NCERT Solutions for Class 9 Maths Chapter Constructions Exercise 11.1 in Assamese Medium
নৱম শ্ৰেণীৰ গণিতৰ সমাধানঃ একাদশ অধ্যায় অংকন । অনুশীলনী 11.1
1. এটা প্রদত্ত ৰশ্মিৰ আদিবিন্দুত 90° ৰ এটা কোণ অংকণ কৰা আৰু অংকণৰ যথাৰ্থতা
প্ৰতিপন্ন কৰা ।
সমাধানঃ
অকণৰ
পৰ্যায়ঃ
(i) OA এডাল ৰশ্মি অংকণ কৰা হল ।
(ii) O বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ লৈ এটা
বৃ্ক্তৰ চাপ আঁকা হল যাতে ই OA ক P বিন্দুত কাটে।
(iii) এতিয়া P বিন্দুক কেন্দ্ৰ কৰি আগৰ একে ব্যাসাৰ্ধকে লৈ এটা
চাপ আঁকা হল যি আগৰ বৃত্ত চাপটোক Q বিন্দুত
কাটে ।
(iv) পুনৰ Q বিন্দুক কেন্দ্ৰ কৰি আগৰ একে ব্যাসাৰ্ধ লৈ অন্য এটা বৃক্তচাপ আঁকা হল, যাতে
ই আগৰ চাপটোক R বিন্দুত কাটে ।
(v) এতিয়া Q আৰু R বিন্দুত
কেন্দ্ৰ কৰি আগৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আঁকা হল যি পৰস্পৰে S বিুন্দুত কাটে ।
(vi) OS
সংযোগ কৰাত আমি অকংণ
কৰিবলগীয়া,
∠SOA = 90° পোৱাগল
।
যৰ্থাথতা
প্ৰমাণঃ
প্ৰমাণ কৰিব লাগে যে,
∠SOA =
90°
অংকণঃ OQ, PQ, QR, RS আৰু QS
সংযোগ কৰা হ’ল।
অংকণৰ পৰা পৰিলক্ষিত
যে,
OP = PQ = OQ
∴ POQ এটা সমকোণী ত্ৰিভূজ
।
অৰ্থাৎ,∠ POQ
= 60°
একেদৰে,
OR = QR = OQ
অৰ্থাৎ,∠ ROQ
= 60°
ত্ৰিভূজৰ সৰ্বসমাতাৰ
বাহু-বাহু-বাহু বিধিমতে,
∆POQ ≅ ∆ROQ
সেয়হে,
∠QOS = ½ ∠ROQ
= ½ (60°)
= 30°
এতিয়া,
∠ SOA
= ∠POQ + ∠QOS
= 60° + 30°
= 90°
যৰ্থাথতা প্ৰমাণ কৰা হ’ল ।
Video Solution
2. এটা প্ৰদত্ত ৰশ্মিৰ আদিবিন্দুত এটা 45° কোণ অকংণ কৰা আৰু অংকণৰ যথাৰ্থতা প্ৰতিপন্ন কৰা ।
সমাধানঃ
অকংণৰ পৰ্যায়ঃ
(i) OA
এডাল
ৰশ্মি অংকণ কৰা হল ।
(ii) O বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ লৈ এটা
বৃ্ক্তৰ চাপ আঁকা হল যাতে ই OA ক B বিন্দুত কাটে।
(iii) এতিয়া B বিন্দুক কেন্দ্ৰ কৰি আগৰ একে ব্যাসাৰ্ধকে লৈ এটা
চাপ আঁকা হল যি আগৰ বৃত্ত চাপটোক C বিন্দুত
কাটে ।
(iv) পুনৰ C বিন্দুক কেন্দ্ৰ কৰি আগৰ একে ব্যাসাৰ্ধ লৈ অন্য এটা বৃক্তচাপ আঁকা হল, যাতে
ই আগৰ চাপটোক D বিন্দুত কাটে ।
(v) এতিয়া D আৰু C বিন্দুত
কেন্দ্ৰ কৰি আগৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আঁকা হল যি পৰস্পৰে P বিুন্দুত কাটে ।
(vi) OP সংযোগ কৰাত ∠POA = 90° কোণ পোৱা গ’ল ।
(vii) B
আৰু Q বিন্দুক
কেন্দ্ৰ কৰি B আৰু Q আধাতকৈ বেছি ব্যাসাৰ্ধলৈ এটা বৃক্ত চাপ অকংণ কৰা
হ’ল যাতে ই পৰস্পৰ ই R বিন্দুত কাটে।
(viii) O
আৰু R সংযোগ
কৰা হ’ল ।
(ix) ∠ROA = 45° কোণ পোৱা গ’ল ।
যৰ্থাথতা
প্ৰমাণঃ
প্ৰমাণ কৰিব লাগে যে,
∠ROA = 45°
এতিয়া,
অকংণৰ পৰা পাওঁ,
∠POA
= 90°
অকংণত OR য়ে পৰস্পৰৰে সমদ্ধিখণ্ডিত কৰিছে ।
∴ ∠ROA
= ½ ∠POA
∠ROA = ½ × 90°
= 45°
F
F
Coming SOON
Published By Abhiman Das
Class 10 Maths Assamese Medium questions Answer
Class 9 Assamese medium All Book solution in Assamese Medium. Class 9 mathematics soution in Assamese Medium. Class 9 Mathematics Chapter 11 solution in Assamese Medium.