Class 10 Maths Revision Exercise R-2 in Solution Assamese Medium
Class 10 Maths Chapter Revision Exercise R-2 in Assamese Medium. Revision Exercise R-2 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter Revision Exercise R-2 in Assamese medium.
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths Solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
Chapter 14 Statistics Class10 has total 4 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise.
The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.
Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.
Chapters Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
follow us on
দশম শ্ৰেণীৰ গণিতৰ পুণৰালোচনা অধ্যায় ৰ সমাধান বোৰৰ বাবে তলৰ লিংকত ক্নিক কৰিব ।
- পুণৰালোচনা
- বাস্তৱ সংখ্যা
- বহুপদ
- দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
- দ্বিঘাত সমীকৰণ
- সমান্তৰ প্ৰগতি
- ত্ৰিভুজ
- স্থানাংক জ্যামিতি
- ত্ৰিকোণমিতিৰ পৰিচয়
- ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ
- বৃত্ত
- অংকণ
- বৃত্ত সম্বন্ধীয় কালি
- পৃষ্ঠকালি আৰু আয়তন
- পৰিসংখ্য
- সম্ভাৱিতা
Class 10 Maths Revision Exercise R-2 in Assamese medium
Class 10 General Mathematics Revision Chapter Solutions in Assamese Medium
Revision Chapter Class10 has total 6 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise
পুণৰালোচনা | Solutions Link |
---|---|
অনুশীলনী R-1 (Exercise R-1) | সমাধান |
অনুশীলনী R-2 (Exercise R-2) | সমাধান |
অনুশীলনী R-3 (Exercise R-3) | সমাধান |
অনুশীলনী R-4 (Exercise R-4) | সমাধান |
অনুশীলনী R-5 (Exercise R-5) | সমাধান |
অনুশীলনী R-6 (Exercise R-6) | সমাধান |
SEBA NCERT text book Solutions for Class 10
revision Chapter Assamese medium
| class 10 math solution in Assamese medium.
দশমান শ্ৰেণীৰ গণিতৰ পুণৰালোচনা অধ্যায়ৰ অনুশীলনী R-2 ৰ সমাধানবোৰ অতি সুন্দৰ ভাবে
কৰি কৰিবলৈ যত্ন কৰিছো ।
পুণৰালোচনা
পোণৰালোচনা অধ্যায় অনুশীলনী R-2 ( Exercise R-2) দশম শ্ৰেণী সাধাৰণ গণিত | ইয়াত আমি এই অনুশীলনীৰ সমস্যাবোৰ অতি সহজতে
সমাধান কৰিবলৈ যত্ন কৰিছো |
Revision
SEBA board NCERT textbook
solutions for class 10 math’s Revision.
SEBA
Board Class 10 Maths Textbook Solution
Revision
পুণৰালোচনা
Exercise
R-2 (অনুশীলনী R-2)
অনুশীলনী : R – 2
1.
তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ’ব ?
(i) 272 (ii) 79 (iii) 400 (iv) 2637
সমাধান :
(i) 272 x 272
∴ 272 ৰ বৰ্গ সংখ্যাৰ এককৰ স্থান হ’ব 4 |
(ii)
79 x79
= 6241
=
1
∴ 79 ৰ বৰ্গ সংখ্যাৰ এককৰ স্থান হ’ব 1 |
(iv)
400 x 400
= 160000
∴ 400 ৰ বৰ্গ সংখ্যাৰ এককৰ
স্থান হ’ব 0
(v)
2637 x 2637
= 6953769
∴ 2637 ৰ বৰ্গ সংখ্যাৰ এককৰ স্থান হ’ব 9 ।
2.
তলৰ সংখ্যাকেইটাৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি ?
(i)
1057 (ii) 7928
(iii) 222 (iv)
640
Note: (i) সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0, 1, 4, 5, 6,
9 ৰে শেষ হয় ।
(
ii) কোনো সংখ্যাৰ এককৰ স্থানত 2, 3, 7, 8 থাকিলে সেই সংখ্যাবোৰ
পুৰ্ণ সংখ্যা নহয় ।
সমাধান :
(i)1057 সংখ্যাটো
পূৰ্ণবৰ্গ সংখ্যা নহয় । কাৰণ ইয়াত এককৰ
ঘৰত 7 আছে ।
(ii) 7928
সংখ্যাটো
পূৰ্ণবৰ্গ সংখ্যা নহয় । কাৰণ ইয়াত এককৰ 8 ঘৰত আছে ।
(iii) 222 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় । কাৰণ ইয়াত এককৰ 2 ঘৰত আছে ।
(iv) 640 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় । পূৰ্ণবৰ্গ হ’বলৈ সোঁফালে দুটা শূণ্য একেলগে থাকিব লাগিব ।
3.
তলৰ
সংখ্যাকেইটাৰ বৰ্গ কিমান হ’ব ?
