NCERT Solutions for Class 10 Maths Chapter Introduction to Trigonometry Exercise 8.1 in Assamese Medium
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths Solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.
Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.
Class 10 Maths Solutions in Assamese Medium
Chapters Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
follow us on
More Resours For Class 10 Solutions in Assamese Medium
Class
10 General Mathematics Trigonometry Chapter Solutions in Assamese Medium
Trigonometry Chapter Class10 has total 4 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise
ত্ৰিকোণমিতিৰ পৰিচয় | Solution Link |
---|---|
অনুশীলনী 8.1 (Exercise 8.1) | সমাধান |
অনুশীলনী 8.2 (Exercise 8.2) | সমাধান |
অনুশীলনী 8.3 (Exercise 8.3) | সমাধান |
অনুশীলনী 8.4 (Exercise 8.4) | সমাধান |
দশম শ্ৰেণীৰ গণিতৰ সমাধানঃ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয় । অনুশীলনী 8.1
1.
∆ABC ত্ৰিভূজৰ B কোণ সমকোণ আৰু AB = 24cm, BC = 7cm হ’লে তলত
দিয়াবিলাক উলিওৱাঃ
(i)
sinA,
cosA
(ii)
sinC,
cosC
সমাধানঃ
∆ABC ত, পাইথাগোৰাছৰ সূত্ৰ ব্যাৱহাৰ কৰি পাওঁ,
AC2 =
AB2 + BC2
= (24cm)2 + (7cm)2
= (576 + 49)cm2
= 625 cm2
= 25 cm
∴ AC =25 cm
এতিয়া,
2. চিত্ৰ 8.13 ৰ পৰা tanP – cotR নিৰ্ণয় কৰা ।
সমাধানঃ
∆PQR ত, পাইথাগোৰাছৰ সূত্ৰ
ব্যাৱহাৰ কৰি পাওঁ,
QR2
= PR2 – PQ2 = (132 – 122) cm2
= (169
- 144) cm2
= 25 cm2
∴ QR = 5 cm
সমাধানঃ
আমি জানো যে,
গতিকে BC
= 3K আৰু AC
= 4K
∆ABC
ত পাইথাগোৰাছৰ সূত্ৰ
ব্যৱহাৰ কৰি পাওঁ,
AB = AC2 + BC2
= (4k)2 – (3k)2
= 16k2 –
9k2
এতিয়া,
4. দিয়া আছে যে, 15
cotA = 8, তেন্তে sinA
আৰু secA
উলিওৱা ।
সমাধানঃ
দিয়া আছে যে, 15cotA = 8
∆ABC ত পাইথাগোৰাছৰ সূত্ৰ
ব্যৱহাৰ কৰি পাওঁ,
AC2
= AB2 + BC2
= (8k)2 + (15k)2 = 64k2
+ 225k2
= 289k2
∴ AC = 17k
সমাধানঃ
অৰ্থাৎ , AC = 13K আৰু AB = 12K
∆ABC ত
পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,
BC2
= AC2 – AB2
= (13k)2 – (12k)2
= 169k2 - 144k2
= 25k2
∴
BC = 5k
এতিয়া,
6.
যদি ∠A আৰু ∠B সূক্ষ্মকোণ হয় যাতে cosA = cosB, তেন্তে দেখুওৱা যে
∠A = ∠B.
সমাধানঃ
যিহেতু ∠A আৰু ∠B সূক্ষ্মকোণ,
তেন্তে ∠C
= 90° হব
এতিয়া,
cosA = cosB (দিয়া আছে)
∴ ∠A = ∠B (সমান বাহুৰ বিপৰীত
কোণবোৰ সমান)
দেখুওৱা হল
সমাধানঃ
∆ABC ত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,
AC2
= BC2 + AB2
= (8k)2
+ (7k)2
= 64k2 + 49 k2
= 113 k2
সমাধানঃ
দিয়া আছে যে, 3 cotA = 4
∆ABC ত পাইথাগোৰাছৰ
সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,
AC2
= BC2 + AB2
= (3k)2 + (4k)2
= 9k2 + 16k2
= 25k2
∴ AC = 5k
(i)
sinA
cosC + cosA sinC
(ii)
cosA cosC – sinA sinC
সমাধানঃ
(ii) cosA cosC – sinA sinC
10.
∆ PQR ৰ Q সমকোণ
আৰু PR + QR = 25cm আৰু PQ = 5cm. sinP, cosP আৰু tanP ৰ মান
উলিওৱা ।
সমাধানঃ
দিয়া আছে যে, ∆ PQR ত ∠Q =
90°
ধৰোঁ QR = X
∴ PR = 25 – X
∆PQR ত পাইথাগোৰাছৰ সূত্ৰ
ব্যৱহাৰ কৰি পাওঁ,
PR2 = PQ2 + QR2
এতিয়া,
11.
তলত
দিয়াবিলাক সত্য নে অসত্য কোৱা | তোমাৰ উত্তৰৰ যথাৰ্থতা
উল্লেখ কৰা ।
(i) tanA ৰ মান সদায় 1 তকৈ সৰু ।
সমাধানঃ
(i)
অসত্য।
(ii)
সত্য ।
(iii)
অসত্য ।
(iv)
অসত্য ।
(v)
অসত্য ।
Published By Abhiman Das
Class 10 Maths Assamese Medium questions Answer
More Resours For Class 10 Solutions in Assamese Medium
Class 10 Assamese medium All Book solution in Assamese Medium. Class 10 mathematics soution in Assamese Medium. Class 10 Mathematics Chapter 8 solution in Assamese Medium.