Class 9 maths solution exercise 1.4 assamese medium. Class 9 Maths assamese medium question answer

সংখ্যা প্ৰণালী (Number System) | Class 9 Mathematics solution in Assamese medium. Class 9  mathe Exercise 1.4 solution in Assamese medium |


SEBA NCERT text book Solutions for Class 9 | class 9 math solution in Assamese medium. Class 9 Maths solution exercise 1.4 Assamese medium . Class 9 Maths Assamese medium question answer. Class 9 Assamese question answer chapter 1 number system .

 

সংখ্যা প্ৰণালী

 

সংখ্যা প্ৰণালী (Number System) অধ্যায়  অনুশীলনী 1.4 Exercise 1.4দশম শ্ৰেণী সাধাৰণ গণিত | ইয়াত আমি এই অনুশীলনীৰ সমস্যাবোৰ অতি সহজতে সমাধান কৰিবলৈ যত্ন কৰিছো |

 

Number System

 

SEBA board NCERT textbook solutions for class 10 math’s Revision.

 

SEBA Board Class 10 Maths Textbook Solution

 

 

Exercise 1.4 (অনুশীলনী 1.4)

 

অনুশীলনী :  1.4

 

    1.  ক্ৰমাগত পৰিৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত  প্ৰৰ্দশন কৰা  ?

    সমাধান:

       (i)     3.765 সংখ্যাটো 3 আৰু 4 ৰ মাজত থাকিব ।

     (ii)   3.765 সংখ্যাটো 3.7 আৰু 3.8 ৰ মাজত থাকিব

   (iii)  3.765 সংখ্যাটো  3.76 আৰু 3.77 ৰ মাজত থকিব ।

       
     
   
  (iv)   সংখ্যাৰেখাত থকা P বিন্দুটোৱে 3.765 ক নিৰ্দ্দেশ কৰিছে ।

       2.  সংখ্যাৰেখাত থকা P বিন্দুটোৱে 3.765 ক নিৰ্দ্দশ কৰিব ।

     সমাধান:

      (i)     4.26 সংখ্যাটো 4 আৰু 5 ৰ মাজত থাকিব ।

    (ii)     4.26 সংখ্যাটো 4.2 আৰু 4.3 ৰ মাজত থাকিব ।

    (iii)   4.26 সংখ্যাটো 4.26  আৰু 427  ৰ মাজত থাকিব ।

   ইয়াত 4.26 সংখ্যাটোৰ চতুৰ্থ দশমিক স্হান  = 4.266

(iv)             সংখ্যাৰেখাডালত থকা Q বিন্দুটোৱেই 4.26 ক নিৰ্দ্দশ কৰিব ।



Published by Abhiman Das


************



Previous Post Next Post