Class 9 Maths exercise 11.1 Solutions in Assamese Medium

NCERT Solutions for Class 9 Maths Chapter Constructions Exercise 11.1 in Assamese Medium

নৱম শ্ৰেণীৰ গণিতৰ সমাধানঃ একাদশ  অধ্যায় অংকন । অনুশীলনী 11.1




Exercise 11.1 (অনুশীলনী 11.1)

   

    1.   এটা প্রদত্ত ৰশ্মিৰ আদিবিন্দুত 90° ৰ এটা কোণ অংকণ কৰা আৰু অংকণৰ যথাৰ্থতা প্ৰতিপন্ন কৰা ।

সমাধানঃ 

                

অকণৰ পৰ্যায়ঃ

(i)            OA এডাল ৰশ্মি অংকণ কৰা হল ।

(ii)       O বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ লৈ এটা বৃ্ক্তৰ চাপ আঁকা হল যাতে ই OA P বিন্দুত কাটে 

(iii)    এতিয়া P বিন্দুক কেন্দ্ৰ কৰি আগৰ একে ব্যাসাৰ্ধকে লৈ এটা চাপ আঁকা হল যি আগৰ বৃত্ত চাপটোক Q বিন্দুত কাটে ।  

(iv)   পুনৰ Q বিন্দুক কেন্দ্ৰ কৰি আগৰ একে  ব্যাসাৰ্ধ লৈ অন্য এটা বৃক্তচাপ আঁকা হল, যাতে ই আগৰ চাপটোক R বিন্দুত কাটে ।

 

(v)      এতিয়া Q আৰু R বিন্দুত কেন্দ্ৰ কৰি আগৰ সমান  ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আঁকা হল যি পৰস্পৰে S বিুন্দুত কাটে ।

(vi)       OS সংযোগ কৰাত আমি ­­­অকংণ কৰিবলগীয়া,

                  ∠SOA = 90° পোৱাগল ।


যৰ্থাথতা প্ৰমাণঃ





     প্ৰমাণ কৰিব লাগে যে,

     SOA = 90°

অংকণঃ OQ, PQ, QR, RS আৰু QS সংযোগ কৰা হল।

অংকণৰ পৰা পৰিলক্ষিত যে,

              OP = PQ = OQ

∴ POQ এটা সমকোণী ত্ৰিভূজ ।

অৰ্থাৎ, POQ = 60°

একেদৰে,

   OR = QR = OQ

অৰ্থাৎ, ROQ = 60°

ত্ৰিভূজৰ সৰ্বসমাতাৰ বাহু-বাহু-বাহু বিধিমতে,

   ∆POQ ≅ ∆ROQ

সেয়হে,

    ∠QOS = ½ ∠ROQ

                   = ½ (60°)

                   = 30°

এতিয়া,

     SOA = ∠POQ + ∠QOS

                      = 60° + 30°

                       = 90°

     যৰ্থাথতা প্ৰমাণ কৰা হল ।




Video Solution




      2.   এটা প্ৰদত্ত ৰশ্মিৰ আদিবিন্দুত এটা 45° কোণ অকংণ কৰা আৰু অংকণৰ যথাৰ্থতা প্ৰতিপন্ন কৰা ।

    সমাধানঃ 

        



  অকংণৰ পৰ্যায়ঃ

(i)         OA  এডাল ৰশ্মি অংকণ কৰা হল ।

(ii)    O বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ লৈ এটা বৃ্ক্তৰ চাপ আঁকা হল যাতে ই OA B বিন্দুত কাটে 

(iii)     এতিয়া B বিন্দুক কেন্দ্ৰ কৰি আগৰ একে ব্যাসাৰ্ধকে লৈ এটা চাপ আঁকা হল যি আগৰ বৃত্ত চাপটোক C বিন্দুত কাটে ।  

(iv)   পুনৰ C বিন্দুক কেন্দ্ৰ কৰি আগৰ একে  ব্যাসাৰ্ধ লৈ অন্য এটা বৃক্তচাপ আঁকা হল, যাতে ই আগৰ চাপটোক D বিন্দুত কাটে ।

(v)         এতিয়া D আৰু C বিন্দুত কেন্দ্ৰ কৰি আগৰ সমান  ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আঁকা হল যি পৰস্পৰে P বিুন্দুত কাটে ।

(vi)          OP সংযোগ কৰাত ∠POA = 90° কোণ পোৱা গল ।

(vii)       B আৰু Q বিন্দুক কেন্দ্ৰ কৰি B আৰু Q  আধাতকৈ বেছি ব্যাসাৰ্ধলৈ এটা বৃক্ত চাপ অকংণ কৰা হল যাতে ই পৰস্পৰ ই R বিন্দুত কাটে।

(viii)      O আৰু R সংযোগ কৰা হল  ।

(ix)            ∠ROA = 45° কোণ পোৱা গল ।

 

যৰ্থাথতা প্ৰমাণঃ

        প্ৰমাণ কৰিব লাগে যে,

      ∠ROA = 45°

এতিয়া,

     অকংণৰ পৰা পাওঁ,

         ∠POA = 90°

অকংণত OR য়ে পৰস্পৰৰে সমদ্ধিখণ্ডিত কৰিছে ।

      ∠ROA = ½ ∠POA

                   ∠ROA = ½ × 90°

                               = 45°


F

F


Coming SOON

 Published  By Abhiman Das


Class 10 Maths Assamese Medium questions Answer

Class 9 Assamese medium All Book solution in Assamese Medium. Class 9 mathematics soution in Assamese Medium. Class 9 Mathematics Chapter 11  solution in Assamese Medium.


Coming SOON

Previous Post Next Post