Class 9 maths exercise 9.1 solutions in Assamese medium

NCERT Solutions for Class 9 Maths Chapter Areas of parallelograms and Triangles Exercise 9.1 in Assamese Medium

নৱম শ্ৰেণীৰ গণিতৰ সমাধানঃ নৱম  অধ্যায় সামান্তৰিক আৰু ত্ৰিভুজৰ কালি । অনুশীলনী 9.1



অণুশীলনী 9.1


   1.   তলৰ চিত্ৰবোৰৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজৰ অৱস্থিত ? এনেক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা  ।



          

   চিত্ৰ 9.8



       সমাধানঃ

(i) নং চিত্ৰটো একে ভূমি আৰু একে ৰেখা একে সমান্তৰালৰ মাজত অৱস্থিত। এনেক্ষেত্ৰতঃ

  সাধাৰণ ভূমি DC  আৰু সমান্তৰাল ৰেখা DC আৰু AB

(iii) নং চিত্ৰটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ।

এনেক্ষেত্ৰতঃ

     সাধাৰণ ভূমি QR আৰু সমান্তৰাল ৰেখা দুটা QR আৰু PS

(V) নং চিত্ৰটো একেভূমি আৰু একে সমান্তৰাললৰ মাজত অৱস্থিত এনেক্ষেত্ৰত

       সাধাৰণ ভূমি AD আৰু সমান্তৰাল ৰেখা AD আৰু BQ


Published  By Abhiman Das



Class 9 Maths Assamese Medium questions Answer

Class 9 Assamese medium All Book solutions in Assamese Medium. Class 9 Mathematics soutions in Assamese Medium. Class 9 Mathematics Chapter 9  solution in Assamese Medium Class 9 Maths Assamese Medium.

Previous Post Next Post