নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 3 | অণু আৰু পৰমাণু | Class 9 Science Assamese medium question answer

Class 9 Science chapter 3 Assamese medium. SEBA class 9 Science. অণু আৰু পৰমাণু | নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 3 | নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 3

NCERT Solutions For Class 9 Science Chapter 3 Atoms And Molecules . Class 9 Science Assamese medium question answer.

অনু আৰু পৰমাণু (Atoms and Molecules)


Class 9 Science NCERT Textbook – Page 32-33

1.  বিক্ৰিয়া এটাত 5.3g ছডিয়াম কাৰ্বনেট 6g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল । উৎপাদিত দ্ৰৱ্যবোৰ আছিল 2.2g কাৰ্বন ডাই-অক্সাইড, 0.9g পানী আৰু 8.2g ডিয়াম ইথানয়েট । দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে ।

ডিয়াম কাৰ্বনেট + ইথানয়িক এছিড  → ইথানয়িক এছিড + কাৰ্বন ডাই-অক্সাইডৰ + পানী


সমাধানঃ বিক্ৰিয়কৰ মুঠ ভৰ

    = ছডিয়াম কাৰ্বনেটৰ ভৰ + ইথানয়িক এছিডৰ ভৰ

    = 5.3g + 6g

    = 11.3g

      উৎপাদিত দ্ৰৱ্যবোৰৰ মুঠ ভৰ

    = কাৰ্বন ডাই-অক্সাইডৰ ভৰ + পানীৰ ভৰ + ডিয়াম ইথানয়েটৰ          ভৰ

    = 2.2g + 0.9g + 8.2g

    = 11.3g

   যিহেতু বিক্ৰিয়কৰ মুঠ ভৰ উৎপাদিত দ্ৰৱ্যৰ মুঠ ভৰৰ সমান, গতিকে এই ফলফলটো ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে ।


2. হাইড্ৰজেন অক্সিজেন 1 : 8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে3g হাইড্ৰজেনৰ সৈতে সম্পূৰ্ণকৈবিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ ?

উত্তৰ 1g হাইড্ৰজেন 8g অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি পানী উৎপন্ন কৰে।গতিকে, স্তিৰাণুপাত বিধি অনুসৰি, 3g হাইড্ৰজেন গেছৰ লগত সম্পূৰ্ণভাৱে বিক্ৰিয়া কৰিবলৈ প্ৰয়োজন হোৱা অক্সিজেন গেছৰ ভৰ 8 × 3g = 24g


3. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বিকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ?

উত্তৰ ভৰৰ নিত্যতা সূত্ৰৰ পৰিণতি হিচাপে জ্ঞাত ডেল্টনৰ পৰমাণুবাদৰ স্বিকাৰ্য হৈছে- পৰমাণুবোৰ অবিভাজ্য কণিকা,ইহঁতক ৰাসায়নিক বিক্ৰিয়াত সৃষ্টি নতুবা নাশ কৰিব নোৱাৰি


4. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বিকাৰ্যই স্থিৰাণুপাত সূত্ৰটো বাখ্যা কৰিব পাৰে ?

     উত্তৰঃ স্থিৰাণুপাত সূত্ৰটো বাখ্যা কৰা ডেল্টনৰ পৰমাণুবাদৰ স্বিকাৰ্যটো হৈছে-    

 এটা যৌগত পৰমাণুৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে



Class 9 Science NCERT Textbook – Page 35

1.         পাৰমাণৱিক ভৰ এককৰ সংজ্ঞাদিয়া ।

উত্তৰ পাৰমাণৱিক ভৰ এককৰ মান এটা কাৰ্বন-12  


2.          খালী চকুৰে পৰমাণু এটা সম্ভৱ নহয় কিয় ?

উত্তৰ পৰমাণুক পদাৰ্থৰ ক্ষুদ্ৰতম একক হিচাপে বিবেচনা কৰা হয় ।আমি কল্পনা কৰিব পৰা বা তুলনা কৰিব পৰা যিকোনো বস্তুতকৈ ইয়াৰ আকাৰ সৰু । ।যদি এক নিযুততকৈ অধিক পৰমাণু পুঞ্জীভূত কৰা হয় তেন্তে ইহঁতে এখিলা কাগজৰ সমান বেধৰ এটা তৰপহে সৃষ্টি কৰিব সেয়ে, খালী চকুৰে পৰমাণু দেখাটো সম্ভৱ লহয় ।



  Class 9 Science NCERT Textbook – Page 39

1.          সংকেত লিখা

(a)           ডিয়াম অক্সাইড

(b)          এলুমিনিয়াম ক্লৰাইড

(c)           ডিয়াম ছালফাইড

   উত্তৰঃ

(a)       Na2O

(b)       A1C13

(c)       Na2S

(d)       Mg(OH)2

 2.          সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখাঃ   

(a)          A12(SO4)3

(b)          CaC12

(c)           K3SO4

(d)          KNO3

(e)          CaCO3

    উত্তৰঃ

      (a)       এলুমিনিয়াম ছালফেট

      (b)       কেলছিয়াম ক্লৰাইড

      (c)       পটেছিয়াম ছালফেট

      (d)       পটেছিয়াম নাইট্ৰেট

      (e)       কেলছিয়াম কাৰ্বনেট

 3.          ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে ?

  উত্তৰঃ কোনো এটা যৌগৰ ৰাসায়নিক সংকেত হল সংশ্লিষ্ট        যৌগটোৰ গঠনৰ উপস্হাপন । যৌগটোৰ এটা অণুত ভিন ভিন মৌলৰ পৰমাণুৰ সংখ্যা আৰু ইহঁতৰ প্ৰকৃতি সম্বন্ধে ই আভাস দিয়ে।

উদাহৰণ- কাৰ্বন ডাই-অক্সাইড যৌগটো কাৰ্বন মৌলৰ এটা পৰমামু আৰু অক্সিজেন মৌলৰ দুটা পৰমাণুৰে গঠিত ।

গতিকে, কাৰ্বন ডাই-অক্সাইড সংকেতটো CO2 বুলি লিখা হয়

4.          (i) H2S অণু আৰু (ii) PO43- আয়নত কেইটাকৈ পৰমাণু আছে?

   উত্তৰ

       (i) H2S অণুঃ 3 টা; পৰমাণু 2 টা হাইড্ৰজেনৰ পৰমাণু আৰু 1 টা ছালফাৰৰ পৰমাণু

      (ii)  PO43- আয়নঃ 5 টা পৰমাণু; 1 টা ফছফৰাছৰ পৰমাণু  আৰু 4 টা অক্সিজেনৰ পৰমাণু ।




  Class 9 Science NCERT Textbook – Page 40

 1.   H2, O2, C12, CH4, C2H6, C2H4, NH3 আৰু CH3OH ৰ আণৱিক  ভৰ গণনা কৰা । 

উত্তৰH2 ৰ আণৱিক ভৰ = 2 × H ৰ পাৰমাণৱিক ভৰ

          = 2 × 1

     = 2u

 O2 ৰ আণৱিক ভৰ = 2 × 0 ৰ পাৰমাণৱিক ভৰ

                             = 2× 16

                             = 32u

C12 ৰ আণৱিক ভৰ = 2 × C1  ৰ পাৰমাণৱিক ভৰ

                              = 2 × 35.5

                              = 71u

CO2 ৰ আণৱিক ভৰ = (1×C ৰ পাৰমাণৱিক ভৰ ) + (2 ×      অক্সিজেনৰ পাৰমাণৱিক ভৰ

       = (1 × 12) + (2 × 16)

       = 12 + 32

       = 44u

CH4 ৰ আণৱিক ভৰ = (1 × C ৰ পাৰমাণৱিক ভৰ) + (4× হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ )

          = (1 × 12) + (4 × 1)

          = 12 + 4

          = 16u

C2H6 ৰ আণৱিক ভৰ = (2 × C ৰ পাৰমাণৱিক ভৰ) + (6 × H ৰ পাৰমাণৱিক ভৰ)

             = (2 × 16) + (6 × 1)

             = 24 + 6

             = 30u

C2H2 ৰ আণৱিক ভৰ  = (2 × C ৰ পাৰমাণৱিক ভৰ) + (4 × H ৰ  পাৰমাণৱিক ভৰ)

              = (2 × 12) + (4 × 1)

              = 24 + 4

              = 28u

NH3 ৰ আণৱিক ভৰ  = (1 × N ৰ পাৰমাণৱিক ভৰ) + (3 × H ৰ পাৰমাণৱিক ভৰ)

              = (1 × 14) + (3 × 1)

              = 14 + 3

              = 17u

CH3OH ৰ আণৱিক ভৰ = (1× C ৰ পাৰমাণৱিক ভৰ ) + (3 × H ৰ পাৰমাণৱিক ভৰ) + (1 × 0 ৰ পাৰমাণৱিক ভৰ) + (1 × H ৰ পাৰমাণৱিক ভৰ)

        = (1×12) + (3×1)+(1×16) + (1×1)

        = 12 + 3 16 + 1

        = 32u



2.  ZnO, Na2O আৰু  k2CO3 ৰ সংকেত গোট ভৰ গণনা। প্ৰদত্ত পাৰমাণৱিক ভৰবোৰ হল Zn= 65u,

Na = 23u, K = 39u, C = 12, আৰু O = 16u

   উত্তৰ

   ZnO ৰ সংকেত গোট ভৰ = (1× Zn ৰ পাৰমাণৱিক ভৰ ) (1 × O ৰ পাৰমাণৱিক ভৰ)

        = (1× 65) + (1 × 16)

        = 65 + 16

        = 81u

 Na2O ৰ সংকেত গোট ভৰ = (2× Na ৰ পাৰমাণৱিকভৰ) +  (1× O ৰ পাৰমাণৱিক ভৰ)

        = (2 × 23) + (1 × 16)

        = 46 + 16

        = 62u

k2CO3 ৰ সংকেত গোট ভৰ = (2 + K ৰ পাৰমাণৱিক ভৰ) + (1× C ৰ পাৰমাণৱিক ভৰ) + (3 × Oৰ পাৰমাণৱিক ভৰ)

   = (2 × 39) + (1 × 12) + (3 × 16)

   = 78 + 12 + 48

   = 138u



Class 9 Science NCERT Textbook – Page 42

     1. এক  কাৰ্বন পৰমাণুৰ ভৰ গ্ৰাম হলে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ ?

সমাধান:

1 ম  কাৰ্বন পৰমাণু = 6.022 × 1023

গতিকে, 6.022 × 1023 টা কাৰ্বন পৰমাণুৰ ভৰ 12g 

 

                     = 1.99 × 1023g

  2.  100 গ্ৰাম ছডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনোটোত পৰমাণুৰ সংখ্যা বেছি থাকিব (দিয়া আছে, Na ৰ পাৰমাণৱিক ভৰ = 23u , Fe = 56u) ?

সমাধান

 ডিয়ামৰ ল পৰমাণুৰ সংখ্যা

                 

1 ডিয়ামৰ পৰমাণুত থকা = 6.022 × 1023 টা পৰমাণু

4.35 ডিয়ামৰ পৰমাণুত থাকে   

       = 4.35 × 6.022 × 1023   টা পৰমাণু

       = 2.62 × 1024 টা পৰমাণু

  আইৰণৰ ম পৰমাণুৰ সংখ্যা

                

1 আইৰণৰ পৰমাণুত থকে 6.022 × 1023 টা পৰমাণু    

1.79  আইৰণৰ  পৰমাণুত থকে 1.79 × 6.022 × 1023 টা পৰমাণু

      = 1.08 × 1024 টা পৰমাণু

   গতিকে, 100g  ছডিয়ামত  অধিক সংখ্যক পৰমাণু থকিব ।

    



অনুশীলনী

1. অক্সিজেন আৰু বৰণেৰে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096gৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল । ভৰ হিচাপত যৌগটোৰ শতকৰা সমযুতি গণনা কৰা ।

উত্তৰ যৌগটোৰ ভৰ = 0.24g

যৌগটোত বৰণৰ ভৰ = 0.096g


 যৌগটোত বৰণৰ শতকৰা পৰিমাণ =

যৌগটোত অক্সিজেনৰ ভৰ = 0.144g

 যৌগটোত অক্সিজেনৰ শতকৰা পৰিমাণ =

গতিকে, যৌগটোৰ শতকৰা সমযুতি হৈছে 40% আৰু ৰণৰ শতকৰা হৈছে 60% অক্সিজেন ।


2.  3.0g কাৰ্বন 8.00g অক্সিজেনৰ সৈতে দহন কৰাত 11.00g কাৰ্বন ডাই-অক্সাইড উৎপন্ন হল । 3.00g কাৰ্বন 50.00g অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই-অক্সাইডৰ ভৰ কিমাণ হ ? ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ?

উত্তৰ উত্তটোৰ ক্ষেত্ৰত স্হিৰাণুপাত বিধি প্ৰযোজ্য হব ।

কাৰ্বন আৰু অক্সিজেনে ভৰ হিচাপে 3:8 অনুপাতত যোজিত হৈ 11g CO2  ৎপন্ন কৰে । গতিকে, 50g অক্সিজেনত 3g কাৰ্বন দহন কৰিলে সম পৰিমাণৰ কাৰ্বন ডাই-অক্সাইড অৰ্থাৎ 11g কাৰ্বন ডাই-অক্সাইড উপন্ন হব। অতিৰিক্ত অক্সিজেনখিনিয়ে অৰ্থাৎ 50g – 8g = 42g অক্সিজেনে বিক্ৰয়াটোত অংশগ্ৰহণ নকৰিব ।

3.  বহু পাৰমাণৱিক আয়নবোৰ কি ? উদাহৰণ দিয়া

    উত্তৰবহুপাৰমাণৱিক আয়ন হৈছে আধাযুক্ত

     পৰমাণু  সমষ্টি  যিয়ে এটা গোটৰ দৰে আচৰণ কৰে ।

উদাহৰণঃ হাইড্ৰঅক্সাইড আয়নOH- এটা বহুপাৰমাণৱিক আয়ন ।ই দুই প্ৰকাৰৰ (অক্সিজেন আৰু হাইড্ৰজেন) সংযোজিত হৈ গঠিত হৈছে আৰু ঋণাত্মক আধান বহন কৰিছে ।

এননিয়াম আয়ন NH4+, দুই পপ্ৰকাৰৰ পৰমাণু (নাট্ৰজেন আৰু হাইড্ৰজেন) সংযোজিত হৈ গঠিত হৈছে আৰু ধণাত্মক আধান বহন কৰিছে ।

4.  তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা ।

(a)          মেগনেছিয়াম ক্লৰাইড

(b)          কেলছিয়াম অক্সাইড

(c)           কপাৰ নাইট্ৰেট

(d)          এলুমিনিয়াম ক্লৰাইড

(e)          কেলছিয়াম কাৰ্বনেট

উত্তৰ   

(a)          MgC12

(b)          Ca0

(c)           Cu(NO3)2

(d)          A1C13

(e)          CaCO3

5.  তলৰ যৌগবোৰত থকা মৌতবোৰৰ নাম দিয়াঃ

(a)          পোৰা চূণ (Quick Lime)

(b)          হাইড্ৰজেন ব্ৰমাইড

(c)           বেকিং পাউদাৰ

(d)          পটেছিয়াম ছালফেট

      উত্তৰ

(a)          পোৰা চূণঃ কেলছিয়াম আৰু অক্সিজেন

(b)          হাইড্ৰজেন ব্ৰমাইডঃ হাইড্ৰজেন আৰু ব্ৰমিন

(c)           বেকিং পাউদাৰঃ ছডিয়াম, হাইড্ৰজেন, কাৰ্বন আৰু অক্সিজেন

(d)          পটেছিয়াম ছালফেটঃ পটেছিয়াম, ছালফাৰ আৰু অক্সিজেন



6.  তলৰ পদাৰ্থবোৰৰ মলাৰ ভৰ গণনা কৰা ।

(a)          ইথাইন,C2 H2

(b)          ছালফাৰ অণু, S8 

(c) ফছফৰাছ অণু, P(ফছফৰাছৰপাৰমাণৱিক  ভৰ = 31)

(d)          হাইড্ৰক্লৰিক এছিড, HC1

(e)          নাইট্ৰিক এছ্ড, HNO3

   উত্তৰ

(a)          ইথাইন,C2 H2 ৰ আণৱিক ভৰ

= (2 × C ৰ পাৰমাণৱিকভৰ) + (2×H পাৰমাণৱিক ভৰ)

           = (2 × 12) + (2 × 1)

           = 24 + 2

           = 26u

     গতিকে, C2 H2 লাৰ ভৰ 26u  ।

(b)          ছালফাৰ অণু, S8  ৰ আণৱিক ভৰ

          = (8 × S ৰ পাৰমাণৱিক ভৰ)

          = 8 × 32

          = 256u

      গতিকে, S8  ৰ মলাৰ ভৰ 256u  ।

(c)           ফছফৰাছ অণু, P4 ৰ আণৱিক ভৰ

          = (4 × P ৰ পাৰমাণৱিক ভৰ)

          = 4 × 31

          = 124u

     গতিকে, P4 লাৰ ভৰ 124u  ।

(d)          হাইড্ৰক্লৰিক এছিড, HC1 ৰ আণৱিক ভৰ

       = (1×Hৰ পাৰমাণৱিক ভৰ)+(1×C1 ৰ পাৰমাণৱিক ভৰ)

       = (1 × 1) + (1 × 35.5)

       = 1 + 35.5

       = 36.5u

     গতিকে, HC1 লাৰ ভৰ 36.5u  

(e)          নাইট্ৰিক এছিড, HNO3 ৰ আণৱিক ভৰ

 = (1×H ৰ পাৰমাণৱিক ভৰ)+(1×N ৰ পাৰমাণৱিক)                 

       = (1 × 1) + (1 × 1) + (3 × 16)

          = 1 + 14 + 48

          = 63u

     গতিকে, HNO3 ৰ মলাৰ ভৰ 63u


7.  ভৰ কিমান-

(a)          1 ল নাইট্ৰজেন পৰমাণুৰ ?

(b)          4 এলুমিনিয়াম পৰমামু (এলুমিনিয়ামৰ পৰমাণৱিক ভৰ = 27)  ?

(c)           10 ডিয়াম ছালফাইট (Na2SO3) ?

উত্তৰ

(a)          1ল নাইট্ৰজেন পৰমাণুৰ ভৰ= নাইট্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ = 14g

(b)          এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ= 27u

গতিকে, এলুমিনিয়ামৰ গ্ৰাম পাৰমাণৱিক ভৰ  = 27g

4 এলুমিনিয়াম পৰমামুৰ ভৰ = 4×1

এলুমিনিয়ামৰ পৰমাণুৰ ভৰ= 4 × এলুমিনিয়ামৰ গ্ৰাম পাৰমাণৱিক ভৰ = 4 × 27g = 108g

(c)            ডিয়াম ছালফাইট (Na2 SO3) ৰ আণৱিক ভৰ

=   (2 × Na পাৰমাণৱিক ভৰ)+(1 × S ৰ পাৰমাণৱিক ভৰ)+(3 × O ৰ পাৰমাণৱিক ভৰ)

= (2 × 23) + (1 × 32) + (3 × 16)

= 46 + 32 + 48

= 126u

গতিকে, Na2 SO3 ৰ গ্ৰাম আণৱিক ভৰ = 126g

10 Na2 SO3 ৰ ভৰ = 10 × 1 Na2 SO3 ভৰ

= 10 × Na2 SO3 ৰ গ্ৰাম আণৱিক ভৰ

= 10 × 126g

= 1260g



8.  ললৈ পৰিবৰ্তন পৰাঃ

(a)          12g অক্সিজেন গেছ ।

(b)          20g পানী ।

(c)           22g কাৰ্বন ডাইঅক্সাইড

উত্তৰ

(a)          অক্সিজেন গেছ (O2) ৰ আণৱিক ভৰ = 2 × অক্সিজেনৰ পাৰমাণৱিক ভৰ

 = 2 × 16

 = 32u

             গতিকে, অক্সিজেন গেছৰ গ্ৰাম আণৱিক ভৰ 32g

   
                                       

(b)          পানী(H2O) আণৱিক ভৰ=(2×H ৰ পাৰমাণৱিক ভৰ)+(1×O ৰ পাৰমাণৱিক ভৰ)

                    = (2 × 1) + (1 × 16)

                    = 2 + 16

                    = 18u

 গতিকে,পানীৰ গ্ৰাম আণৱিক ভৰ 18u

  

                                       

গতিকে, 20g পানী = 1.11

(c)          CO2 ৰ আণৱিক ভৰ = (1 × ৰ পাৰমাণৱিক ভৰ) + (2 × ৰ পাৰমাণৱিক ভৰ)

                 = (1 × 12) + (2 × 16)

                 = 12 + 32

                 = 44u

গতিকে, CO2 ৰ গ্ৰাম আণৱিক ভৰ 44u

     

 গতিকে, 22g CO2 = 0.5



9.  ভৰ কিমান-

(a)       0.2 ল অক্সিজেন পৰমাণুৰ ?

(b)       0.5 ল পানীৰ অণুৰ ?

উত্তৰ

(a)          অক্সিজেন পৰমাণুৰ গ্ৰাম পাৰমাণৱিক ভপ = 16g

      ∴ 1  অক্সিজেন পৰমাণুৰ ভৰ = 16g

      0.2 অক্সিজেন পৰমাণুৰ ভৰ = 16 × 0.2g = 3.2g

(b)          পানীৰ অণু (H2O)ৰ আণৱিক ভৰ = (2 × H ৰ পাৰমাণৱিক ভৰ) + (1 × O ৰ পাৰমাণৱিক ভৰ )

             = (2 × 1) + (1 × 16)

             = 2 + 16

             = 18u

 পানীৰ অণুৰ গ্ৰাম আণৱিক ভৰ 18u

গতিকে, 1 ল পানীৰ অণুৰ ভৰ = 18u

0.5 ল পানীৰ অণুৰ ভৰ = 18 × 0.5g

                                              = 9g

  গতিকে, 0.5 ল পানীৰ অণুৰ ভৰ = 9g

10.  16g গোটা ছালফাৰত থকা ছালফাৰ অণু (S8) ৰ সংখ্যা গণনা কৰা ।

উত্তৰ

      ছালফাৰৰ পাৰমাণৱিক ভৰ = 32 u

      ছালফাৰ (S8) ৰ আণৱিক ভৰ = 8 × ছালফাৰৰ

           পাৰমাণৱিক ভৰ = 8 × 32

                            = 256 u

ছালফাৰ (S8) ৰ গ্ৰামআণৱিক ভৰ = 256 u

ছালফাৰ (S8) ৰ গ্ৰামআণৱিক ভৰ = 1 S8 অণু

   256 গ্ৰাম = S8 6.022 × 1023 টা অণু

গতিকে 256g গোটা ছালফাৰত থাকে 6.022 × 1023 টা অণু

    

                   = 3.76 × 1022 টা অণু়

 গতিকে, 16g গোটা ছালফাৰত থকা ছালফাৰ অণু (S8) ৰ সংখ্যা 3.76 × 1022 টা ।



11.  0.051g এলুমিনিয়াম অক্সাইড থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা তকা ।

উত্তৰ

 A1 ৰ পাৰমাণৱিক ভৰ = 27u

 A1 ৰ গ্ৰাম পাৰমাণৱিক ভৰ = 27g

    ∴ এলুমিনিয়াম অক্সাইড (A12 O3) ৰ আণৱিক

   =(2×A1 ৰ পাৰমাণৱিক ভৰ)+(3×O পাৰমাণৱিক ভৰ

   = (2 × 7) + (3 ×16)     

   = 54 + 48

   = 102u

  A12 O3 ৰ গ্ৰাম আণৱিক ভৰ = 102 = 1 A12 O3

       এতিয়া, 1 A12 O3 ত থাকে 2 A1

   1A12 O3 A1 ৰ ভৰ = 2 × A1 ৰ গ্ৰাম পাৰআণৱিক ভৰ

               = 2 × 27g

             = 54g

       গতিকে, 102g A12 O3 ত থকা A1 ৰ ভৰ = 54g

   ∴ 0.05g A12 O3 থকা A1 ৰ ভৰ = 54/102 × 0.05g

                                                       = 0.27g

     এলুমিনিয়াম আয়নৰ ভৰ এলুমিনিয়াম পৰমাণুৰ ভৰৰ সৈতে সমান ।

  1ল এলুমিনিয়ামত পৰমাণু / আয়নৰ ভৰ27g আৰু ইয়াত 6.022 × 1023 টা এলুমিনিয়াম আয়ন থাকে ।

      

             = 6.022 × 1020 টা আয়ন

গতিকে, 0.051g এলুমিনিয়াম অক্সাইড থকা এলুমিনিয়াম আয়নৰ সংখ্যা 6.022 × 1020 টা ।



Published by Krishna Das

************


Previous Post Next Post