Class 10 Maths Revision Exercise R-1 in Assamese medium
Class 10 Maths Chapter Revision Exercise R-1 in Assamese Medium. Revision Exercise R-1 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter Revision Exercise R-1 in Assamese medium.
দশম শ্ৰেণীৰ গণিতৰ পুণৰালোচনা অধ্যায় ৰ সমাধান বোৰৰ বাবে তলৰ লিংকত ক্নিক কৰিব ।
Chapter Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
- পুণৰালোচনা
- বাস্তৱ সংখ্যা
- বহুপদ
- দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
- দ্বিঘাত সমীকৰণ
- সমান্তৰ প্ৰগতি
- ত্ৰিভুজ
- স্থানাংক জ্যামিতি
- ত্ৰিকোণমিতিৰ পৰিচয়
- ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ
- বৃত্ত
- অংকণ
- বৃত্ত সম্বন্ধীয় কালি
- পৃষ্ঠকালি আৰু আয়তন
- পৰিসংখ্য
- সম্ভাৱিতা
Class 10 Revision Class 10 Maths Revision Exercise R-1
Class 10 maths revision chapter
r-1 . Class 10 mathe Assamese Medium. Class 10
mathematics revision chapter r-1. NCERT Text book solution
in Assamese Medium The Board of Secondary Education, Assam
(SEBA) class 10 mathe solution. We provide class 10 mathe solution in assamese
medium. We use easy methoed to solve qusetion Answer.
Class 10 General Mathematics Revision Chapter Solutions in Assamese
Medium
Revision Chapter Class10 has total 6 Exercise. Just click on the exercise wise links given below to
practice the Maths solutions for the respective exercise
পুণৰালোচনা | Solutions Link |
---|---|
অনুশীলনী R-1 (Exercise R-1) | সমাধান |
অনুশীলনী R-2 (Exercise R-2) | সমাধান |
অনুশীলনী R-3 (Exercise R-3) | সমাধান |
অনুশীলনী R-4 (Exercise R-4) | সমাধান |
অনুশীলনী R-5 (Exercise R-5) | সমাধান |
অনুশীলনী R-6 (Exercise R-6) | সমাধান |
Class 10 Question Answer Assam, CLASS X SEBA | Class 10 Maths R-1 Q.No. 1 Solution in Assamese. class 10 maths R.1 . Assam solution in assamese | Class 10 maths assamese medium question answer | class 10 exercise R-1, পুণৰালোচনা অধ্যায়টিৰ অনুশীলনী R-1.1 ৰ সকলো প্ৰশ্নৰ সমাধান অতি সুন্দৰকৈ কৰা আছে ।
পুণৰালোচনা (Revision) প্ৰথম অধ্যায় । এই অধ্যায়ত আমি অনুশীলনী R-1 (Exercise R.1) ৰ সকলো প্ৰশ্নৰ উত্তৰ অতি সহজ পদ্ধতিৰে দিবলৈ যত্ন কৰিছো ।
SEBA Bord ncert textbook solutions for class 10 maths chapter Revision
SEBA
Board Class 10 Maths Textbook Solution
Revision
পুণৰালোচনা
Exercise R-1 (অনুশীলনী R-1)
REVISION – 1
1.
তলৰ কোনটো অনুপাতত একোটা সমানুপাত হ’ব ?
(a)
12 : 21 আৰু 32 : 56
(b)
18:30 আৰু 14:21
(c)
22:33 আৰু 33:24
(d)
24:28 আৰু 20: 25
সমাধানঃ
(a) 12 : 21 আৰু 32 : 56
∴ দেখা গ’ল, 12 : 21 = 32 : 56
12 : 21 আৰু 32 : 56 সমানুপাত হ’ব ।
(b) 18:30 আৰু 14:21
∴ দেখা গ’ল, 18:30 ≠ 14:21
18:30 আৰু 14:21 সমানুপাত নহয় ।
(c) 22:33 আৰু 33:24
∴ দেখা গ’ল, 22:33 ≠ 33:24
∴ 22:33 আৰু 33:24 সমানুপাত নহ’ব ।
(d) 24:28 আৰু 20: 25
দেখা গ’ল, 24:28 ≠
20: 25
∴ 24:28 আৰু 20: 25 সমানুপাত নহ’ব ।
2.তলৰ কোনবোৰ
সংখ্যা ক্ৰমে সমানুপাতত থাকিব ?
(a) 2, 6, 6, 8 (b) 10, 20, 30, 60
(c) p, pq, p2q, q2 (d) 6, 20, 4, 30
সমাধানঃ
(a) 2, 6, 6, 8
দেখা গ’ল, 2:6 ≠ 6:8
∴ 2:6 আৰু 6:8 সমানুপাত নহ’ব ।
(b) 10, 20, 30, 60
দেখা গ’ল, 10:20 = 30:60
∴ 10:20 আৰু 30:60 সমানুপাত হ’ব ।
(c) p, pq, p2q, q2
দেখা গ’ল, p:pq ≠
p2q:q2
∴ p:pq আৰু p2q:q2 সমানুপাত নহ’ব ।
(d) 6, 20, 4, 30
দেখা গ’ল, 6:20 ≠
4:30
∴ 6:20 আৰু 4:30 সমানুপাত নহ’ব ।
3.খালী ঠাই পূৰোৱা :
(i) বৃত্তৰ কালি A = πr2
যদি A বাহে তেন্তে r বাঢ়িব । যদি r কমে তেন্তে A কমিব ।
(ii) এখন গাড়ীৰ ভ্ৰমণৰ সময় (t) আৰু দূৰত্ব (d) সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ -
t |
1 |
2 |
3 |
4 |
5 |
6 |
- |
- |
- |
d |
4 |
8 |
12 |
16 |
20 |
- |
28 |
- |
36 |
খালী ঠাই পূৰোৱা :
(a)
t আৰু d য়ে প্ৰত্যক্ষ ভাৱে বিচৰণ কৰে ।
(b) t = 6 হ’লে d 24 ।
(c)
d = 28 হ’লে t = 7 ।
(d)
d = 36 হ’লে t
= 9 ।
4. যদি p α q আৰু p = 6 হ’লে
q = 30 , এতিয়া p = 2 , তেন্তে q ৰ মান কিমান ?
(a)
12 (b) 20 (c) 10
(d) 15
সমাধানঃ p α q
p = q য’ত α এটা ধ্ৰৱক
এতিয়া ,p = 6 আৰু q = 30
6 = α x 30
⇒ 6 = 30α
আকৌ , p = 2
⇒ q = 2x5
⇒ q = 10
∴ উত্তৰ (c) 10
5. তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান -
x |
1 |
2 |
4 |
8 |
y |
32 |
16 |
8 |
- |
(a)
8
(b) 6 (c) 4
(d) 2
সমাধানঃ (c) 4
Published by Lokesh Das
************
Class 10 Math’s Assamese Medium questions Answer
CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS REVISION CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHS REVISION EXERCISE R-1 SOLUTIONS IN ASSAMESE MEDIUM.
****************