Class 10 maths exercise 5.2 solution in assamese medium

NCERT Solutions for Class 10 Maths Chapter Arithmetic Progression Exercise 5.2 Assamese Medium


দশম শ্ৰেণীৰ গণিতৰ সমাধানঃ পঞ্চম অধ্যায় সমান্তৰ প্ৰগতি। অনুশীলনী 5.2


Exercise 5.(অনুশীলনী 5.2)


1.   দিয়া আছে যে সমান্তৰ প্ৰগতি প্ৰথম পদ a, সাধাৰণ অন্তৰ d আৰু n তম পদ an তলৰ তালিকাখনৰ খালী ঠাই পূৰণ কৰা-



সমাধানঃ

Coming Soon

     2.   তলৰ প্ৰতিটোৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা-

(i)                       10, 7, 4, . . . এই সমান্তৰ প্ৰগতিটোৰ 30তম পদটো

(A)      97

(B)       77

(C)       -77

(D)      -87

সমাধানঃ

Coming Soon

   3.   তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালীঘৰ কেইটাৰ লুপ্ত পদসমূহ(missing terns) নিৰ্ণয় কৰা-

       

সমাধানঃ

Coming Soon

      4.    3, 8, 13, 18, ……. সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 ?

   Coming Soon

     5.   তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা

        

    Coming Soon

     6.   11, 8, 5, 2 ……. এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হব পাৰেনে পৰীক্ষা কৰা ।

    Coming Soon

     7.   এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 লে তাৰ 31তম পদটো নিৰ্ণয় কৰা ।

    Coming Soon


Published  By Krishna Das



Class 10 Maths Assamese Medium questions Answer

Class 10 Assamese medium All Book solutions in Assamese Medium. Class 10 Mathematics soutions in Assamese Medium. Class 10 Mathematics Chapter 5  solution in Assamese Medium Class 10 Maths Assamese Medium.

Previous Post Next Post