Class 9 maths exercise 9.2 solutions in Assamese medium

NCERT Solutions for Class 9 Maths Chapter Areas of parallelograms and Triangles Exercise 9.2 in Assamese Medium

নৱম শ্ৰেণীৰ গণিতৰ সমাধানঃ নৱম  অধ্যায় সামান্তৰিক আৰু ত্ৰিভুজৰ কালি । অনুশীলনী 9.2



অণুশীলনী 9.2



    1.  চিত্ৰ 9.15 অত ABCD এটা সামন্তৰিক,  AE DC আৰু  CF   ADযদি  AB =  16 চে.মি.,  AE = 8 চি.মি. আৰু CF   = 10 চে.মি.,  AD উলিওৱা ।   

         

    সমাধানঃ 

             

            চিত্ৰ 9.15ত ABCD এটা সামান্তৰিক । AE DC আৰু        CF AD

     দিয়া আছে,

               AB = 16 cm

                 AE = 8 cm

                 CF = 10cm

                AD =?

আমি জানোঁ, 

     সামন্তৰিকৰ বিপৰীতে বাহু কেইটা সমান্তৰাল আৰু সমান।

              AB DC আৰু AB = CD = 16 cm

  ABCD সামান্তৰিকৰ কালি,

          = DC × AE

          = (16 × 8) cm2

          = 128 cm2 ……......… (1)

  ABCD সামান্তৰিকৰ কালি,

           = AD × CF

           = (AD × 10) cm2 …… (2)

    (2) আৰু 1 ৰ পৰা,

             AD × 10 = 128

               

                  ∴ AD = 12.8 cm     

  


2.    ABCD সামন্তৰিক এটাৰ বাহুবোৰৰ মধ্যাবিন্দুকেইটা যদি যথক্ৰমে E, F, G আৰু  H,  দেখুওৱা যে কালি (EFGH) = ½   কালি (ABCD)      

সমাধানঃ

  Coming soon

 3.   ABDC এটা সামান্তৰিকৰ DC আৰু AD বাহুত অৱস্থিত যথাক্ৰমে P আৰু Q যিকোনো দুটা বিন্দু ।দেখুৱা যে কালি (APB) = কালি (BQC)

  সমাধানঃ 

                  


 ABCD এটা সামান্তৰিকৰ DC আৰু AD  বাহুত অৱস্থিত P আৰু Q  যিকোনো দুটা বিন্দু ।

   প্ৰমাণ কৰিব লাগে যে,

        কালি (APB) = কালি (BQC)

 প্ৰমাণঃ আমি জানোঁ, এটা ত্ৰিভূজ আৰু এটা সামান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে ত্ৰিভূজটোৰ কালি সামান্তৰিকটোৰ কালিৰ আধা হব ।

    APB ত্ৰিভূজ আৰু ABCD সামান্তৰিটো একে ভূমি AB আৰু একেয়োৰ সমান্তৰাল ৰেখা AB আৰু DC ৰ মাজত আছে

   

BQC ত্ৰিভূজ আৰু ABCD সামান্তৰিকটোৰ একে ভূমি আৰু একেযোৰ সমান্তৰাল BC আৰু AD  ৰ মাজত আছে 

     

(1)       আৰু (2)  ৰ পৰা,

                   কালি (APB)  = কালি (BQC



প্ৰমাণিত

4.   চিত্ৰ 9.16 অত ABCD সামান্তৰিকটোৰ ভিতৰত P এটা বিন্দু । দেখুওৱা যে-

(i)                       কালি (APB) + কালি (PCD) = ½কালি (ABCD)

(ii)              কালি (APD) + কালি (PBC) =  কালি (APB) + কালি  PCD)

   [ইংগিতঃ P ৰ মাজেৰে ABৰ সমান্তৰালকৈ এটা ৰেখা টানা]

 

     

সমাধানঃ

             


চিত্ৰ 9.16 ত ABCD সামান্তৰিকটোৰ ভিতৰত P এটা বিন্দু।

    দেখুওৱা লাগে যে,

(i)                       কালি (APB) + কালি (PCD) = ½কালি (ABCD)

(ii)            কালি (APD) + কালি (PBC) =  কালি (APB) + কালি  PCD)

P ৰ মাজেৰে AB ৰ সমান্তৰালকৈ EF এডাল ৰেখা টনা হল।

প্ৰমাণ: (i) ∆APB আৰু সামন্তৰিক AEFB একেভূমি AB আৰু একেযোৰ সমান্তৰাল ৰেখা EF ৰ মাজত আছে ।

   কালি (APB) = ½ কালি (AEFB) ………. (1)

সেইদৰে, ত্ৰিভূজ PCD  আৰু সামান্তৰিক EDCF একে ভূমি DC আৰু একেযোৰ সমান্তৰাল ৰেখা  DC আৰু EF  ৰ মাজত আছে        

      ∴ কালি (PCD) = ½ কালি (EDCF)………… (2)

(1)       + (2)ৰ পৰা,

কালি (APB) + কালি (PCD) = ½ কালি (AEFB) + ½ কালি (EDCF)

  =  ½ কালি {(AEFB) + (EDCF)}

  = ½ কালি (ABCD)

প্ৰমাণিত

  প্ৰমাণ: (ii)  Coming soon


 

 5.    চিত্ৰ 9.17 অত PQRS আৰু ABRS দুটা সামান্তৰিক । BR বাহুৰ ওপৰত X এটা যিকোনো বিন্দু । দেখুওৱা যে-

(i)                       কালি (PQRS) = কালি (ABRS)

(ii)                   কালি (AXS) =  ½  কালি (PQRS)


        
সমাধানঃ

চিত্ৰত PQRS আৰু ABRS দুটা সমান্তৰিক।

 BR বাহুৰ ওপৰত, X এটা বিন্দু প্ৰমাণ কৰিব লাগে যে,

(i)                       কালি (PQRS) = কালি (ABRS)

(ii)                   কালি (AXS) = ½কালি (PQRS)

 

প্ৰমাণঃ

(i)            সমান্তৰিক    PQRS  আৰু ABRS একে ভূমি SR আৰু একে সমান্তৰাল SR আৰু  PB  মাজত আছে ।

একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সমান্তৰিক বোৰৰ কালি সমান।

  সেয়েহে,

     কালি (PQRS) =  কালি (ABRS) ………. (1)

(ii)            যিহেতু ∆AXS আৰু সমান্তৰিক ABRS ৰ একে ভূমি AS আৰু একে সমান্তৰাল AS আৰু BR মাজত আছে।

সেয়েহে,

কালি (AXS) = ½কালি (ABRS) ……. (2)

 (1) আৰু (2) ৰ পৰা, 

কালি = ½ কালি (PQRS)

প্ৰমাণিত



6. এজন খেতিয়কৰ PQRS সামান্তৰিক এটাৰ আকৃতিৰ এখন খেতিপথাৰ আছিল । তেওঁ RS ৰ উপৰত যিকোনো এটা বিন্দু ললে  আৰু  ইয়াক P আৰু Q বিন্দু দুটাৰ লগত সংযুক্ত কৰেলে । পথাৰখন কেইটা অংশত বিভক্ত হ?  এই অংশকেইটাৰ আকৃতিবোৰ কি কি ?  খেতিয়কেজনে পথাৰখনৰ সমান সমান অংশত বেলেগ বেলেগ ঘেঁহু আৰু মাহৰ গুটি সিচিব খুজিলে । তেওঁ এইটো কিদৰে কৰিব ?

সমাধানঃ 

Coming soon

Published  By Abhiman Das



Class 9 Maths Assamese Medium questions Answer

Class 9 Assamese medium All Book solutions in Assamese Medium. Class 9 Mathematics soutions in Assamese Medium. Class 9 Mathematics Chapter 9  solution in Assamese Medium Class 9 Maths Assamese Medium.


Previous Post Next Post