Class 10 Maths Chapter 6 Triangles Exercise 6.4 Solutions in Assamese Medium
Class 10 Maths Chapter 6 Triangles Exercise 6.4 in Assamese Medium. Triangles Exercise 6.4 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter 6 Triangles Exercise 6.4 in Assamese medium.
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths Solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.
Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.
Class 10 Maths Solutions in Assamese Medium
Chapters Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
follow us on
Class 10 General Mathematics Triangles Chapter Solutions in Assamese Medium
Triangles Chapter Class10 has total 6 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise
ত্ৰিভুজ | Solutions Link |
---|---|
অনুশীলনী 6.1 (Exercise 6.1) | সমাধান |
অনুশীলনী 6.2 (Exercise 6.2) | সমাধান |
অনুশীলনী 6.3 (Exercise 6.3) | সমাধান |
অনুশীলনী 6.4 (Exercise 6.4) | সমাধান |
অনুশীলনী 6.5 (Exercise 6.5) | সমাধান |
অনুশীলনী 6.6 (Exercise 6.6) | সমাধান |
SEBA NCERT text book Solutions for Class 10 Chapter 6 Assamese medium | Class 10 maths solutions in Assamese medium. Class 10 Maths chapter 6 Exercise 6.4 solutions SEBA |
দশমান শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায় ৰ অনুশীলনী 6.4 ৰ সমাধানবোৰ অতি সুন্দৰ ভাবে কৰি কৰিবলৈ যত্ন কৰিছো ।
Exercise 6.4 (অনুশীলনী 6.4)
Exercise 6.4 Class 10 Maths Question 1 Solution in Assamese Medium
1. ধৰা ∆ABC ~ ∆DEF
আৰু সিহঁতৰ কালি ক্ৰমে 64cm2 আৰু 121cm2 । যদি
EF
= 15.4cm, BC উলিওৱা।
সমাধানঃ
দিয়া
আছে,
∆ABC ~ ∆DEF
ar(ABC)
= 64cm2
ar(DEF) = 121cm2
EF = 15.4 cm
BC =?
এতিয়া,
Exercise 6.4 Class 10 Maths Question 2 Solution in Assamese Medium
2. ABCD ট্ৰেপিজিয়ামৰ AB∥DC আৰু কৰ্ণ
দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে । যদি AB
= 2CD, AOB আৰু COD ত্ৰিভূজৰ কালিৰ অনুপাত উলিওৱা ।
সমাধানঃ
দিয়া
আছে,
ABCD ট্ৰেপিজিয়ামৰ AB∥DC আৰু কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে আৰু AB = 2CD
এতিয়া,
∆AOB
আৰু ∆COD
ৰ
∠OAB = ∠OCD [একান্তৰ কোণ]
∠ OBA = ∠ODC [একান্তৰ কোণ]
ত্ৰিভূজৰ AA সাদৃশ্য চৰ্তমতে,
∆AOB ~ ∆COD
আমি জানো যে দুটা সদৃশ ত্ৰিভূজৰ কালিৰ অনুপাত
সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান ।
Exercise 6.4 Class 10 Maths Question 3 Solution in Assamese Medium
3. চিত্ৰ 6.44 ত, একে ভূমি BC ৰ ওপৰত ABC আৰু DBC দুটা ত্ৰিভূজ । যদি AD য়ে BC ক O বিন্দুত ছেদ কৰে তেন্তে দেখুওৱা যে,
সমাধানঃ
ধৰোঁ,
AP, DM হৈছে BC ৰ ওপৰত লম্ব
আমি জানো যে,
Exercise 6.4 Class 10 Maths Question 4 Solution in Assamese Medium
4. যদি দুটা সদৃশ ত্ৰিভূজৰ কালি সমান, প্ৰমান কৰা যে সিহঁত সৰ্বসম ।
সমাধানঃ
ধৰোঁ, ∆ABC ~ ∆DEF
সমীকৰণ নং (1) ৰ পৰা,
পমাণিত
Exercise 6.4 Class 10 Maths Question 5 Solution in Assamese Medium
5. ∆ABC ৰ AB, BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে D, E, আৰু F । ∆DEF আৰু ∆ABC ৰ কালিৰ অনুপাত উলিওৱা ।
সমাধানঃ
দিয়া আছে,
∆ABC ৰ AB, BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে D, E, আৰু F ।
এতিয়া,
ar(∆DEF) = ar(∆ABC)
- ar(∆BED) - ar(∆CEF) - ar(∆ADF)
Exercise 6.4 Class 10 Maths Question 6 Solution in Assamese Medium
6. প্ৰমাণ
কৰা যে দুটা সদৃশ ত্ৰিভূজৰ কালিৰ অনুপাত সিহঁতৰ
অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান।
সমাধানঃ
ধৰোঁ,
∆ABC ~ ∆PQR,
AD আৰু PS
দুয়োটা ত্ৰিভূজৰ
মধ্যমা ।
দিয়া আছে,
AD
আৰু PS
দুয়োটা ত্ৰিভূজৰ
মধ্যমা
সমীকৰণ নং (i) ৰ পৰা,
অৰ্থাৎ
পমাণিত
Exercise 6.4 Class 10 Maths Question 7 Solution in Assamese Medium
7. প্ৰমাণ
কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভূজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ
ওপৰত গঠিত সমবাহু ত্ৰিভূজটোৰ কালিৰ আধা ।
সমাধানঃ
Exercise 6.4 Class 10 Maths Question 7 Solution in Assamese Medium
7. প্ৰমাণ
কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভূজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ
ওপৰত গঠিত সমবাহু ত্ৰিভূজটোৰ কালিৰ আধা ।
সমাধানঃ
ধৰোঁ,
ABCD বৰ্গৰ BC বাহুৰ ∆BCF এটা সমাবাহু আৰু AC কৰ্ণত ACE আন এটা সমবাহু ত্ৰিভূজ ।
প্ৰমাণ
কৰিব লাগে যে,
প্ৰমাণঃ
∆BCF আৰু ∆ACE
সমবাহু
∴ ∆BCF ~ ∆ACE
পমাণিত
Exercise 6.4 Class 10 Maths Question 8 Solution in Assamese Medium
8. ABC আৰু BDE দুটা সমবাহু
ত্ৰিভূজ আৰু BC বাহুৰ মধ্যবিন্দু D । ABC আৰু BDE ত্ৰিভূজ দুটাৰ কালিৰ
অনুপাত হ’বঃ
(A)
2:1
(B)
1:2
(C)
4:1
(D)
1:4
সমাধানঃ (C)4:1
Exercise 6.4 Class 10 Maths Question 9 Solution in Assamese Medium
9. দুটা সদৃশ ত্ৰিভূজৰ বাহুৰ অনুপাত 4:9 । এই দুটাৰ কালিৰ অনুপাত হ’লঃ
(A)
2:3
(B)
4:9
(C)
81:16
(D)
16:81
সমাধানঃ (D)16:81
Published By Abhiman Das
Class 10 Maths Assamese Medium questions Answer
More Resours For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutins
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions
CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS TRIANGLES CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHS TRIANGLES EXERCISE 6.4 SOLUTIONS IN ASSAMESE MEDIUM.