Class 10
Maths Chapter 6 Triangles Exercise 6.2 Solutions in Assamese Medium
Class 10 Maths Chapter 6 Triangles Exercise 6.2 in Assamese Medium. Triangles Exercise 6.2 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter 6 Triangles Exercise 6.2 in Assamese medium.
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths Solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.
Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.
Class 10 Maths Solutions in Assamese Medium
Chapters Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
follow us on
Class 10 General Mathematics Triangles Chapter Solutions in Assamese Medium
Triangles Chapter Class10 has total 6 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise
ত্ৰিভুজ | Solutions Link |
---|---|
অনুশীলনী 6.1 (Exercise 6.1) | সমাধান |
অনুশীলনী 6.2 (Exercise 6.2) | সমাধান |
অনুশীলনী 6.3 (Exercise 6.3) | সমাধান |
অনুশীলনী 6.4 (Exercise 6.4) | সমাধান |
অনুশীলনী 6.5 (Exercise 6.5) | সমাধান |
অনুশীলনী 6.6 (Exercise 6.6) | সমাধান |
SEBA NCERT text book Solutions for Class 10 Chapter 6 Assamese medium | class 10 math solution in Assamese medium. Class 10 Maths chapter 6 Exercise 6.2 Solution SEBA |
দশমান শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায় ৰ অনুশীলনী 6.2 ৰ সমাধানবোৰ অতি সুন্দৰ ভাবে কৰি কৰিবলৈ যত্ন কৰিছো ।
Exercise 6.2 (অনুশীলনী 6.2)
Exercise 6.2 Class 10 Maths Question 1 Solutions in Assamese Medium
1. চিত্ৰ 6.17 ৰ (i) আৰু (ii) ত, DE ∥ BC, এতিয়া (i) পৰা EC আৰু (ii) ৰ পৰা AD উলিওৱা । A
সমাধানঃ
চিত্ৰ 6.17ৰ (i) আৰু (ii) ত DE∥BC,
এতিয়া(i) ৰ পৰা EC = ? আৰু (ii) ৰ
AD = ? ।
দিয়া আছে,
(i) ৰ পৰা AD = 1.5cm
DB = 3cm
AE = 1cm
(ii) ৰ পৰা, DB = 7.2 cm
AE = 1.5 cm
EC = 5.4 cm
এতিয়া,
(i) ৰ পৰা DE ∥ BC
∴ EC = 2 cm
(ii) ৰ পৰা DE ∥ BC
Exercise 6.2 Class 10 Maths Question 1 Solutions in Assamese Medium
2. ∆PQR ৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা
বিন্দু । তলৰ প্ৰতিটো ক্ষেত্ৰতে EF ∥ QR হয়নে উল্লেখ কৰা।
(i) PE
= 3.9cm , EQ = 3cm, PF = 3.6cm আৰু FR = 2.4cm
(ii) PE
= 4cm, QE = 4.5cm, PF = 8cm,
আৰু RF = 9cm.
(iii) PQ
= 1.28cm, PR = 2.56cm, PE = 0.18cm, আৰু PF = 0.36cm.
সমাধানঃ
PQR ৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু।
(i) দিয়া আছে,
PE = 3.9 cm
EQ = 3 cm
PF = 3.6 cm
FR = 2.4 cm
(ii)
PE = 4 cm
EQ = 4.5 cm
PF = 8 cm
RF = 9 cm
এতিয়া,
∴ EF∥QR হয় ।
PQ
= 1.28 cm
PR
= 2.56 cm
PE =
0.18 cm
PF = 0.36 cm
এতিয়া
Exercise 6.2 Class 10 Maths Question 3 Solution in Assamese Medium
সমাধানঃ
দিয়া আছে,
চিত্ৰ 6.18 ৰ, ∆ABC ত, LM∥CB,
∴ থেলচ্ উপপাদ্য মতে,
আকৌ, ∆ADC
ত্ৰিভূজত LN∥CD,
∴ থেলচ্ উপপাদ্য মতে,
(1) আৰু (2) পৰা,
প্ৰমাণিত
Exercise 6.2 Class 10 Maths Question 4 Solution in Assamese Medium
4. চিত্ৰ 7.19ত, DE∥AC আৰু DF∥AE , প্ৰমাণ কৰা যে,
দিয়া আছে যে,
∆ABCৰ , DE∥AC
∴ থেলচ্ উপপাদ্য মতে,
আকৌ, ∆ABCত , DF∥AE
∴ থেলচ্ উপপাদ্য মতে,
সমীকৰণ নং (ii) আৰু (i) ৰ পৰা পাওঁ,
প্ৰমাণিত
Exercise 6.2 Class 10 Maths Question 5 Solution in Assamese Medium
সমাধানঃ
চিত্ৰ 6.20ত, DE∥OQ আৰু DF∥OR.
