Class IV Question Answer Assam Sankardev School. SANKARDEV VIDYA NIKETAN. MATHE CHEPTER 2 সামতলিক আকৃতি (বৃত্ত) mathe Solution Sankardev School | Class IV all Answer | Sankardev School.
সামতলিক আকৃতি (বৃত্ত) দ্ধিতীয় অধ্যায় । এই অধ্যায়ত আমি অনুশীলনী ২ (Exercise ২) ৰ সকলো প্ৰশ্নৰ উত্তৰ অতি সহজ পদ্ধতিৰে দিবলৈ যত্ন কৰিছো ।
Sankardev Sishu Vidya Niketan textbook solutions for class 4 maths chapter 2
Class 4 Maths Textbook Solution
দ্ধিতীয় অধ্যায়
সামতলিক আকৃতি (বৃত্ত)
Exercise 2 (অনুশীলনী ২)
অণুশীলনী-২
১. তোমালোকৰ বহীত কেইটামান খোলাচিত্ৰ আৰু কেইটামান বন্ধ চিত্ৰ অংকণ কৰা ।
উত্তৰঃ কেইটামান বন্ধ চিত্ৰ হ’ল-
কেইটামান খোলাচিত্ৰ হ’ল-
২. পেন্সিল কম্পাচৰ সহায়ত কেইটামান বৃত্ত অংকণ কৰা । বৃত্তটোৰ ব্যাস আৰু
ব্যাসাৰ্ধ সেই বিলাকৰ দীঘ উলিওৱা ।
উত্তৰঃ
চিত্ৰ (১) ৰ ব্যাস ৪ ছেমি আৰু ব্যাসাৰ্ধ ২ ছেমি ।
চিত্ৰ (২) ৰ ব্যাস ৮ ছেমি আৰু ব্যাসাৰ্ধ ৪ ছেমি
।
৩. পেন্সিল কম্পাচৰ সহায় নোলোৱাকৈ বৃত্ত এটা আঁকিব পাৰিবানে ? এইদৰে অঁকা চিত্ৰটো বৃত্ত হ’ল নে নহ’ল কেনেকৈ পৰীক্ষা কৰিবা ?
উত্তৰঃ পেন্সিল কম্পাচৰ সহায় নোলোৱাকৈ বৃত্ত এটা আঁকিব পাৰি ।
৪. শুদ্ধ নে অশুদ্ধ লিখা-
ক) বৃত্তৰ কেন্দ্ৰটো বৃত্তটোৰ সোঁমাজত থাকে ।
উত্তৰঃ শুদ্ধ ।
খ) এটা বৃত্তৰ ব্যাসতকৈ তাৰ ব্যাসাৰ্ধ বেছি দীঘল ।
উত্তৰঃ অশুদ্ধ ।
গ) দুডাল ব্যাসাৰ্ধৰ দীঘল যোগফল ব্যাসৰ দীঘল সমান ।
উত্তৰঃ শুদ্ধ ।
ঘ) কেন্দ্ৰটোৰ পৰা বৃত্তটোৰ প্ৰতিটো বিন্দুলৈ দূৰত্ব সমান ।
উত্তৰঃ শুদ্ধ ।
ঙ) এটা বৃত্তৰ আটাইবোৰ ব্যাসাৰ্ধ সমান নহয় ।
উত্তৰঃ অশুদ্ধ ।
চ) ব্যাস এডাল ব্যাসাৰ্ধৰ দুগুণ ।
উত্তৰঃ শুদ্ধ ।
Published
by Krishna Das
Help by শ্ৰী সোমেশ্বৰ সূত
***********