Sankardev Sishu Vidya Niketan. sankardev sishu niketan class 4 maths . Class 4 All Question And Answer Sankardev School | Class 4 mathe Solution Sankardev School | Class IV all Answer | Sankardev School.
জ্যামিতিৰ প্ৰাথমিক ধাৰণা প্ৰথম অধ্যায় । এই অধ্যায়ত আমি অনুশীলনী ১ (Exercise ১) ৰ সকলো প্ৰশ্নৰ উত্তৰ অতি সহজ পদ্ধতিৰে দিবলৈ যত্ন কৰিছো
Sankardev Sishu Vidya Niketan textbook solutions for class 4 maths chapter 1
Class 4 Maths Textbook Solution
প্ৰথম অধ্যায়
জ্যামিতিৰ প্ৰাথমিক ধাৰণা
Exercise 1 (অনুশীলনী ১)
অণুশীলনী-১
১. শুদ্ধ নে অশুদ্ধ
লিখা-
ক) বিন্দুৰ স্হিতি আছে, কিন্তু আকাৰ নাই
খ) সৰল
ৰেখা এডাল পোন ৰেখা আৰু দুয়োপিনে দিশ
সলনি নকৰাকৈ বিস্তাৰিত হৈ থাকে ।
গ) মেজ এখনৰ উপৰিভাগ এখন সমতল
ঘ) দুডাল সমান্তৰাল ৰেকাইকটাকটি কৰে ।
ঙ) দুটা নিৰ্দিষ্ট বিন্দুৰে অসংখ্য সৰল ৰেখা আকিঁব
পাৰি ।
উত্তৰঃ ক. শুদ্ধ ।
খ. শুদ্ধ ।
গ . শুদ্ধ ।
ঘ . অশুদ্ধ ।
ঙ. শুদ্ধ ।
২. খালী ঠাই পূৰ কৰা-
ক) এটা বিন্দুৱে যোৱাকৈ_________সৰল ৰেকা
আকিঁব
পাৰি । (এডাল / দুডাল / অসংখ্য)
খ) ৰেখা দুবিধ, এবিধ সৰল ৰেখা আৰু আন
বিধ______।
গ) সমতল এখনৰ ওপৰত_________সৰল ৰেখা আকিঁব
পৰা যায় ।(এডাল / দুডাল / অসংখ্য)
ঘ) দুডাল সৰল ৰেখাই
কটাকটি পৰিলে_________টা কোণ
উৎপন্ন হ’ব ।(১ / ২ / ৪ / অসংখ্য)
ঙ) এটাল ৰেখাখণ্ডত দীঘ
জুখিব পৰা______ ।
(যায় / নেযায়)
উত্তৰঃ ক) অসংখ্য ।
খ) বক্ৰৰেখা ।
গ) অসংখ্য ।
ঘ) চাৰিটা ।
ঙ) নেযায় ।
৩. অংকণ কৰা-
ক) তোমাৰ বহীত দুডাল
সমান্তৰাল ৰেখখণ্ড অংকণ কৰা ।
উত্তৰঃ
ইয়াত ক ‖ খ অংকণ কৰা হ’ল ।
খ) এটা বিন্দুৰ মাজেৰে
যোৱাকৈ পাঁচডাল সৰল ৰেখা
অংকণ কৰা ।
উত্তৰঃ
ইয়াত, নিৰ্দিষ্ট এটা বিন্দুৰে যোৱা পাঁচডাল সৰল ৰেখা হ’ল
গ) দুটা বিন্দু লোৱা
আৰু সেইদুটাৰ মাজেৰে যোৱাকৈ
এডাল সৰল ৰেখা অংকণ কৰা ।
উত্তৰঃ
ঘ) তিনিডাল সৰল ৰেখা
কটাকটি কৰাকৈ অংকণ কৰা ।
উত্তৰঃ
ইয়াত,তিনিডাল সৰল ৰেখা কটাকটিকৈ অংকণ কৰা হ’ল ।
ঙ) তোমাৰ বহীত ৬ ছেমি
জোখৰ ৰেখাখণ্ড অংকণ কৰা ।
ৰেখাখণ্ডডালক ‘ক’ আৰু ‘খ’ ৰে নামাংকন কৰা ।
উত্তৰঃ
ইয়াত, ক আৰু খ ৬ ছেমি ৰ এটা ৰেখাখণ্ড অংকণ কৰা হ’ল ।
৪. অংকণ কৰা-
ক) ৩০০ জোখৰ এটা কোণ অংকণ
কৰা ।
উত্তৰঃ
খ) ৬০০
জোখৰ এটা কোণ অংকণ কৰা ।
উত্তৰঃ
গ) ৯০০ জোখৰ এটা কোণ অংকণ
কৰা ।
উত্তৰঃ
ঘ) ১৩০০
জোখৰ এটা কোণ অংকণ কৰা ।
উত্তৰঃ
ঙ) ১৮০০
জোখৰ এটা কোণ অংকণ কৰা ।
উত্তৰঃ
৫. দুডাল সৰল ৰেখাই
কটাকটি কৰোতে উৎপন্ন হোৱা কোণ
টাৰিটাৰ জোখ নিৰ্ণয়
কৰা । ইয়াৰে দুটা দুটা কোণ
সমান হয়
নে ? সমান হোৱা কোণ
দুটাৰ অৱস্তান
পৰ্যবেক্ষণ কৰা ।
উত্তৰঃ
নিৰ্ণেয় কোণকেইটা ৯০০,৯০০,৯০০,৯০০
Published by Krishna
Das
Help by শ্ৰী সোমেশ্বৰ সূত
***********