Class 10 Maths Constructions Exercise 11.1 Solutions in Assamese medium.
Class 10 Maths
Chapter Constructions Exercise 11.1 in Assamese Medium. Constructions
Exercise 11.1 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10
Chapter Constructions Exercise 11.1 in Assamese medium.
The Board of Secondary Education, Assam . Class 10 maths Constructions chapter Exercise 11.1 solutions in Assamese medium . Class 10 maths Assamese Medium. Class 10 mathematics Constructions chapter Exercise 11.1 . NCERT Text book solutions in Assamese Medium . We provide class 10 maths solutions in assamese medium. We use easy methoed to solve qusetion Answer.
Class 10 Question Answer Assam, CLASS X SEBA BOARD | Class 10 Maths 11.1 ALL Questions Solutions in Assamese | Class 10 maths assamese medium question answer.
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths Solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.
Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.
Class 10 Maths Solutions in Assamese Medium
Chapters Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
follow us on
Class 10 General Mathematics Constructions Chapter Solutions in Assamese Medium
Constructions Chapter Class10 has total 2 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise
অংকন | Solutions Link |
---|---|
অনুশীলনী 11.1 (Exercise 11.1) | সমাধান |
অনুশীলনী 11.2 (Exercise 11.2) | সমাধান |
SEBA Bord NCERT textbook solutions for class 10 maths chapter Constructions
SEBA Board Class 10 Maths Textbook Solution
নিম্নোক্ত প্ৰতিটোত, অংকনৰ উপযুক্ত কাৰণো দৰ্শোৱাঃ
1.
7.6
চে.মি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 5:8 অনুপাতত
ভাগ কৰা । ভাগ দুটা জোখা ।
সমাধানঃ
অকংণ
পৰ্য্যায়ঃ
(i)
AB
= 7.6cm দৈৰ্ঘ্যৰ এজডাল
ৰেখাখণ্ড অংকণ কৰা হল ।
(ii)
AX = ৰশ্মি আঁকা হল, যাতে ∠XAB
সূক্ষ্মকোণ ।
(iii)
AX ত A1, A2, A3
………… A12, A13.
(iv)
B আৰু A13 সংযোগ কৰা হল ।
(v)
A5 বিন্দোটোৱে
A5P
টনা হল যাতে A5P∥A13.
বিন্দোটোৱে AB
ক 5:8
অনুপাতত ভাগ কৰে । অৰ্থাৎ
AP:PB
= 5:8
সত্যাপনাঃ
2.
4
চে.মি., 5 চে.মি. আৰু 6 চে.মি. বাহুৰ এটা ত্ৰিভূজ আঁকা আৰু তাৰ পিছত ইয়াৰ সদৃশ
হোৱাকৈ এটা ত্ৰিভূজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভূজটোৰ অনুৰূপ বাহু ⅔ গুণ হয়
।
সমাধানঃ
অংকণ পৰ্য্যায়ঃ
(i) AB
= 6cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ডঅংকণ কৰা হল ।
(ii) A
বিন্দুক কেন্দ্ৰ ধৰি 4 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকণ কৰা হল ।
(iii) B বিন্দুক কেন্দ্ৰ ধৰি 5 cm ব্যাসাৰ্দ্ধৰ এটা বৃত্তচাপ আঁকা হল এই চাপ আগৰ চাপক C বিন্দুত কাটে ।
(iv) AC
আৰু BC সংযোগ কৰা হল ।
(v) AB ৰ
তলফালে AX ৰশ্মি অঁকা হল যাতে∠BAX সূক্ষ্মকোণ ।
(vi) AX
ৰ ওপৰত
তিনিটা বিন্দু A1,
A2, A3 চিহূত
কৰা হল যাতে AA1
= A1A2 = A2A3
(vii)
A3B
সংযোগ কৰা হ ল ।
(viii)
A2B’
সংযোগ কৰা হল যাতে A2B’∥A3B
(ix)
B’B’
অঁকা হল য়াতে B’C’∥BC
∆AB’C য়েই আকিবলগীয়া ত্ৰিভূজ । যত
∆AB’C’∼∆ABC আৰু
বাহুৰ দীঘ ∆ABC ৰ দীঘৰ ⅔ অংশ ।
সত্যপনাঃ
অংকণৰ পৰা আমি পাঁও,
সমাধানঃ
অংকণ পৰ্য্যায়ঃ
(i)
AB
= 7 cm দৈৰ্ঘ্যৰ এডাল
ৰেখাখণ্ড অঁকা হল ।
(ii)
A ক
কেন্দ্ৰ ধৰি 6cm ব্যাসাৰ্দ্ধৰ এটা বৃত্তচাপ অঁকা হল । এই বৃত্ত
চাপটো C বিন্দুত কাটে ।
(iii)
B
ক কেন্দ্ৰ ধৰি 6cm ব্যাসাৰ্দ্ধৰ এটা বৃত্ত চাপ অঁকা হল । এই চাপে
আগৰ C বিন্দুত কাটে ।
(iv)
AC
আৰু BC সংযোগ
কৰা হল ।
(v)
AX
ৰ ৰশ্মি টনা হল যাতে ∠BAX সূ ক্ষ্মকোণ ।
(vi)
AX
ৰ ৰশ্মিত A1, A2 ….. A7 ৰে চিহূত কৰা হল ।
(vii)
A5B
সংযোগ কৰা হল ।
(viii)
A7B’
টনা হল যাতে A5B∥A7B’
(ix)
B’C’
টনা হল যাতে BC∥B’C’
∆AB’C’ য়েই হল আকিবলগীয়া ত্ৰিভূজ ।
সত্যপনাঃ
∆ABC আৰু ∆AB’C ৰ পৰা
BC∥B’C’
আকৌ,
∆AA5B আৰু ∆AA7B’ ৰ পৰা
A5B∥A7B’
(1) আৰু (2) ৰ পৰা,
সমাধানঃ
অংকণৰ
পৰ্য্যায়ঃ
(i) AB
= 8cm দৈৰ্ঘ্যৰ ৰেখাখণ্ড অংকণ কৰা হল ।
(ii) AB
ৰ লম্ব সমদ্ধিখণ্ডক PQ অংকণ কৰা
হল । PQ য়ে AB ক O বিন্দুত কাটে ।
(iii) O
ক কেন্দ্ৰ ধৰি 4 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকণ কৰা হল যাতে এই
চাপ PQ ক C বিন্দুত কাটে
(iv) AC
আৰু BC সংযোগ
কৰা হল
(v) AX
ৰশ্মি
অকংণ কৰা হল যাতে ∠BAX সূক্ষ্মকোণ ।
(vi) AX
ত তিনিটা বিন্দু A1, A2, A3 চিহিত কৰা হল যাতে AA1 = A1A2 = A2A3
(vii) A2B
সংযোগ কৰা হল ।
(viii) A3B’
টনা হল যাতে A2B∥A3B’
(ix) B`C` টনা হল যাতে BC∥B`C`
∆ABC' য়ে আকিব লগীয়া ত্ৰিভূজ ।
সত্যপনাঃ
∆ABC আৰু ∆AB`C` ৰ পৰা আমি পাওঁ,
সমাধানঃ
অংকণৰ
পৰ্য্যায়ঃ
(i)
BC
= 6cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অংকণ কৰা হল ।
(ii)
B বিন্দুত কম্পাছেৰে এটা 60° কোণ অংকণ কৰা হল যাতে ∠YBC = 60°
(iii)
BY
ৰ ৰশ্মিৰ পৰা BA = 5cm কাটি
লোৱা হল ।
(iv)
AC
সংযোগ কৰা হল ।
(v)
BX
ৰ ৰশ্মি টনা হল যাতে ∠CBX = সুক্ষ্মকোণ ।
(vi)
BX
ৰ ৰশ্মিত চৰিটা বিন্দু B1, B2,B3,
B4 চিহূত কৰা হল যাতে BB1 = B1B2
= B2B3 = B3B4
(vii)
B4C
সংযোগ কৰা হল ।
(viii)
B3C’ টনা হল যাতে B3C∥ B4C
(ix)
C`A` টনা হল যাতে C`A`∥CA.
∆A`BC` য়ে
আকিবলগীয়া ত্ৰিভূজ ।
সত্যপনাঃ
6.
BC
= 7 চে.মি., AB = 5
চে.মি., ∠A=105°
যু্ক্ত ABC এটা
ত্ৰিভূজ আঁকা । তাৰ পিছত, এটা ত্ৰিভূজ আঁকা যাৰ বাহুবোৰৰ ∆ABC ৰ অনুৰূপ বাহুবোৰৰ গুণ ।
সমাধানঃ
অকংণ
পৰ্য্যায়ঃ
(i)
BC
= 7cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অংকণ কৰা হল ।
(ii)
B
বিন্দুত ∠CBX = 45° আৰু C বিন্দুত ∠BCY = 180° - (45° + 105°) = 30° অংকণ কৰা হল । BX আৰু CY যে A বিন্দুত কাটে । ∆ABC য়ে
প্ৰদত্ত জোখমতে আঁকিবলগীয়া ত্ৰিভূজ ।
(iii)
BZ
ৰশ্মি
অংকণ কৰা হল যাতে ∠CBZ সুক্ষ্মকোণ ।
(iv)
BZ ৰ ওপৰত চাৰিটা বিন্দু B1, B2,B3,
B4 চিহূত কৰা হল যাতে BB1 = B1B2
= B2B3 = B3B4
(v)
B3C` টনা হল ।
(vi)
B4C` টনা হল যাতে B3C∥ B4C
(vii)
C`A` টনা হল যাতে C`A`∥CA.
∆A`BC` য়ে আকিবলগীয়া
ত্ৰিভূজ ।
সত্যপনাঃ
∆ABC আৰু ∆A`BC` ৰ পৰা
আমি পাওঁ,
∠ABC = ∠A`BC` (সাধাৰণ কোণ)
∠ACB = ∠A`C`B (অনুৰূপ কোণ)
সমাধানঃ
অকংণ পৰ্য্যায়ঃ
(i)
BC
= 4cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অংকণ কৰা হল ।
(ii)
B বিন্দুত ∠XBC= 90° কোণ অংকণ কৰা হল ।
(iii)
BX
ৰ ৰশ্মিৰ পৰা BA = 3cm কাটি
লোৱা হল ।
(iv)
AC
টনা হল যাতে ∆A`BC` য়ে
পদত্ত জোখমতে আঁকিবলগীয়া ত্ৰিভূজ ।
(v)
BY
ৰশ্মি অংকণ কৰা হল যাতে ∠CBY সুক্ষ্মকোণ ।
(vi)
BY ৰ ওপৰত 5টা বিন্দু B1, B2,B3,
B4, B5 চিহূত
কৰা হল যাতে BB1
= B1B2 = B2B3 = B3B4
= B4B5
(vii)
B3C` টনা হল ।
(viii)
B5C` টনা হল যাতে B3C∥ B2C`
(ix)
C`A` টনা হল যাতে C`A`∥CA.
∆A`BC` য়ে
আকিবলগীয়া ত্ৰিভূজ ।
সত্যপনাঃ
∆ABC আৰু ∆A`BC` ৰ পৰা আমি পাওঁ,
∠ABC = ∠A`BC` (সাধাৰণ কোণ)
∠ACB = ∠A`C`B (অনুৰূপ কোণ)
Published By Abhiman Das
Class 10 Math’s Assamese Medium questions Answer
More Resours For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutins
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions
CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS CONSTRUCTIONS CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHS CONSTRUCTIONS EXERCISE 11.1 SOLUTIONS IN ASSAMESE MEDIUM.
****************