হিচাপে প্ৰকাশ কৰা :
(i)
140
(ii) 156 (iii) 3825 (iv) 5005
(v)
7429
সমাধান:
(i)

∴ 140 = 22 × 5 ×7
(ii)


(iii)
∴ 3825 = 32× 52×17
(iv)

∴ 5005 = 5 × 7 × 11 × 113
(v)

∴ 7429
= 17 × 19 × 23
2. তলৰ অখণ্ড সংখ্যাকেইযোৰ ল.সা.গু. উলিওৱা । সত্যাপনা কৰা যে ল.সা.গু. × গ.সা.গু. = সংখ্যাদুটাৰ গুণফল ।
সমাধান:
(i)
91 = 7 × 13
∴ ল.সা.গু. (26, 91) = 2 × 7 × 13 = 182
∴ গ.সা.গু. (26, 91) = 13
সত্যাপনা
ল.সা.গু. × গ.সা.গু. = 182 × 13 = 2366 . . . . . (1)
সংখ্যাদুটাৰ
গুণফল = 26 × 91 = 2,366 ………..
(2)
(1)আৰু (2) ৰ পৰা,
ল.সা.গু. × গ.সা.গু. = সংখ্যাদুটাৰ গুণফল ।
সত্যাপনা কৰা হ'ল
(ii) 510 আৰু 92
সমাধান:
510 = 2 × 3 × 5 × 17
92 = 22 × 23
∴ ল.সা.গু. = 2 × 2 × 3 × 5× 17 × 23 =
23460
∴ গ.সা.গু. = 2
সত্যাপনা
ল.সা.গু. × গ.সা.গু. = 23460 × 2 = 46990 . .. . .(1)
সংখ্যাদুটাৰ গুণফল = 510 × 92 =46920 . . . (2)
(1)আৰু (2) ৰ
পৰা ,
সংখ্যাদুটাৰ
গুণফল ল.সা.গু. × গ.সা.গু.
সত্যাপনাকৰা
হল
(iii)
336 আৰু 54
∴ 336 = 2 × 2 × 2 × 2 × 3 × 7
54 = 2 × 3 × 3 × 3
∴ ল.সা.গু. = 24 × 3 × 7 = 3024
∴ গ.সা.গু. = 2 × 3 = 6
সত্যাপনা
ল.সা.গু. × গ.সা.গু. = 3024 × 6 = 18144 … (1)
সংখ্যাদুটাৰ গুণফল = 336 × 54 = 18144 …… (2)
(1) আৰু (2) ৰ
পৰা ,
ল.সা.গু. × গ.সা.গু. = সংখ্যাদুটাৰ গুণফল ।
সত্যাপনা কৰা হল
3.
মৌলিক উৎপাদকীকৰণ
পদ্ধিতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ ল.সা.গু আৰু গ.সা.গু. উলিওৱা ।
(i)
12 , 15 আৰু 21 (ii) 17,23 আাৰু 29 (iii) 8,9 আৰু 25
সমাধান

এতিয়া
12 = 2 × 2 × 3
15 = 3 ×5
21 = 3 ×7
∴ ল.সা.গু. (12 , 15 , 21 ) = 22 × 3 × 5 × 7 = 420
∴ গ.সা.গু. (12, 15, 21) = 3
(ii)

এতিয়া
17 = 1 × 17
23 = 1 × 23
29 = 1 × 29
∴ ল.সা.গু. (17 , × 23 × 29 ) =
11339
∴ গ.সা.গু. (17, 23 , 29) = 1

এতিয়া
8
= 2 × 2 × 2
9 = 3 × 3
25 = 5 × 5
∴ ল.সা.গু. (8, 9 , 5 ) = 2 × 2 × 2 × 3 × 3 × 5 × 5 =
1800
∴ গ.সা.গু. = 1
4.
দিয়া আছে গ.সা.গু. (306 , 657) = ল. সা. গু
(306 , 667) উলিওৱা ।
সামাধান:
দিয়া আছে
গ. সা. গু. (306 , 657) = 9
আমি জানো যে,
ল.সা.গু. × গ.সা.গু. = সংখ্যাদুটাৰ গুণফল
∴ ল.সা.গু. × গ.সা.গু. = 306 × 657