দেখুওৱা
লাগে যে
EF∥QR.
প্ৰমাণ:
দিয়া আছে
যে,
∆POQত, DF∥OQ
∴ থেলচ্ উপপাদ্য মতে,
আকৌ, ∆PORত, DF∥OR
∴ থেলচ্ উপপাদ্য মতে,
সমীকৰণ নং (1) আৰু (2) ৰ পৰা পাওঁ,
এতিয়া, ∆PORত,
∴ থেলচ্ উপপাদ্য মতে
আমি পাওঁ,
EF∥QR.
প্ৰমাণিত
Exercise 6.2 Class 10 Maths Question 6 Solution in Assamese Medium
6. চিত্ৰ 6.21ত, A, B আৰু C বিন্দু তিনিটা ক্ৰমে OP, OQ আৰু OR ৰ ওপৰত আছে যাতে AB∥ PQ আৰু AC∥PR, দেখুওৱা যে, BC∥QR.
সমাধানঃ
দিয়া আছে যে, ∆POQ ত, AB∥
PQ,
∴ থেলচ্ উপপাদ্য মতে,
একেদৰে,
∆PORত, AC∥PR,
∴ থেলচ্ উপপাদ্য মতে,
সমীকৰণ নং (1) আৰু (2) ৰ পৰা পাওঁ,
∴ থেলচ্ উপপাদ্য মতে,
BC∥QR
প্ৰমাণিত
Exercise 6.2 Class 10 Maths Question 7 Solution in Assamese Medium.
7.
উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভূজৰ
এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয়,
তেনেহলে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব । (মনত পেলোৱা, এইটো তোমালেকে নৱম
শ্ৰেণীত প্ৰমাণ কৰিছা )
সমাধানঃ
ধৰোঁ, PQ এডাল AB ৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড।
∴
PQ∥BC
∆ABC ত, থেলচ্ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ
অৰ্থাৎ Q, AC ৰ
মধ্যবিন্দু
প্ৰমাণিত
Exercise 6.2 Class 10 Maths Question 8 Solution in Assamese Medium.
8. উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভূজৰ দুটা বাহুৰ মদ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল । (মনত পেলোৱা, এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছা)
সমাধানঃ
ধৰোঁ, PQ এডাল
ৰেখাখণ্ড, যত AB আৰু AC ৰ
মধ্যবিন্দু সহযোগী ।
∴AP = PB আৰু AQ = QC
অৰ্থাৎ,
∴ ∆ABC ৰ পৰা,
∴ থেলচ্ উপপাদ্য মতে,
PQ∥BC
প্ৰমাণিত
Exercise 6.2 Class 10 Maths Question 9 Solution in Assamese Medium.
9. ABCD ট্ৰেপিজিয়ামৰ AB∥DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয় ।দেখুওৱা যে, .
সমাধানঃ
দিয়া আছে, ABCD ট্ৰেপীজিয়ামৰ AB∥DC আৰু কৰ্ণ AC
আৰু BD য়ে O বিন্দুত ছেদ কৰিছে
।
প্ৰমাণ কৰিব লাগে যে,
অংকণ: OP∥AB
অঁকা হল আৰু ই AD ক P বিন্দুত ছেদ কৰিছে।
প্ৰমাণঃ ∆ABD
ৰ
পৰা,
AB∥DC
প্ৰমাণিত
Exercise 6.2 Class 10 Maths Question 10 Solution in Assamese Medium.
10. ABCD চতুৰ্ভূজটোৰ কৰ্ণদুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে যে । দেখুওৱা যে ABCD এটা ট্ৰেপিজিয়ামৰ ।
সমাধানঃ
প্ৰমাণিত
Published by Abhiman Das
************
More Resours For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutins
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions
CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS TRIANGLES CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHS TRIANGLES EXERCISE 6.2 SOLUTIONS IN ASSAMESE MEDIUM.