কাছাৰ জনগোষ্ঠীসকল । অধ্যায় ২ । Chapter 2 | Class 9 Rapid Reader Assamese

কাছাৰ জনগোষ্ঠীসকল । অধ্যায় ২ । Chapter 2 |  Class 9 Rapid Reader Assamese




                                         

1.   নৃতত্ত্ববিদসকলৰ বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে ?

উত্তৰঃ Anthropological garden নৃতত্ত্ববিদসকলৰ বৰাক উপত্যকাক বুলি অভিহিত কৰিছে 


2.   বৰাক উপত্যকা বাস কৰা বিভিন্ন জননগোষ্ঠীসমূহ কি কি?

উত্তৰঃ বৰাক উপত্যকা বাস কৰা বিভিন্ন জননগোষ্ঠীসমূহ হল- মণিপুৰী, বংগীয় সমাজ, মণিপুৰী বিষ্ণুপ্ৰিয়া, অসমীয়া, ৰাজবংশী, ৰাজস্তানী, বৰ্মন, ৰংমাই নাগা, কাৰ্বি, ৰিয়াং, মেইতেই, কুকি, নেপালী ।

 

3.   বৰাক উপত্যাকাৰ মানহৰ প্ৰধান জীৱিকা কি ?

উত্তৰঃ বৰাক উপত্যকাৰ মানুহে সাধাৰণতে তিনি ধৰণেৰে

জীৱিকা নিৰ্বাহ কৰে- খেতি-বাতি, ব্যৱসায় আৰু চাকৰি

4.   ‘The background of Assumes Culture’ গ্ৰন্হখন কোনে ৰচনা কৰিছিল  ?

উত্তৰঃ বুৰঞ্জী আৰু পুৰাত্ত্ববিদ ৰাজমোহন নাথে চৰনা কৰিছিল।

5.   হায়দৰাবদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল ?

উত্তৰঃ বৰাক উপত্যকাৰ বংগীয় সমাজৰ সুনীল মোহন ।

6.    চমুটোকা লিখাঃ

(ক) ৰাজমোহন নাথ ।

উত্তৰঃ  প্ৰসিদ্ধ অভিযন্তা, সাহিত্যিক, গৱেষক পণ্ডিত ৰাজমোহন নাথৰ সাহিত্য ক্ষেত্ৰত অমূল্য অৱদান আছে । তেওঁ অসমীয়া, ইংৰাজী আৰু বঙালী ভাষাত ভালেমান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । অসমৰ বুৰঞ্জী  আৰু পুৰাতত্ত্ব বিষয়ত গেৱেষণাত তেওঁৰ অৱদান অতুলীনীয় । তেওঁ অবিযন্ত্ৰা হেলও আগ্ৰহৰ ক্ষেত্ৰখন The background of Assamese Culture.  এঅখন প্ৰকাশিত হৈছিল ১৯৪৮ চনত । তেওঁ এখন ভাষাত প্ৰায় ২১ খন বঙালী ভাষাত ১৯ খন আৰু ইংৰাজী ভাষাত পাঁচখন গ্ৰন্থ ৰচনা কৰি সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি আছিল ।



(খ) কামালুদ্দীন আহমদ ।

উত্তৰঃ কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বুৰঞ্জীবিদে কামালুদ্দিন আহমেদ এগৰাকী সাহিত্যিক । তেওঁ শাতাধিক গেৱেষণা পাত্ৰ লিখাৰ উপৰিও উপন্যাস আদি সৃজনিমূলক গ্ৰন্থত ৰচনা কৰিছিল । তেওঁৰ সম্পাদিত সাহিত্য পত্ৰখনৰ নাম দিগ্বলয় । অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেওঁৰ এখন গ্ৰন্থৰ নাম ‘The Art on Architecture of Assam’ (1894)


