Class 10 Maths Chapter Revision Exercise R-3 Solutions in Assamese Medium
Class 10 Maths Chapter Revision Exercise R-3 in Assamese Medium. Revision Exercise R-3 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter Revision Exercise R-3 in Assamese medium.
দশম শ্ৰেণীৰ গণিতৰ পুণৰালোচনা অধ্যায় ৰ সমাধান বোৰৰ বাবে তলৰ লিংকত ক্নিক কৰিব ।
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths Solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
Chapter 14 Statistics Class10 has total 4 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise.
The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.
Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.
Chapters Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
follow us on
- পুণৰালোচনা
- বাস্তৱ সংখ্যা
- বহুপদ
- দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
- দ্বিঘাত সমীকৰণ
- সমান্তৰ প্ৰগতি
- ত্ৰিভুজ
- স্থানাংক জ্যামিতি
- ত্ৰিকোণমিতিৰ পৰিচয়
- ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ
- বৃত্ত
- অংকণ
- বৃত্ত সম্বন্ধীয় কালি
- পৃষ্ঠকালি আৰু আয়তন
- পৰিসংখ্য
- সম্ভাৱিতা
Class 10 Maths Revision Exercise R-3 in Assamese medium
Class 10 General Mathematics Revision Chapter Solutions in Assamese Medium
Revision Chapter Class10 has total 6 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise
পুণৰালোচনা | Solutions Link |
---|---|
অনুশীলনী R-1 (Exercise R-1) | সমাধান |
অনুশীলনী R-2 (Exercise R-2) | সমাধান |
অনুশীলনী R-3 (Exercise R-3) | সমাধান |
অনুশীলনী R-4 (Exercise R-4) | সমাধান |
অনুশীলনী R-5 (Exercise R-5) | সমাধান |
অনুশীলনী R-6 (Exercise R-6) | সমাধান |
SEBA NCERT text book Solutions for Class 10 revision Chapter Assamese medium | class 10 math solution in Assamese medium. Class 10 Maths revision chapter Solution SEBA |
দশমান শ্ৰেণীৰ গণিতৰ পুণৰালোচনা অধ্যায়ৰ অনুশীলনী R-3 ৰ সমাধানবোৰ অতি সুন্দৰ ভাবে কৰি কৰিবলৈ যত্ন কৰিছো ।
Exercise
R-3 (অনুশীলনী R-3)
অনুশীলনী : R – 3
1.
তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয় ?
(i) 3757 (ii) 3375 (iii) 3332 (iv) 4096
সমাধান :
(i) 3757
∴ 3757 = 13 × 17 × 17
ইয়াত ,
যিহেতু 13 সংখ্যাটো যোৰ নহয় ।
∴ 3757 সংখ্যা পূৰ্ণঘন
নহয় ।
(ii) 3375
∴ 3375 = 3 × 3 × 3 × 5 × 5 × 5
ইয়াত , 53 × 33 = (5 × 3)3
= 153
∴ 3375 সংখ্যা পূৰ্ণঘন
হয় ।
(iii)
3332
∴ 3332 = 2 × 2 × 7 × 7 × 17
ইয়াত ,
যিহেতু 22, 72
আৰু 17 ত 2 × 7 × 172 কম আছে ।
∴ 3332 সংখ্যা পূৰ্ণঘন নহয় ।
(iv) 4096
∴ 4096 = 23 × 23 × 23 × 23
∴ 4096 সংখ্যা পূৰ্ণঘন হয় ।
2. তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা ।
(i)
19 (ii) 21 (iii) 23 (iv) 27
সমাধান :
(i)
19 × 19 ×19
= 6,859
(ii)
21 × 21 × 21
= 9,261
(iii)
23 × 23 × 23
= 12,167
(iv)
27 × 27 × 27
= 19,683
3.
তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ’ব ?
(i)
14 (ii) 18 (iii) 13 (iv) 27
সমাধান :
(i) 14 ৰ ঘনৰ একক স্থানৰ
অংকটো হ’ব 4 ।
(ii) 18 ৰ ঘনৰ একক স্থানৰ অংকটো হ’ব 2 ।
(iii) 13 ৰ ঘনৰ একক স্থানৰ অংকটো হ’ব 7 ।
(iv) 27 ৰ ঘনৰ একক স্থানৰ অংকটো হ’ব 3 ।
4.
তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ’বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব
লাগিব ?
(i) 5324 (ii) 3087 (iii) 3125 (iv) 648
সমাধান :
(i) 5324
5324 = 2 × 2 × 11 × 11× 11
= 22
× 113
ইয়াত সোঁপক্ষত ঘনসংখ্যাৰ বাবে 2 কম আছে । গতিকে এই 22 ক আন এটা 2 ৰে পুৰণ কৰিলে ঘনসংখ্যা হ’ব । সেয়ে দিয়োপক্ষত 2 ৰে পুৰণ কৰি পাঁও,
5324 × 2 = 22 × 113 × 2
∴ 5324 × 2 = 23 × 113
∴ 5324×2 অৰ্থাৎ 10648 এটা পূৰ্ণ ঘনসংখ্যা
সংখ্যা
∴ 5324 ক 2 ৰে পুৰণ কৰিলে এটা পূৰ্ণঘন সংখ্যা হ’ব।
(ii) 3087
3087 = 3 × 3 × 7 × 7 × 7
= 32 × 73
ইয়াত সোঁপক্ষত ঘনসংখ্যাৰ বাবে 3 কম আছে । গতিকে এই
32 ক আন এটা 3 ৰে পুৰণ কৰিলে ঘনসংখ্যা হ’ব । সেয়ে দিয়োপক্ষত 3 ৰে পুৰণ কৰি পাঁও,
3087 × 3 = 32 × 73 × 3
∴ 3087 × 3 = 33 × 73
∴ 3087×3 অৰ্থাৎ 9261 এটা পূৰ্ণ ঘনসংখ্যা
সংখ্যা
∴ 3087 ক 3 ৰে পুৰণ কৰিলে এটা পূৰ্ণঘন সংখ্যা হ’ব।
(iii) 3125
3125 = 5 × 5 × 5 × 5 × 5
= 52
× 53
ইয়াত সোঁপক্ষত ঘনসংখ্যাৰ বাবে 5 কম আছে । গতিকে এই
52 ক আন এটা 5 ৰে পুৰণ কৰিলে ঘনসংখ্যা হ’ব । সেয়ে দিয়োপক্ষত 5 ৰে পুৰণ কৰি পাঁও,
3125 × 5 = 52 × 53 × 5
∴ 3125 × 5 = 53 × 53
∴ 3125×5 অৰ্থাৎ 15625 এটা পূৰ্ণ ঘনসংখ্যা
সংখ্যা
∴ 3125 ক 5 ৰে পুৰণ কৰিলে এটা পূৰ্ণঘন সংখ্যা হ’ব।
(iv) 648
648 = 2 × 2 × 2 × 3 × 3 × 3 × 3
= 23 × 33 × 3
ইয়াত সোঁপক্ষত ঘনসংখ্যাৰ বাবে 32 কম আছে । গতিকে এই 3 ক আন 32 ৰে পুৰণ কৰিলে ঘনসংখ্যা হ’ব । সেয়ে দিয়োপক্ষত 32 ৰে পুৰণ কৰি পাঁও,
648 × 32 = 23 × 33 × 3 × 32
∴ 648 × 32 = 23 × 33 × 33
∴ 648×32 অৰ্থাৎ 5832 এটা পূৰ্ণ ঘনসংখ্যা
সংখ্যা
∴ 648 ক 32 = 9 ৰে পুৰণ কৰিলে এটা
পূৰ্ণঘন সংখ্যা হ’ব।
5. এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব ?
