NCERT Solution for Class 8 General Mathematics
Chapter 1 Rational Number exercise 1.1 ( পৰিমেয় সংখ্যা class 8)
Class
8 mathes chapter 1 exercise 1.1. Class 8 Solution for Assamese Medium Student .
Assamese Solution SEBA Class10
Mathematics Solution .Assamese Medium mathematics
Class 8 Chapter 1 Solution | নৱম
শ্ৰেণীৰ সাধাৰণ গণিত | পৰিমেয় সংখ্যা class 8 . SEBA Class 8 Maths Solution Assamese medium .
অনুশীলনী 1.1
1. তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰাঃ
(i) পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি
চলে ।
(ii) পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ
বিধি মানি চলে ।
(iii) পৰিমেয় সংখ্যাই বিয়োগত আৱদ্ধ নহয় ।
(iv) শূণ্যৰ প্ৰতিক্ৰম নাই ।
(v) 0 টো পৰিমেয় সংখ্যা ।
সমাধানঃ
(i)
উক্তিটো সত্য ।
(ii)
উক্তিটো অসত্য ।
(iii)
উক্তিটো অসত্য ।
(iv)
উক্তিটো সত্য ।
(v)
উক্তিটো সত্য ।
(vi)
উক্তিটো সত্য ।
(vii)
উক্তিটো সত্য ।
(viii)
উক্তিটো অসত্য ।
(ix)
উক্তিটো অসত্য ।
(x)
উক্তিটো সত্য ।
2.
তলৰ বীপৰীত
সংখ্যাবোৰ লিখা ।