Class 10 maths exercise 5.2 solutions in Assamese medium.

NCERT Solutions for Class 10 Math's Chapter 5 Arithmetic Progression Exercise 5.2 Assamese Medium



MCQ Questions for class 10 Maths

Class 10 Maths Model MCQ. Just click on the  links given below to practice the Maths Solutions

Class 10 Maths ModelSolutions Links
Class 10 Maths MCQ QuestionsClick Here
Class 10 Maths Important QuestionsClick Here
Subscribe our Youtube ChannelClick Here

 

 

 


The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.


Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.

 

 Class 10 Maths Solutions in Assamese Medium


Chapters NameSolution Link
0. পুণৰালেচনাসমাধান
1. বাস্তৱ সংখ্যসমাধান
2. বহুপদসমাধান
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰসমাধান
4. দ্ধিঘাত সমীকৰণসমাধান
5. সমান্তৰ প্ৰগতিসমাধান
6. ত্ৰিভুজসমাধান
7. স্থানাংক জ্যামিতিসমাধান
8. ত্ৰিকোণমিতিৰ পৰিচয়সমাধান
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগসমাধান
10. বৃত্তসমাধান
11. অংকনসমাধান
12. বৃত্ত সম্বন্ধীয় কালিসমাধান
13. পৃষ্ঠকালি আৰু আয়তনসমাধান
14. পৰিসংখ্যাসমাধান
15. সম্ভাৱিতাসমাধান



 


follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


 

দশম শ্ৰেণীৰ গণিতৰ সমাধানঃ পঞ্চম অধ্যায় সমান্তৰ প্ৰগতি। অনুশীলনী 5.2



অনুশীলনী 5.2


1.   দিয়া আছে যে সমান্তৰ প্ৰগতি প্ৰথম পদ a, সাধাৰণ অন্তৰ d আৰু n তম পদ an তলৰ তালিকাখনৰ খালী ঠাই পূৰণ কৰা-




সমাধানঃ

(i)       যিহেতু a = 7,  d = 3,  n = 8

 আমি জানোঁ

    

 



(iii)                                   যিহেতু a = ?,  d = -3,  n =  18, an= -5

আমি জানোঁ,

  

(iv)                                   যিহেতু a = -18.9,  n= ?, d = 2.5,   an= 3.6,

আমি জানোঁ,

 

(v)                                   যিহেতু a = 3.5,  d = 0, n = 105,   an = ?

আমি জানোঁ,

      



2.   তলৰ প্ৰতিটোৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা-

(i)        10, 7, 4, . . ., এই সমান্তৰ প্ৰগতিটোৰ 30তম পদটো

(A)      97

(B)       77

(C)       -77

(D)      -87

    an = a +(n-1)d

⇒a30 = 10 +(30-1)(-3)

⇒a30 = 10 + 29(-3)

⇒a30 = 10 + (-87)

⇒a30 = 10 - 87

⇒a30 = 10 – 87

⇒a30 = -77

গতিকে,সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হল, (-77)

উত্তৰ: (C) - 77 

     
সমাধানঃ

(ii)                       দিয়া আছে, a = -3, 

   
গতিকে,সমান্তৰ প্ৰগতিটোৰ 11তম পদটো হল, 22

উত্তৰ: (B) 22 


3. তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালীঘৰ কেইটাৰ লুপ্ত পদসমূহ(missing terms) নিৰ্ণয় কৰা-




সমাধানঃ

(i)                       ইয়াত a = 2 আৰু a3 = 26, a2 = ?

         দিয়া আছে যে,

      

   

(ii)                       ইয়াত,

a2 = 13, a4 = 3 আৰু a = ?, a3 =?

দিয়া আছে যে,

  a2 = a + (2-1)d = 13

 ⇒ a + d = 13

 ⇒ a=13 – d ………….. (1)

   আৰু    a4 = 3

  a + (4-1)d = 3

⇒ a +3d= 3…………..(2)

 (1) ৰ মান (2) ত বহুৱাই পাঁও,

   

  d ৰ মান (1) ত  বহুৱাই পাওঁ,

   


   
   

  



(iv)              ইয়াত,   a = - 4 আৰু a6 = 6

             a2  = ?

             a3 = ?

             a4 = ?

             a5 = ?

  দিয়া আছে যে, 

   


   

  (1) ৰ মান (2) ত বহুৱাই পাওঁ,

     

d ৰ মান (1) ত বহুৱাই পাওঁ,

   
    


4.    3, 8, 13, 18, ……. সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 ?

সমাধানঃ

              ইয়াত, a = 3 আৰু d = 8 - 3 = 5

ধৰোঁ সমান্তৰ প্ৰগতিৰ nতম পদটো 78

   

গতিকে সমান্তৰ প্ৰগতিটোৰ 16 তম পদটো 78 হ



5.   তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা :

  সমাধানঃ

  ইয়াত, a = 7 আৰু d = 13 – 7 = 6

        ধৰোঁ, মুঠ পদৰ সংখ্যা = n

  

উক্ত AP ৰ পদৰ সংখ্যাঃ 34

 
  ধৰোঁ AP টোৰ পদৰ সংখ্যা

   

  উক্ত AP টোৰ পদৰ সংখ্যা 27



6.   11, 8, 5, 2 ……. এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হব পাৰেনে পৰীক্ষা কৰা ।

সমাধানঃ  

    ইয়াত, A = 11 আৰু D = 8 – 11 = -3

         ধৰো AP টোৰ nতম পদ = -150

     

ইয়াত n টো ধণাত্মক অখণ্ড সংখ্যা নহয় ।

-150 টো উক্ত AP ৰ এটা পদ হব নোৱাৰে ।


7.   এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 লে তাৰ 31তম পদটো নিৰ্ণয় কৰা ।

সমাধানঃ

     

(i) ৰ (a)ৰ মান (ii) ত বহুৱাই পাঁও,

  
  



8.   এটা সমান্তৰ প্ৰগতিত 50 টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষ পদটো 106 । 29তম পদটো নিৰ্ণয় কৰা ।

সমাধানঃ

    


       

উক্ত AP ৰ 29 তম পদ = 64



9.   যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হব ?

সমাধানঃ

   
  

আকৌ,

  


10.   এটা সমান্তৰ প্ৰগতিৰ 17 তম পদটো 10 তম পদটোতকৈ 7 ডাঙৰ । সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা ।

সমাধানঃ

  ধৰোঁ, AP টোৰ প্ৰথম পদটো = a

                              সাধাৰণ অন্তৰ = d

প্ৰশ্নমতে,

  


11.   3,15,27,39,......... সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ ?

সমাধানঃ

  ইয়াত, প্ৰথম পদ  = 3

 আৰু সাধাৰণ অন্তৰ = 15 – 3 = 12

প্ৰশ্নমতে,

  

অৰ্থাৎ উক্ত প্ৰগিতটোৰ 65 তম পদটো 54তম পদতকৈ 132 ডাঙৰ



12.   দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে । সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 । সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান ?

সমাধানঃ

     ধৰোঁ,  AP দুটাৰ প্ৰথম = A আৰু a

                      সাধাৰণ অন্তৰ = d

দিয়া আছে,

  


 

13.   কিমাটা তিনি অংকযুক্ত সংখ্যা 7 ৰে বিভাজ্য ?

সমাধানঃ

7 ৰে বিভাজ্য তিনি অংকবিশিষ্ট সংক্যসমূহ হলঃ

       105,112,119.....994

ধৰোঁ, A.P. টোৰ পদৰ সংখ্যা  n

    ইয়াত, 

   
   

অৰ্থাৎ 7 ৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যা 128 টা আছে ।



14.   10 আৰু 250 ৰ মাজৰ 4 ৰ গুণিতক কিমানটা আছে ?

সমাধানঃ

 10 আৰু 250 ৰ মাজৰ 4ৰ গুণিতকবোৰ হ:   

                    12, 16, 20, …….248

ধৰোঁ, মুঠ সংখ্যা = n

       ইয়াত a = 12 আৰু  d = 16 – 12 = 4

   

গতিকে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক 60 টা আছে ।



 

15.   n ৰ কি মানৰ বাবে 63,65,67.....আৰু 3,10,17...... এই সমান্তৰ প্ৰগতিৰ দুটাৰ nতম পদ দুটা সমান ?

সমাধানঃ

A.P. টোৰ প্ৰথম পদ A = 63

আৰু সাধাৰণ অন্তৰ d= 65-63 = 2

 

প্ৰশ্নমতে,

   

গতিকে 13 তম পদটোৱেই হল সমান ।



 

16.   এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদটোতকৈ 12 ডাঙৰ । সমান্তৰক প্ৰগতিটো নিৰ্ণয় কৰা ।

সমাধানঃ

  ধৰোঁ প্ৰথম পদ = a

       সাধাৰণ অন্তৰ = d

             তৃতীয় পদ = 16

 

গতিকে A.P. টো, a, a + d, a +2d,a+3d

  = 4, 4+6 = 10, 16,22………….



17.   3,8,13,.......253 এই সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা ।

সমাধানঃ

উক্ত AP টোৰ শেষৰফালৰ পৰা পোৱা নতুন AP টো হ

         253,248,…..13,8,3

এতিয়া,

    a = 253

    d = 248 – 253 = - 5

∴ a20 = a +(20-1)d

         = 253 + (20-1)(-5)

         = 253 +19(-5)

         = 253 – 95

         = 158

সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো 158



18.   এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44। সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা ।

সমাধানঃ

     ধৰোঁ, A.P. টোৰ প্ৰথম পদ = a

                                 সধাৰণ অন্তৰ = d    

প্ৰথম চৰ্তমতে,

   
   


 

19.   1995 চনত চন্দনাই 5000 টকা বছৰেকীয়া দৰমাহত চাকৰি আৰাম্ভ কৰিলে আৰু প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি টকাকৈ বৃদ্ধি লাভ কৰিলে । কোন বছৰত তেওঁৰ দৰমহা 7000 টকা হ?

সমাধানঃ

       আৰাম্ভণি দৰমহা = a = 5000

             সাধাৰণ অন্তৰ = d = 200     

ধৰোঁ, n বছৰত তেওঁৰ দৰমহা = 7000 টকা 

  

নিৰ্ণয় 11 টা বছৰত তেওঁৰ দৰমহা 7000 টকা ।


20.   ৰামচৰণে কোনো এটা বছৰৰ প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰিলে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন 1.75 টকাকৈ বঢ়াই গৈ থাকিল । n তম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ 20.75 টকা হলে nৰ মান নিৰ্ণয় কৰা ।

সমাধানঃ

      প্ৰথম সপ্তাহত সঞ্চয় কৰিছিল (a) = 5 টকা

      প্ৰতি সপ্তাহত সঞ্চয় কৰিছিল (d)  = 1.75  টকা  

  



Published  By Abhiman Das



Class 10 Math’s Assamese Medium questions Answer

Class 10 Assamese medium All Book solutions in Assamese Medium. Class 10 Mathematics solutions in Assamese Medium. Class 10 Mathematics Chapter 5  solution in Assamese Medium Class 10 Math’s Assamese Medium.

Previous Post Next Post