(i)
19 (ii) 37 (iii) 53 (iv)
78
সমাধান :
(i) 19 ৰ বৰ্গ = 19 x 19
(ii) 37 ৰ বৰ্গ = 37 x 37
(iii) 53 ৰ বৰ্গ = 53 x 53
(iv) 78 ৰ বৰ্গ = 78 x 78
4.
মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয়
কৰা :
(i) 1764 (ii) 9216 (iii) 7744 (iv) 9801
সমাধান :
(i) 1764
= 42
(ii) 9216
∴ √9216 = 2 × 2 × 2 × 2 × 2 × 3
= 96
(iii) 7744
∴ √7744 = 2 × 2 × 2 × 11
= 88
(iv) 9801
∴ √9801 = 9 ×
11
= 99
5. তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ’ব ?
(i) 1525 (ii) 1008 (iii) 2028 (iv) 768
সমাধান :
(i) 1525
∴ 1525 = 5 × 5 × 61
ইয়াত সোঁপক্ষত 61 অকলশৰীয়া । গতিকে এই
61 ক আন এটা 61 ৰে পুৰণ কৰিলে যোৰ হ’ব । সেয়ে দিয়োপক্ষত 61 ৰে পুৰণ কৰি পাঁও,
∴ 1525×61 = 5 × 5 × 61×61
∴ 1525×61 = 52 × 612
∴ 1525×61 অৰ্থাৎ 93025 এটা
পূৰ্ণ বৰ্গ সংখ্যা
∴ 1525 ক 61 ৰে পুৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ’ব।
(ii) 1008
∴ 1008 = 2 × 2 × 2 × 2 × 3 ×3 × 7
ইয়াত সোঁপক্ষত 7 অকলশৰীয়া । গতিকে এই 7 ক আন এটা 7 ৰে পুৰণ
কৰিলে যোৰ হ’ব । সেয়ে দিয়োপক্ষত 7 ৰে পুৰণ কৰি পাঁও,
∴ 1008×7 = 2 × 2 × 2 × 2 × 3 ×3 × 7×7
∴ 1008×7 = 22 × 22 × 32 × 72
∴ 1008×7 অৰ্থাৎ 7056 এটা পূৰ্ণ বৰ্গ সংখ্যা
∴ 1008 ক 7 ৰে পুৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ’ব।
(iii) 2028
∴ 2028 = 2 × 2 × 3 × 13 × 13
ইয়াত সোঁপক্ষত 3 অকলশৰীয়া । গতিকে এই 3 ক আন এটা 3 ৰে পুৰণ
কৰিলে যোৰ হ’ব । সেয়ে দিয়োপক্ষত 3 ৰে পুৰণ কৰি পাঁও,
∴ 2028×3 = 2 × 2 × 3×3 × 13 × 13
∴ 2028×3 = 22 × 32 × 132
∴ 2028×3 অৰ্থাৎ 6084 এটা পূৰ্ণ বৰ্গ সংখ্যা
∴ 2028 ৰ লগত
আটাইতকৈ সৰু সংখ্যা 3 পূৰণ কৰিলে 2028 এটা পূৰ্ণবৰ্গ সংখ্যা
হ’ব ।
(iv) 768
∴ 768 = 2 × 2 × 2 × 2 × 2 × 2 × 2 × 2 × 3
ইয়াত সোঁপক্ষত 3 অকলশৰীয়া । গতিকে এই 3 ক আন এটা 3 ৰে পুৰণ
কৰিলে যোৰ হ’ব । সেয়ে দিয়োপক্ষত 3 ৰে পুৰণ কৰি পাঁও,
∴ 768×3 = 2 × 2 × 2 × 2 × 2 × 2 × 2 × 2 × 3×3
∴ 768×3 = 22 × 22×22 × 22 × 32
∴ 768×3 অৰ্থাৎ 2304 এটা পূৰ্ণ বৰ্গ সংখ্যা
∴ 768 ৰ লগত আটাইতকৈ সৰু সংখ্যা 3 পূৰণ কৰিলে 768 এটা পূৰ্ণবৰ্গ সংখ্যা
হ’ব ।
6.
তলৰ প্ৰতিটো
সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ’ব ?
(i)
468 (ii)
1584 (iii) 2645
(iv) 1620
সমাধান :
(i) 468
∴ 468 = 2 × 2 × 3 × 3 × 13
ইয়াত দেখা গৈছে যে ,
সোঁপক্ষত 13 সংখ্যাটো যোৰ হৈ থকা নাই । গতিকে দুয়োপক্ষক 13 ৰে হৰণ কৰিলে পাওঁ
468 ÷ 13 = (22 × 32×13) ÷13
অৰ্থাৎ 36 = 22 × 32
এতিয়া
দখা গ’ল যে, 468 ক 13 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ’ব ।
(ii) 1584
∴ 1584 = 2 × 2 × 2 × 2 × 3 × 3 × 11
ইয়াত দেখা গৈছে যে ,
সোঁপক্ষত 11 সংখ্যাটো যোৰ হৈ থকা নাই ।
গতিকে দুয়োপক্ষক 11 ৰে হৰণ কৰিলে পাওঁ
1584 ÷ 11 = (2 × 2 × 2 × 2 × 3 × 3 × 11) ÷11
অৰ্থাৎ 144 = 2 × 2 × 2 × 2 × 3 × 3
এতিয়া
দখা গ’ল যে, 1584 ক 11 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ’ব ।
(iii)
2645
∴ 2645 =
5 × 23 × 23
ইয়াত দেখা গৈছে যে ,
সোঁপক্ষত 5 সংখ্যাটো যোৰ হৈ থকা নাই ।
গতিকে দুয়োপক্ষক 5 ৰে হৰণ কৰিলে পাওঁ
2645 ÷ 5 = (5 × 23 ×
23) ÷5
অৰ্থাৎ 529 = 23 × 23
এতিয়া দখা গ’ল যে, 2645 ক 5 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ’ব ।
(iv) 1620
∴ 1620 = 2 × 2 × 5 × 3 × 3 × 3 × 3
ইয়াত দেখা গৈছে যে ,
সোঁপক্ষত 5 সংখ্যাটো যোৰ হৈ থকা নাই ।
গতিকে দুয়োপক্ষক 5 ৰে হৰণ কৰিলে পাওঁ
1620 ÷ 5 = (2 × 2 × 5 × 3 × 3 × 3 × 3) ÷5
অৰ্থাৎ 324 = 2 × 2 × 3 × 3 × 3 × 3
এতিয়া দখা গ’ল যে, 1620 ক 5 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ’ব ।
7.
সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ
ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে । প্ৰতি
শাৰীত কেইজনকৈ সৈন্য আছিল ?
সমাধান :
ধৰোঁ ,
প্ৰতিশাৰীত থকা সৈন্যৰ সংখ্যা = x জন
প্ৰশ্নমতে,
∴ প্ৰতিশাৰীত থকা সৈন্যৰ সংখ্যা = 42 জন ।
8.
4,9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ
বৰ্গ সংখ্যাটো উলিওৱা ।
সমাধান :
প্ৰথমে 4, 9 আৰু 10 ৰ লঃসাঃগু উলিয়াই পাওঁ,
লঃসাঃগু = 2×2×3×3×5
= 180
ইয়াত 180 ক 4,9 আৰু 10 ৰে
হৰণ যায় আৰু ই লঘিষ্ঠ , কিন্তু ই পূৰ্ণবৰ্গ
সংখ্যা নহয় । আকৌ 180 ৰ উৎপাদক বিলাকত এটা 5 যোৰ হৈ থকা নাই । গতিকে এটা অতিৰিক্ত
5 ৰে উভয়পক্ষত পুৰণ কৰি পাওঁ,
180 × 5 = 2×2×3×3×5× 5
⇒180 × 5 = 22×32×52
∴ 180 × 5 অৰ্থৎ 900 সংখ্যাটো পূৰ্ণবৰ্গ ।
গতিকে
4, 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গসংখ্যাটো হ’ল 900
9.
হৰণ
পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ।
(i) 2116 (ii)
4761 (iii) 576 (iv)
6084
সমাধান :
(i) 2116
∴ 2116 ৰ বৰ্গমূল = 46
(ii) 4761
∴ 4761 ৰ বৰ্গমূল = 69
(iii) 576
∴ 576 ৰ বৰ্গমূল = 24
(iv) 6084
∴ 6084 ৰ বৰ্গমূল = 78
10.
তলৰ
দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা ।
(i) 12.25 (ii) 24.01 (iii) 146.41 (iv) 102.01
সমাধান :
(i) 12.25
∴ 12.25 ৰ বৰ্গমূল = 3.5
(ii) 24.01
∴ 24.01 ৰ বৰ্গমূল = 4.9
(iii) 146.41
∴ 146.41 ৰ বৰ্গমূল = 12.1
(iv) 102.01
∴ 102.01
ৰ বৰ্গমূল = 10.1
(11)
(a) তলৰ কোনটো সংখ্যা অযুগ্ম
সংখ্যাৰ বৰ্গ ?
(i)256 (ii) 169 (iii) 546 (iv) 754
Answer : (ii) 169
(b) তলৰ কোনটো একক স্থানত 1 থাকিব ?
(i) 192 (ii) 342 (ii) 182 (iv) 202
Answer : (i) 192
(c) 182 আৰু 192 মাজত কেইটা স্বাভাৱিক সংখ্যা আছে?
(i) 38 (ii) 36 (iii) 42 (iv) 40
Answer : (ii) 36
(d) তলৰ কোনটো বৰ্গ সংখ্যা নহয় ?
(i) 441 (ii) 572 (iii) 576 (iv) 729
Answer : (ii) 572
(i) 45 (ii) 4.5 (iii) 0.45 (iv) 0.045
Answer : (ii) 4.5
Published by Lokesh Das
Class 10 Math’s Assamese Medium questions Answer
CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS REVISION CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHS REVISION EXERCISE R-2 SOLUTIONS IN ASSAMESE MEDIUM.
****************