SEBA NCERT Solution for Class 9 Mathematics Chapter 2 Polynomials. Class 9 maths exercise 2.1 Assamese medium.
The Board of Secondary Education, Assam , Class 9 Polynomials Class 9 mathe Exercise 2.1 solution in assamese medium | SEBA Class 9 Maths class 9 maths 2.1 solution in assamese |
SEBA Class 9 Maths. Class 9 maths 2.1 solution in Assamese | অনুশীলনী 2.1 বহুপদ || Class 9 maths in Assamese || Exercise 2.1 for class 9 | class 9 mathematics chapter Polynomials 2 exercise 2.1 .
বহুপদ ( Polynomials ) দ্ধিতীয় অধ্যায় । এই অধ্যায়ত আমি (Exercise 2.1) সকলো প্ৰশ্নৰ উত্তৰ অতি সহজ পদ্ধতিৰে দিবলৈ যত্ন কৰিছো । Class 9 Question Answer Assam, CLASS X SEBA | SEBA | Assam School Books Solutions | SEBA Class X All Subject Solution | নৱম শ্ৰেণী প্ৰশ্ন উত্তৰ
SEBA Board ncert textbook solutions for class 9 maths chapter 2 Polynomials
SEBA Board Class 9 Maths Textbook Solution
Polynomials
বহুপদ
Exercise 2.1 (অনুশীলনী)
1. তলৰ কোনকেইটা ৰাশি এটা চলকযুত্ত ৰৈখিক বহুপদ আৰু কোনকেইটা নহয়? তোমাৰ উত্তৰৰ যুক্তি দিয়া –
সমাধান:
এটা চলকযুক্ত বহুপদবোৰ হ'ল,
চলকযুক্ত বহুপদবোৰ নহয়,
তিনিটা চলকযুক্ত
বহুপদবোৰ হ'ল,
2. তলৰ প্ৰতিটোৰে x2 ৰ সহগ লিখা:
(v) (2x-3)(x2-3x+1)
সমাধান:
(i) 2 + x2 + x; ইয়াত x2 ৰ সহগ = 1
(ii) 2 - x2 + x3; ইয়াত x2 ৰ সহগ = - 1
3. 35 মাত্ৰযুক্ত
এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা
একপদৰ একোটাকৈ উদাহৰণ দিয়া ।
সমাধান:
35 মাত্ৰযুক্ত এটা দ্বিপদ ৰাশি হ'ল, x35 + 3
আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ ৰাশি হ'ল, y100
4. তলৰ বহুপদবোৰৰ মাত্ৰা লিখা:
(i) 5x3 + 4x2 + 7x (ii) 4 – y2
(iii) 5t - √7 (iv) 3
সমাধান:
(i)
5x3 + 4x2 + 7x ৰ মাত্ৰা হ’ল, 3
(ii)
4 – y2 ৰ মাত্ৰা হ’ল, 2
(iii)
5t - √7 ৰ মাত্ৰা হ’ল, 1
(iv)
3 ৰ মাত্ৰা হ’ল, 0
5. তলৰ ৰৈখিক,দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা:
সমাধান:
ৰৈখিক বহুপদ: (iv) 1 + x
(v) 3t
দ্বিঘাত বহুপদ: (i) x2 + x (iii) y + y2
+ 4 (vi) r2
ত্ৰিঘাত বহুপদ: (ii) x - x 3(vii) 7x3
Published by Abhiman Das
************