(i) 10,368 (ii) 2187 (iii) 5000 (iv)8192
সমাধান : (i) 10,368
10,368 = 2
× 2 × 2 × 2 × 2 ×
2 × 2 × 3 × 3 × 3 × 3
= 23
× 23 × 33 × 3 × 2
যিহেতু ,
10368 ৰ মৌলিক উৎপাদকীকৰণৰ 2 × 3 সংখ্যা দুটা নাই ।
গতিকে আটাইতকৈ যি সৰু
সংখ্যাৰে 10368 কৰিলে ইয়াক এটা পূৰ্ণঘণ সংখ্যা কৰিব পাৰি সেই সংখ্যাটো হ’ল 6 ।
(ii) 2187
2187 = 33
× 33 × 3
যিহেতু, 2187 ত 3
সংখ্যাটো ত্ৰিগোটত নাই ।
যি সংখ্যাৰে হৰণ
কৰিলে পূৰ্ণগন সংখ্যা হ’ব সেই সংখ্যাটো হ’ল 3 ।
(iii) 5000 5000 = 23 × 53 × 5
যিহেতু, 5000 ত 5
সংখ্যাটো ত্ৰিগোটত নাই ।
যি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণগন
সংখ্যা হ’ব সেই সংখ্যাটো হ’ল 5 ।
(iv)8192
8192 = 23
× 23 × 23 × 2
যিহেতু, 8192 ত 2 সংখ্যাটো
ত্ৰিগোটত নাই ।
যি সংখ্যাৰে হৰণ কৰিলে
পূৰ্ণগন সংখ্যা হ’ব সেই সংখ্যাটো হ’ল 2 ।
6.
নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা
।
(i) 1331 (ii) 1728 (iii) 2197 (iv) 2744
সমাধান :
(i) 1331
(ii) 1728
= 2 × 2 × 3
= 12
∴ নিৰ্ণেয় 1728 ৰ
ঘনমূল হ’ব 12 ।
(iii) 2197
∴ নিৰ্ণেয় 2197 ৰ ঘনমূল হ’ব 13 ।
(iv) 2744
= 2 × 7
= 14
∴ নিৰ্ণেয় 2744 ৰ ঘনমূল হ’ব 14 ।
7.
উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা ।
(i) 3375 (ii) 4913 (iii) 9261 (iv)13824
সমাধান :
(i) 3375
= 5 × 3
= 15
∴ নিৰ্ণেয় 3375 ৰ ঘনমূল হ’ব 15 ।
(ii) 4913
= 17
∴ নিৰ্ণেয়
4913 ৰ
ঘনমূল হ’ব 17 ।
(iii) 9261
= 3 ×
7
= 21
∴ নিৰ্ণেয় 9216 ৰ ঘনমূল হ’ব 21 ।
(iv)13824
= 2 ×
2 × 2 × 3
= 24
∴ নিৰ্ণেয় 13824 ৰ ঘনমূল হ’ব 24 ।
8.
উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি
লিখা ।
(i) 12167 (ii) 8000 (iii) 4096 (iv) 5832
সমাধান :
9.
এটা ঘনকৰ দীঘ 1.2 ছে:মি: । ঘনকটোৰ আয়তন
কিমান ?
সমাধান :
দিয়া আছে,
এটা
ঘনকৰ দীঘ = 1.2 ছে:মি:
আমি জানোঁ,
= (1.2)3 ছে:মি:3
= 1.2 × 1.2 × 1.2 ছে:মি:3
= 1.728 ছে:মি:3
∴ নিৰ্ণেয় ঘনকটোৰ আয়তন 1.728 ছে:মি:3
10. এটা ঘনক আকৃতিৰ বাকচৰ আয়তন 6859 ঘন ছে.মি. হ’লে বাকচটো কিমান ওখ হ’ব ?
সমাধান :
দিয়া আছে,
এটা ঘনক আকৃতিৰ
বাকচৰ আয়তন = 6859 ছে:মি:3
আমি জানোঁ যে,
∴ বাকচটো 19 ছে:মি: ওখ হ’ব ।
11.
প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটাকৈ উত্তৰ দিয়া আছে । শুদ্ধ উত্তৰটো লিখা ।
(a) 23 ৰ
ঘনৰ একক স্থানৰ অংকটো হ’ল –
(i) 6 (ii) 7 (iii) 8 (iv) 9
উত্তৰ : (ii) 7
(b) তলৰ
কোনটো পূৰ্ণ ঘন ?
(i) 652 (ii) 933 (iii) 343 (iv) 1002
উত্তৰ : (iii) 343
(i)
30 (ii) 100 (iii) 10 (iv) 1000
উত্তৰ
: (iii) 10
(d) যদি m , n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ’ব
উত্তৰ
: (iii) m3
(i) 6 (ii) 7 (iii) 8 (iv) 9
উত্তৰ
: (iv) 9
Published by Lokesh Das
Class 10 Math’s Assamese Medium questions Answer
CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS REVISION CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHS REVISION EXERCISE R-3 SOLUTIONS IN ASSAMESE MEDIUM.
****************