(গ) নন্দলাল বৰ্মণ ।

উত্তৰঃ ৰাজমন্ত্ৰী বংশৰ সমাজসেৱক নন্দালাল বৰ্মন এজন প্ৰত্তিশাললী ব্যৱসায়ী । বৰ্মন সমাজে তেওঁক মিলাউ আৰু আন সকলে মহাজন বুলি মাতিছিল । তেওঁ লৰা-ছোৱালীৰ  শিক্ষাৰ স্কুলখনৰ এতিয়া নাম হল ৰাজা গোবিন্দ চন্দ্ৰ মেমোৰিয়েল স্কুল’ 


(ঘ) নলিনীন্দ্ৰ কুমাৰ বৰ্মণ ।

উত্তৰঃ নলিনীন্দ্ৰ কুমাৰ বৰ্মণ আছিল শিক্ষক । ১৯৩০ চনৰ জুন মাহত বৰ্তমানৰ ডিমাহাছাও জিলাৰ সদৰ বাফলঙৰ মিচন স্কুলত তেওঁ শিক্ষক হিচাপে যোগ দিছিল । ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে তেওঁ ব্যাপক অধ্যয়ন কৰিছিল। এই বিষয়ে লিখা তেওঁৰ  গ্ৰন্তখনৰ নাম The Queen of Catcher of   Her ambo and the History of the Coachers  ডিমাছা সমাজত শৰাধৰ অত্যৱশ্যকীয় অঙ্গ হল কীৰ্তন । নলিনীন্দ্ৰ কুমাৰ বৰ্মণে শৰাধৰ কীৰ্তন পদাৱলীৰ এখন সংকলন প্ৰকাস কৰিছিল । উক্ত গ্ৰন্থখনৰ নাম হৈড়িম্বৰাজ গোবিন্দচন্দ্ৰকৃত হিন্দু শাস্ত্ৰীয় শ্ৰাদ্ধাতিৰ কীৰ্তন গীতিকা ।


(ঙ) ইৰুংবম চন্দ্ৰ সিংহ ।

উত্তৰঃ ইৰুবংম চন্দৰ সিংহ মণিপুৰী সমাজত প্ৰথম অৰ্থনীতি বিজ্ঞানৰ সান্মষিক স্নাতক আছিল । গঞা ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ নানাবিধ সদৰ্থক প্ৰয়াস চলাইছিল । দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰেৰ কাৰণে এটা তহবিল গঢ়ি তোলাৰ লগতে তেওঁ এখন  স্কুল স্থাপন কৰিছিল । স্কুলখনৰ বৰ্তমান নাম খেলম হাইস্কুল । সৌগাইজমে বসন্ত কুমাৰ সিংহ সন্তোষ ট্ৰফি ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক দলৰ খেলুৱৈ আছেল । পৰৱৰ্তী সময়চত তেওঁ ৰাজ্যিক পৰ্যায়ৰ ৰেফাৰিও আছিল ।  


(চ) বিপিন সিংহ ।

উত্তৰঃ বিপিন সিংহ নৃত্যকলাৰ  ক্ষেত্ৰত দুজন অবিস্মৰণায় ব্যক্তি । ছাত্ৰ-ছাত্ৰীক মণিপুৰী নৃত্যকলা শিকোৱাৰ কাৰণে ৰাজকুমাৰ চেনাৰিক সিংহক ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতনলৈ মাতি নিছিল । নৃত্যকলা চৰ্চাৰ ক্ষেত্ৰত অৱদানৰ বাবে গুৰু বিপিন সিংহক ১৯৬৬ চনত সঙ্গীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হৈছিল । পৰৰ্ৱতী কালছোৱাত তেওঁ মধ্যপ্ৰদেশ চৰকাৰৰ পৰা কালিদাস সন্মান লাভ কৰিছিল । কলকাতাত মণিপুৰী নৰ্তনালয় নামেৰে নৃত্যকলা শিক্ষাৰ এটা অনুষ্ঠান তেওঁ স্থাপন কৰিছিল ।


Published  By Abhiman Das



Previous Post Next Post