sankardev sishu niketan class 4 maths . Chepter 1 অনুশীলনী ১

 Sankardev Sishu Vidya Niketan. sankardev sishu niketan class 4 maths . Class 4 All Question And Answer Sankardev School | Class 4 mathe  Solution Sankardev School | Class IV all  Answer | Sankardev School. 

জ্যামিতিৰ প্ৰাথমিক ধাৰণা প্ৰথম  অধ্যায় । এই অধ্যায়ত আমি অনুশীলনী ১ (Exercise ১) ৰ সকলো প্ৰশ্নৰ উত্তৰ  অতি সহজ পদ্ধতিৰে দিবলৈ  যত্ন কৰিছো 

 Sankardev Sishu Vidya Niketan textbook solutions                 for class 4 maths chapter 1 

 Class 4 Maths Textbook Solution


প্ৰথম  অধ্যায় 

জ্যামিতিৰ প্ৰাথমিক ধাৰণা 


Exercise 1 (অনুশীলনী ১)

অণুশীলনী-১

. শুদ্ধ নে অশুদ্ধ লিখা-

   ) বিন্দুৰ স্হিতি আছে, কিন্তু আকাৰ নাই

   খ) সৰল ৰেখা এডাল পোন ৰেখা আৰু দুয়োপিনে দিশ  

       সলনি নকৰাকৈ বিস্তাৰিত হৈ থাকে ।

   গ) মেজ এখনৰ উপৰিভাগ এখন সমতল

   ঘ) দুডাল সমান্তৰাল ৰেকাইকটাকটি কৰে ।

  ঙ)  দুটা নিৰ্দিষ্ট বিন্দুৰে অসংখ্য সৰল ৰেখা আকিঁব পাৰি ।

  উত্তৰঃ ক. শুদ্ধ

           খ. শুদ্ধ

           গ . শুদ্ধ

          ঘ . অশুদ্ধ

          ঙ. শুদ্ধ

  ২. খালী ঠাই পূৰ কৰা-

   ) এটা বিন্দুৱে যোৱাকৈ_________সৰল ৰেকা আকিঁব 

        পাৰি (এডাল / দুডাল / অসংখ্য)

   ) ৰেখা দুবিধ, এবিধ সৰল ৰেখা আৰু আন বিধ______

   ) সমতল এখনৰ ওপৰত_________সৰল ৰেখা আকিঁব

       পৰা যায় ।(এডাল / দুডাল / অসংখ্য)

   ) দুডাল সৰল ৰেখাই কটাকটি পৰিলে_________টা কোণ

       উৎপন্ন হব ।(/ / / অসংখ্য)

   ) এটাল ৰেখাখণ্ডত দীঘ জুখিব পৰা______

      (যায় / নেযায়)

   উত্তৰঃ ) অসংখ্য ।

            ) বক্ৰৰেখা ।

            ) অসংখ্য ।

            ) চাৰিটা ।

            ) নেযায় ।

 ৩. অংকণ কৰা-

   ) তোমাৰ বহীত দুডাল সমান্তৰাল ৰেখখণ্ড অংকণ কৰা ।

  উত্তৰঃ

                             

        ইয়াত   অংকণ কৰা হল ।

   খ) এটা বিন্দুৰ মাজেৰে যোৱাকৈ পাঁচডাল সৰল ৰেখা

       অংকণ কৰা ।

উত্তৰঃ

              

ইয়াত, নিৰ্দিষ্ট এটা বিন্দুৰে যোৱা পাঁচডাল সৰল ৰেখা হ

             

   ) দুটা বিন্দু লোৱা আৰু সেইদুটাৰ মাজেৰে যোৱাকৈ

       এডাল সৰল ৰেখা অংকণ কৰা ।

       উত্তৰঃ

                           
                

    ঘ) তিনিডাল সৰল ৰেখা কটাকটি কৰাকৈ অংকণ কৰা ।

   উত্তৰঃ

                 

     ইয়াত,তিনিডাল সৰল ৰেখা কটাকটিকৈ অংকণ কৰা হল ।

   ঙ) তোমাৰ বহীত ৬ ছেমি জোখৰ ৰেখাখণ্ড অংকণ কৰা ।

      ৰেখাখণ্ডডালক আৰু ৰে নামাংকন কৰা ।

   উত্তৰঃ

                 

    ইয়াত, ক আৰু খ ৬ ছেমি ৰ এটা ৰেখাখণ্ড অংকণ কৰা হল ।

  ৪. অংকণ কৰা-

     ক) ৩০ জোখৰ এটা কোণ অংকণ কৰা ।

   উত্তৰঃ

                         

   খ) ৬০ জোখৰ এটা কোণ অংকণ কৰা ।

     উত্তৰঃ

                        

  ) ৯০ জোখৰ এটা কোণ অংকণ কৰা ।

    উত্তৰঃ

                      

   ঘ) ১৩০ জোখৰ এটা কোণ অংকণ কৰা

    উত্তৰঃ

                    

 ) ১৮০ জোখৰ এটা কোণ অংকণ কৰা ।

    উত্তৰঃ

                       

 ৫. দুডাল সৰল ৰেখাই কটাকটি কৰোতে উৎপন্ন হোৱা কোণ

    টাৰিটাৰ জোখ নিৰ্ণয় কৰা ইয়াৰে দুটা দুটা কোণ 

      সমান  হয় নে ? সমান হোৱা কোণ দুটাৰ অৱস্তান

      পৰ্যবেক্ষণ কৰা ।

  উত্তৰঃ

                      

নিৰ্ণেয় কোণকেইটা ৯০,৯০,৯০,৯০


Published by Krishna Das

Help by শ্ৰী সোমেশ্বৰ সূত

***********


Previous Post Next Post