Class 10 Maths Chapter 1 Exercise 1.4 Solutions in Assamese Medium
Class 10 Maths Chapter Real Numbers Exercise 1.4 in Assamese Medium. Real Numbers Exercise 1.4 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter Real Numbers Exercise 1.4 in Assamese medium.
Chapter Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
Class 10 General Mathematics First Chapter Real Numbers Solutions in Assamese Medium
Real Numbers First Chapter Class10 has total 4 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise
বাস্তৱ সংখ্যা | Solutions Link |
---|---|
অনুশীলনী 1.1 (Exercise 1.1) | সমাধান |
অনুশীলনী 1.2 (Exercise 1.2) | সমাধান |
অনুশীলনী 1.3 (Exercise 1.3) | সমাধান |
অনুশীলনী 1.4 (Exercise 1.4) | সমাধান |
বাস্তৱ সংখ্যা
Exercise 1.4 (অনুশীলনী)
1. দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত (সাবধি) নাইবা কোনবোৰৰ পৌন:পুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা :
ইয়াত,
q
= 20 . 55, যিটো 2n . 5m
য’ত n= 0 আৰু m= 5
ইয়াত,
q
= 23 . 50 যিটো 2n . 5m
আৰ্হিৰ ।
য’ত n = 3 আৰু m = 0
অবিয়োগাত্মক সংখ্যা ।
∴ 17/8 পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি)
ইয়াত,
q = 5 ×7 × 13 যিটো 2n . 5m
আৰ্হিৰ নহয় ।
∴ 64/455 পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি অপৰিসমাপ্তি (নিৰবধি পৌন:পুনিক)
ইয়াত,
q =
26 . 52 যিটো 2n . 5m
ৰ আৰ্হিৰ ।
য’ত n = 6 আৰু m = 2
অবিয়োগাত্মক সংখ্যা ।
∴ 15/1600 পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি
পৰিসমাপ্তি (সাবধি)
ইয়াত,
q = 73 যিটো 2n . 5m
ৰ আৰ্হিৰ ।
∴ 29/343 পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি অপৰিসমাপ্তি (নিৰবধি পৌন:পুনিক )
ইয়াত,
q = 23 . 52 যিটো 2n . 5m
ৰ আৰ্হিৰ ।
য’ত n = 3 আৰু m = 2
অবিয়োগাত্মক সংখ্যা ।
∴ 23/23 . 52 পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি)
ইয়াত,
q = 22. 57 . 75 যিটো 2n . 5m
ৰ আৰ্হিৰ নহয় ।
∴ 129/22. 57 . 75 পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি অপৰিসমাপ্তি (নিৰবধি পৌন:পুনিক )
ইয়াত,
q = 3 . 5 যিটো 2n . 5m ৰ আৰ্হিৰ ।
∴ 6/15 পৰিমেয়
সংখ্যাটোৰ দশমিক বিস্তৃতি অপৰিসমাপ্তি (নিৰবধি পৌন:পুনিক )
ইয়াত,
q =
21. 51
যিটো 2n . 5m
ৰ আৰ্হিৰ ।
য’ত n = 1 আৰু m = 1 অবিয়োগাত্মক সংখ্যা ।
∴ 35/50 পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি)
ইয়াত,
q = 2×3×5 যিটো 2n . 5m
ৰ আৰ্হিৰ নহয় ।
∴ 77/210পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি অপৰিসমাপ্তি (নিৰবধি পৌন:পুনিক )
সমাধান: প্ৰশ্ন নং – 1 ত পৰিসমাপ্তি দশমিক বিস্তৃতি থকা পৰিমেয় সংখ্যাকেইটা হ’ল –
ইয়াৰ দশমিক বিস্তৃতিোবোৰ হ'ল -
3. তলৰ বাস্তৱ
সখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে
। প্ৰতিটোৰ ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ, তেন্তে ইয়াৰ মৌলিক উৎপাদীকৰণ
বিষয়ে কি হ’ব পাৰিবা ?
সমাধান:
(ii)
0. 12012001200012000 . . .
যিহেতু ইয়াৰ দশমিক বিস্তৃতি অপুনাৰাবৃত্তি আৰু
যিহেতু ইয়াৰ দশমিক বিস্তৃতি পুৰনাবৃত্তি কিন্ত অপৰিসমাপ্ত । গতিকে ই এটা পৰিমেয় য’ত q ৰ মৌলিক উৎপাদক
2 বা 5 ৰ বাহিৰে অন্য এটা উৎপাদক থাকিব ।
************
More Resours For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutins
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions