সংখ্যা প্ৰণালী (Number System) | Class 9 Mathematics solution in Assamese medium. Class 9 mathe Exercise 1.5 solution in Assamese medium |
SEBA NCERT text book Solutions for Class 9 | class 9 math solution in Assamese medium. Class 9 Maths solution exercise 1.5 Assamese medium . Class 9 Maths Assamese medium question answer. Class 9 Assamese question answer chapter 1 number system .
সংখ্যা প্ৰণালী
সংখ্যা প্ৰণালী (Number System) অধ্যায় অনুশীলনী 1.5 ( Exercise 1.5) দশম শ্ৰেণী সাধাৰণ গণিত | ইয়াত আমি এই অনুশীলনীৰ সমস্যাবোৰ অতি সহজতে সমাধান কৰিবলৈ যত্ন কৰিছো |
Number System
SEBA board NCERT textbook solutions for class 10 math’s Revision.
SEBA Board Class 9 Maths Textbook Solution
Exercise 1.5 (অনুশীলনী 1.5)
অনুশীলনী : 1.5
1. তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অৰিমেয় হিচাবে শ্ৰণীভুক্ত কৰা ।
(v) 2π
পৰিমেয় সংখ্যাবোৰ হল -:
অপৰিমেয় সংখ্যাবোৰ হল -:
2.
তলৰ প্ৰতিটো ৰাখি সৰল কৰা ।
(i)
(3 + √3) (2 + √2)
সমাধান:
(ii)
(3 + √3) (3
- √3)
সমাধান:
সমাধান:





সমাধান:


সমাধান:

3.
মনত পেলোৱা যে π ৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি (ধৰা C)আৰু সেই বৃত্তৰ ব্যাসৰ (ধৰা D) অনুপাত বুলি কোৱা হৈছে । অৰ্থাৎ π = C/D । দেখা গৈছে যে এই
কথাই π যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে । এই
বিৰোধিতা কিদৰে মীমাংসা কৰিবা ?
সমাধান:
ইয়াত কোনো বিৰোধ নাই । মনত
ৰখা হ’ল যে যেতিয়া তুমি কোনো
দৈৰ্ঘ্য এডাল স্কেল নাইবা অইন কোনো উপায়েৰে জোখা, তুমি কেৱল এটা আসন্ন পৰিমেয়
মানেহে পাবা । গতিকে, তুমি উপলদ্ধ কৰিব নোৱাৰিব পাৰা যে হয় C নাইবা D অপৰিমেয়।
4. √9.3 ক সংখ্যা ৰেখাত
উপস্হাপন কৰা ।
সমাধান:

এটা স্হিৰ বিন্দু A ৰ পৰা 9.3
একক দুৰত্বত B এটা বিন্দু লোৱা হ’ল । B বিন্দুৰ পৰা 1 একক দুৰত্বত C আন এটা বিন্দু লোৱা হ’ল । A আৰু C ৰ পৰা
মধ্যবিন্দু O সূচিত কৰা হয় ।
এতিয়া OC ৰ সমান ব্যসাৰ্ধ লৈ AC
ছেদ কৰাকৈ এটা অৰ্ধবৃক্ত অংকণ কৰা হ’ল । এতিয়া AC ৰ ওপৰত
AC⊥BD অংকণ কৰা হ’ল । এতিয়া DB ৰ সমান ব্যসাৰ্ধ লৈ B বিন্দুক কেন্দ্ৰ ধৰি আন এটা বৃ্ক্তচাপ অংকণ কৰা
হ’ল । এই বৃক্তচাটোৱে AC ৰ বৰ্দ্ধিত অংশত
Q বিন্দুত ছেদ কৰছি।
Q বিন্দুটোৱে √9.3 ক বুজাব ।
4. তলৰ ৰাশিৰ হৰ বিলাক পৰিমেয় কৰা:
সমাধান:






সমাধান:

= সোঁপক্ষ
দেখুওৱা হ’ল

সমাধান:


সমাধান:

Published by Abhiman Das
************