SANKARDEV VIDYA NIKETAN CLASS 4 MATHE CHEPTER 2 Class IV Question Answer Assam Sankardev School,

Class IV Question Answer Assam Sankardev School. SANKARDEV VIDYA NIKETAN. MATHE CHEPTER 2 সামতলিক আকৃতি (বৃত্ত) mathe  Solution Sankardev School | Class IV all  Answer | Sankardev School.

সামতলিক আকৃতি (বৃত্ত) দ্ধিতীয়  অধ্যায় । এই অধ্যায়ত আমি অনুশীলনী ২ (Exercise ২) ৰ সকলো প্ৰশ্নৰ উত্তৰ  অতি সহজ পদ্ধতিৰে দিবলৈ  যত্ন কৰিছো ।

 Sankardev Sishu Vidya Niketan textbook solutions                 for class 4 maths chapter 2 

 Class 4 Maths Textbook Solution


দ্ধিতীয়  অধ্যায় 

সামতলিক আকৃতি (বৃত্ত) 


Exercise 2 (অনুশীলনী ২)

অণুশীলনী-২


 ১. তোমালোকৰ বহীত কেইটামান খোলাচিত্ৰ আৰু কেইটামান   বন্ধ চিত্ৰ অংকণ কৰা ।

  উত্তৰঃ কেইটামান বন্ধ চিত্ৰ হ-

                  

                     

   কেইটামান খোলাচিত্ৰ হ-

            

                    



. পেন্সিল কম্পাচৰ সহায়ত কেইটামান বৃত্ত অংকণ কৰা । বৃত্তটোৰ ব্যাস আৰু ব্যাসাৰ্ধ সেই বিলাকৰ দীঘ উলিওৱা ।

   উত্তৰঃ

                

চিত্ৰ (১) ৰ ব্যাস ৪ ছেমি আৰু ব্যাসাৰ্ধ ২ ছেমি

চিত্ৰ (২) ৰ ব্যাস ৮ ছেমি আৰু ব্যাসাৰ্ধ ৪ ছেমি ।



. পেন্সিল কম্পাচৰ সহায় নোলোৱাকৈ বৃত্ত এটা আঁকিব পাৰিবানে ? এইদৰে অঁকা চিত্ৰটো বৃত্ত হল নে নহল কেনেকৈ পৰীক্ষা কৰিবা ?

 উত্তৰঃ পেন্সিল কম্পাচৰ সহায় নোলোৱাকৈ বৃত্ত এটা আঁকিব পাৰি ।

. শুদ্ধ নে অশুদ্ধ লিখা-

    ) বৃত্তৰ কেন্দ্ৰটো বৃত্তটোৰ সোঁমাজত থাকে ।       

    উত্তৰঃ শুদ্ধ ।

    ) এটা বৃত্তৰ ব্যাসতকৈ তাৰ ব্যাসাৰ্ধ বেছি দীঘল ।

    উত্তৰঃ অশুদ্ধ ।

    ) দুডাল ব্যাসাৰ্ধৰ দীঘল যোগফল ব্যাসৰ দীঘল সমান ।

    উত্তৰঃ শুদ্ধ ।

    ) কেন্দ্ৰটোৰ পৰা বৃত্তটোৰ প্ৰতিটো বিন্দুলৈ দূৰত্ব সমান ।

     উত্তৰঃ শুদ্ধ ।

   ) এটা বৃত্তৰ আটাইবোৰ ব্যাসাৰ্ধ সমান নহয় ।

     উত্তৰঃ অশুদ্ধ ।

    ) ব্যাস এডাল ব্যাসাৰ্ধৰ  দুগুণ ।  

     উত্তৰঃ শুদ্ধ ।  


Published by Krishna Das

Help by শ্ৰী সোমেশ্বৰ সূত

***********


Previous Post Next Post