Class 9 maths solution in assamese. Class 9 maths exercise 5.2 assamese medium

The Board of Secondary Education, Assam. Class 9 Exercise 5.2 Assamese medium. Introduction to Euclid’s Geometry.

SEBA NCERT text book solution in Assamese Medium. ইউক্লিডৰ জ্যামিতিৰ পৰিচয় । অনুশীলনীঃ 5.2

SEBA  NCERT Solution for Class 9 Mathematics Chapter 5 Introduction to Euclid’s Geometry . Class 9 math’s exercise 5.5 Assamese medium.

The Board of Secondary Education, Assam , Class 9  mathe Exercise 5.2 solution in assamese medium | SEBA Class 9 Maths class 9 maths 5.2 solution in assamese |

 

SEBA Board Class 9 Math’s Textbook Solution

 

Introduction to Euclid’s Geometry 

 

ইউক্লিডৰ জ্যামিতিৰ পৰিচয়

 

Exercise 5.2 (অনুশীলনী 5.2)

 


     1.   ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সহজে বোধগম্য হোৱাকৈ তুমি কেনেকৈ পুনৰ লিখিবা ?

সমাধানঃ পৰস্পৰ কটাকটি কৰা দুডাল বেলেগ বেলেগ ৰেখা একেডালে  ৰেখাৰ সমান্তাৰাল হব নোৱাৰে ।

       2.   ইউক্লিডৰ পঞ্চম স্বীকাৰ্যই সমান্তাৰাল ৰেখাৰ অৱস্হিত সুচায়নে ? ব্যাখ্যা কৰা

সমাধানঃ যদি একেডাল সৰলৰেখা l একেডাল সৰলৰেখা m আৰু n ক ছেদ কৰিলে l এটা ফালে থকা অন্তঃস্হ কোণৰ সমষ্টি দুই সমকোণৰ সমান হয়, তেন্তে ইউক্লীডৰ পঞ্চম স্বীকাৰ্য অনুযায়ী m আৰু n- l -ৰ এইটা ফালে কেতিয়াও এটা বিন্দুত লগ নালাগে । এতিয়া আমি জানো যে l -ৰ আনটো ফালে থকা অন্তঃকোণৰ সমষ্টি দুটা সমকোণৰ সমান ।

গতিকে ৰেখা দুডাল  l-ৰ আনটো ফালেও কেতিয়াও এটা বিন্দুত লগ নালাগে ।

এতেকে দেখা গল যে m আৰু n- কেতিয়াও লগ নালাগে আৰু সেইবাবে সিহঁত সমান্তৰাল । 




Published by Abhiman Das

************

Previous Post Next Post