= 22338
5. পৰীক্ষা কৰা যে কোনোবা স্বাভাৱিক সংখ্যা n অৰ ক্ষেক্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ
পাৰনে নাই ।
সমাধান:
কোনো
এটা সংখ্যা 0 অংকৰে শেষ হবলৈ হলে
সংখ্যাটোৰ মৌলিক উৎপাদীকৰণত 5 সংখ্যাটো উৎপাদক
হিচাপে থাকিব লাগিব ।
আকৈ,
6n = (2× 3)n = 2n × 3n
∴ 6n ৰ উৎপাদীকৰণত মৌলিক উৎপাদক 2 আৰু 3
∴ 6n ৰ উৎপাদীকৰণত 5 মৌলিক উৎপাদক হিচাপে নাই ।
∴ 6n সংখ্যাটো
0 অংকৰে শেষ হব নোৱাৰে ।
পৰীক্ষা
কৰা হল
6. 7×11×13+13 আৰু
7×6×4×3×2×1+5 সংখ্যা দুটো কিয় যৌগিক সংখ্যা বাখ্যা কৰা
।
সমাধান:
7 × 11 × 13 + 13
= 13 ( 7×11×1+1)
= 13 (77 + 1 )
=
13 (78)
=
13 ×78
7×11×13+13 ৰ উৎপাদক 1 আৰু 13 × 78 ৰ উপৰিক্ত 13 উৎপাদকটো বেঠিকৈ আছে ।
∴ 7 × 11 × 13 + 13 এটা যৌগিক সংখ্যা হব
।
7 × 6 × 5 × 4 × 3 × 2 × 1 + 5
= 5 (7 × 6 × 1 × 4 × 3 × 2 × 1 + 1)
= 5 (1008 + 1)
= 5 × 1009
7 × 6 × 5 × 4 × 3 × 2 × 1 + 5 ৰ উৎপাদক 1 আৰু 5 × 1009 ৰ উপৰিক্ত 5 উৎপাদকটো বেছিকৈ আছে ।
∴ 7 × 6 × 5 × 4 × 3 × 2 × 1 + 5 এটা যৌগিক সংখ্যা হব ।
7.
এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃক্তকাৰ পথ । খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ
ছোনিয়াৰ 18 মিনিট লাগে, যত একোটা ৰবিৰ লাগে 12 মিনিট । ধৰা তেওঁলোকে একেটা বিন্দুত
একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে । কিমান মিনিট পিছত তেওঁলোক আকৈ
আৰম্ভণিৰ বিন্দুটোত লগ লাগিব ?
সমাধান:
18 মিনিট আৰু 12 মিনিটৰ ল.সা.গু. ইয়ে হব নিৰ্ণয়ে সময়

18 = 2 × 3 × 3
12 = 2 × 2 × 3
∴ নিৰ্ণয়ে সময় = 22 × 32
= 4 × 9
= 36 মিনিট ।
প্ৰশ্ন 8:
(i) এটা ৰেজিমেন্টত থকা সৈনিকবোৰৰ 15, 20, বা 25 জনকৈ লৈ কিছুমান শাৰী থিয় কৰাব পাৰি। ৰেজিমেন্টটোত অতি কমেও কিমান জন সৈনিক আছে?
সমাধান:
এতিয়া, 15, 20, আৰু 25 ৰ ল.সা.গু. (সৰ্বনিম্ন সাধাৰণ গুণিতক) উলিয়াই পাওঁ।
প্ৰাথমিক গুণনীয়কীকৰণ:
ল.সা.গু. হ’ব:
উত্তৰ: ৰেজিমেন্টটোত অতি কমেও 300 জন সৈনিক আছে। ✅
(ii) এটা ঘন্টা 18 ছেকেণ্ড আৰু আন এটা ঘন্টা 60 ছেকেণ্ডৰ অন্তৰাল বাজে। কোনো এক সময় দুয়োটা ঘন্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত পুনৰ একেলগে বাজিব?
সমাধান:
এতিয়া, 18 আৰু 60 ৰ ল.সা.গু. উলিয়াই পাওঁ।
প্ৰাথমিক গুণনীয়কীকৰণ:
ল.সা.গু. হ’ব:
উত্তৰ: ঘন্টা দুটা 180 ছেকেণ্ড (3 মিনিট) পিছত পুনৰ একেলগে বাজিব। ✅
(iii) অনাতাঁৰ কেন্দ্ৰই দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি তিনি দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠ কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে সংগীতটো বজাব?
সমাধান:
আমাৰ উদ্দেশ্য 2 আৰু 3 ৰ ল.সা.গু. উলিওৱা।
প্ৰাথমিক গুণনীয়কীকৰণ:
ল.সা.গু. হ’ব:
তেহে, 30 দিনৰ ভিতৰত দুয়োটা কেন্দ্ৰ একেলগে সংগীত বজাব:
উত্তৰ: ৩০ দিনত ৫ বাৰ সংগীত বজাব। ✅
Published by Abhiman Das
Note for Users
If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!
যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!
Join Our WhatsApp Group

Sudev Chandra Das (B.Sc. Mathematics)
Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.