The Board of Secondary Education, Assam. Class 9 Exercise 5.2 Assamese medium. Introduction to Euclid’s Geometry.
SEBA NCERT text book solution in Assamese Medium. ইউক্লিডৰ জ্যামিতিৰ পৰিচয় । অনুশীলনীঃ 5.2
SEBA NCERT Solution for Class 9 Mathematics Chapter 5 Introduction to Euclid’s Geometry . Class 9 math’s exercise 5.5 Assamese medium.
The Board of Secondary Education, Assam , Class 9 mathe Exercise 5.2 solution in assamese medium | SEBA Class 9 Maths class 9 maths 5.2 solution in assamese |
SEBA Board Class 9 Math’s Textbook Solution
Introduction to Euclid’s Geometry
ইউক্লিডৰ জ্যামিতিৰ পৰিচয়
Exercise 5.2 (অনুশীলনী 5.2)
1. ইউক্লিডৰ
পঞ্চম স্বীকাৰ্যটো সহজে বোধগম্য হোৱাকৈ তুমি কেনেকৈ পুনৰ লিখিবা ?
সমাধানঃ পৰস্পৰ
কটাকটি কৰা দুডাল বেলেগ বেলেগ ৰেখা একেডালে
ৰেখাৰ সমান্তাৰাল হ’ব নোৱাৰে ।
2. ইউক্লিডৰ
পঞ্চম স্বীকাৰ্যই সমান্তাৰাল ৰেখাৰ অৱস্হিত সুচায়নে ? ব্যাখ্যা কৰা
সমাধানঃ যদি
একেডাল সৰলৰেখা l একেডাল
সৰলৰেখা m আৰু n ক ছেদ কৰিলে l এটা ফালে
থকা অন্তঃস্হ কোণৰ সমষ্টি দুই সমকোণৰ সমান হয়, তেন্তে ইউক্লীডৰ পঞ্চম স্বীকাৰ্য
অনুযায়ী m আৰু n- l -ৰ এইটা ফালে কেতিয়াও এটা বিন্দুত লগ নালাগে
। এতিয়া আমি জানো যে l -ৰ আনটো
ফালে থকা অন্তঃকোণৰ সমষ্টি দুটা সমকোণৰ সমান ।
গতিকে ৰেখা
দুডাল l-ৰ আনটো
ফালেও কেতিয়াও এটা বিন্দুত লগ নালাগে ।
এতেকে দেখা
গল যে m আৰু n- কেতিয়াও লগ
নালাগে আৰু সেইবাবে সিহঁত সমান্তৰাল ।
Published by Abhiman Das
************