NCERT Solutions for Class 10 Maths Chapter Introduction to Circle Exercise 10.1 in Assamese Medium
Class 10 Maths Chapter 10 Circles Exercise 10.1 in Assamese Medium. Circles Exercise 10.1 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter 10 Circles Exercise 10.1 in Assamese medium.
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths Solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.
Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.
Class 10 Maths Solutions in Assamese Medium
Chapters Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
follow us on
More Resours For Class 10 Solutions in Assamese Medium
Circles Chapter Class10 has total 2 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise
Circles | Solutions Link |
---|---|
Exercise 10.1 (অনুশীলনী 10.1) | সমাধান |
Exercise 10.2 (অনুশীলনী 10.2) | সমাধান |
দশম শ্ৰেণীৰ গণিতৰ সমাধানঃ দশম অধ্যায় বৃত্ত । অনুশীলনী 10.1
অণুশীলনী 10.1
1. এটা বৃত্তৰ
কিমানবোৰ স্পৰ্শক থাকিব পাৰে ?
উত্তৰ- এটা বৃত্তৰ
অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে ।
2. খালী ঠাই পূৰ
কৰা ।
(i)
এটা বৃত্তৰ স্পৰ্শকে ইয়াক _____
বিন্দুত ছেদ
কৰে ।
উত্তৰ- এটা বৃত্তৰ
স্পৰ্শকে ইয়াক এটা বিন্দুত ছেদ কৰে ।
(ii)
এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক ___ বোলে ।
উত্তৰ- এটা বৃত্তক দুটা
বিন্দুত ছেদ কৰা এডাল ৰেখাক ছেদক বোলে ।
(iii)
এটা বৃত্তৰ বৰ বেছি _____ সমান্তৰাল
স্পৰ্শক থাকিব পাৰে ।
উত্তৰ- এটা বৃত্তৰ বৰ
বেছি দুটা সমান্তৰাল স্পৰ্শক থাকিব পাৰে ।
(iv)
এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া
বিন্দুটোক _____ বোলে ।
উত্তৰ- এটা বৃত্তৰ
এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক স্পৰ্শবিন্দু বোলে ।
3. 5 চে মি ব্যাসাৰ্দ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু
P ত টনা এডাল স্পৰ্শক PQ য়ে কেন্দ্ৰ O ৰ মাজেৰে যোৱা
এডাল ৰেখাক Q বিন্দুত লগ লাগে যাতে OQ =
12 চে মি ।
PQ ৰ দৈৰ্ঘ্য হল-
(A)
12 চে মি
(B)
13 চে মি
(C)
8.5 চে মি
(D)
√119 চে মি
উত্তৰ- (D) √119 চে মি
কাৰণ,
দিয়া আছে,
OP = 5 cm
OQ = 12 cm
PQ = ?
আমি জাঁনো,
বৃত্তৰ স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা
ব্যাসাৰ্ধৰ লম্ব ।
অৰ্থাৎ,
PQ ⊥OP
∴ ∠OPQ = 90°
∴ OPQ সমকোণী ত্ৰিভূজৰ পৰা,
PQ2 = OQ2 – OP2
PQ2 = 122 - 52
PQ2 = 144 – 25
PQ = √119 চে মি
4. এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ
দুডাল ৰেখা আঁকা যাতে এডাল স্পৰ্শক হয় আৰু আনডাল ছেদক হয় ।
উত্তৰ-
ইয়াত,
AB = প্ৰদত্তৰেখা
PQ = স্পৰ্শক
RS = ছেদক
Published By Lokesh Das
Class 10 Maths Assamese Medium questions Answer
More Resours For Class 10 Solutions in Assamese Medium
Class 10 Assamese medium All Book solutions in Assamese Medium. Class 10 Mathematics soutions in Assamese Medium. Class 10 Mathematics Chapter 10 solution in Assamese Medium Class 10 Maths Assamese Medium.