Class 9 Maths Revision Exercise R-1 Solutions in Assamese medium.
The Board of Secondary Education, Assam . Class 9 maths Revision chapter Exercise R-1 solutions in Assamese medium . Class 9 maths Assamese Medium. Class 9 mathematics revision chapter Exercise r-1. NCERT Text book solutions in Assamese Medium The Board of Secondary Education, Assam (SEBA). We provide class 9 maths solutions in assamese medium. We use easy methoed to solve qusetion Answer.
Revision Chapter Class 9 has total 2 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise
পুণৰালোচনা | Solutions Link |
---|---|
অনুশীলনী R-1 (Exercise R-1) | সমাধান |
অনুশীলনী R-2 (Exercise R-2) | সমাধান |
Class 9 Question Answer Assam, CLASS IX SEBA BOARD | Class 9 Maths R-1 ALL Questions Solutions in Assamese | Class 9 maths assamese medium question answer.
Class 9 maths exercise R-1, পুণৰালোচনা অধ্যায়টিৰ অনুশীলনী R-R-1 ৰ সকলো প্ৰশ্নৰ সমাধান অতি সুন্দৰকৈ কৰা আছে ।
পুণৰালোচনা (Revision) প্ৰথম অধ্যায় । এই অধ্যায়ত আমি অনুশীলনী R-1 (Exercise R.1) ৰ সকলো প্ৰশ্নৰ উত্তৰ অতি সহজ পদ্ধতিৰে দিবলৈ যত্ন কৰিছো ।
SEBA Bord NCERT textbook solutions for class 10 maths chapter Revision
SEBA Board Class 9 Maths Textbook Solution
Revision (পুণৰালোচনা )
Exercise R-1 (অনুশীলনী R-1)
1.
বৰ্গমূলৰ দ্বাৰা √2 ৰ আনুমানিক মান দুই দশমিক স্হানলৈ উলিওৱা ।
সমাধানঃ
∴ √2 = 1.41
2. দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পুৰণফল পৰিমেয়।
সমাধানঃ দুটা পৰিমেয় সংখ্যা যাৰ যোগফল পৰিমেয় আৰু পুৰণফল পৰিমেয়,
সেই সংখ্যা দুটা হ'ব a + √b আৰু
a-√b, b≥ 0
3. সংখ্যা ৰেখাত – 5 আৰু 5 অৰ মধ্যৱৰ্তী
অখণ্ড সংখ্যাবেৰ লিখা।
সমাধানঃ
∴ - 5 আৰু 5 ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হলঃ -4,-3, -2, -1, 0, 1, 2, 3, 4
সমাধানঃ
প্ৰমাণিত
সমাধানঃ
ইয়াত দিয়া আছে,
প্ৰমাণিত
6. তলৰ যোৰৰ
প্ৰত্যেকেৰে মৌলিক উৎপাদক গ.সা.গু., আৰু
ল.সা.গু. থিৰ কৰা ।
(i)
321, 396
(ii)
455, 42
(iii)
408, 170
সমাধানঃ
(i) 321, 396
321
= 3× 107
396 = 2 × 2 × 3 × 3 × 11
∴ গ.সা.উ. (321,396) = 3
∴ ল.সা.উ. (321,396) = 2 × 2 × 3 × 3 × 11 ×
107
=
4 × 9 × 11 × 107
= 42372
(ii) 455, 42
∴ গ.সা.উ. (455,42) = 7
∴ ল.সাগু. (455,42) = 2 × 3 × 5 × 7
× 13
= 2730
(iii)
408,170
408 = 2 × 2 × 2 × 3 × 17
170 = 2 × 5 × 17
∴ গ.সা.উ. (408,170) = 2 ×
17
= 34
∴ ল.সা.উ. (408,170) = 2 ×
2 × 2 × 3 × 5 × 17
= 2040


√2= 1.41 হলে
প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ’ব ।
সমাধানঃ
সমাধানঃ
10. সৰল কৰা:
সমাধানঃ




সমাধানঃ


13. হৰণ কাৰ্য নকৰাকে তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা।
সমাধানঃ



14. তলৰ শতকবোৰৰ ভগ্নাংশত উলিওৱাঃ
সমাধানঃ
15. তলৰ ভগ্নাংশবোৰৰ শতকৰা ৰূপত লিখাঃ
সমাধানঃ
16.
কোনো এটা বস্ত 10% লাভত বিক্ৰি কৰা হল । তাৰ কিনাদাম আৰু বেচাদামৰ অনুপাত কি?
সমাধানঃ
প্ৰশ্নমতে,
17. 30
টা কণীৰ কিনাদাম দাম, 20 টা কণীৰ বেচাদামৰ
সমান। লাভৰ শতকৰা হাৰ কি?
সমাধানঃ
ধৰোঁ,
এটা কণীৰ বেচাদাম = x টকা
∴20 টা কণীৰ বেচাদাম = 20x টকা
30 টা কণীৰ কিনাদাম = 20x টকা
1 টা কণীত লাভ হব =এটা কণীৰ বেচাদাম - 1 টা কণীৰকিনাদাম
18. এটা ব্স্তুৰ কিনাদাম 2100 টকা, 10% লাভত বিক্ৰি হলে বস্তুটোৰ বেচাদাম
কি?
সমাধানঃ
দিয়া আছে,
এটা
বস্তুটোৰ কিনাদাম = 2100 টকা
শতকৰা লাভ = 10%
19. টকাত 4 টাকৈ নেমু কিনি 20% লাভত বিক্ৰি কৰিলে ।
এটা নেমুৰ বিক্ৰি মূল্য কিমান হ’ব ।
সমাধানঃ
দিয়া আছে,
4 টা নেমুৰ কিনাদাম = 1 টকা
শতকৰা লাভ = 20%
20. এটা বস্ত 500 টকাত
বিক্ৰি কৰিলে 5% লোকচান হয় । এইটো কিমান দামত
বেচিলে 5% লাভ হ’লহেঁতেন?
সমাধানঃ
দিয়া আছে,
এটা বস্তুৰ বেচাদাম = 500 টকা
শতকৰা লোকচান = 5%
আকৌ শতকৰা লাভ = 5%
=55.63 টকা
∴ বস্তুটো 552.63 টকাত বেছিলে 5% লাভ হ’লহেঁতেন ।
21. গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা
চাৰ্টৰ দাম ক্ৰমে 10%, 10% আৰু 5% ৰেহাই দিয়ে । তিনিওটাৰ সমতুল ৰেহাই
কি হ’ব ?
সমাধানঃ
ধৰোঁ,
এটা চাৰ্টৰ ছপামূল্য = 100 টকা
আকৌ,
আকৌ,
Published By Abhiman Das
Class 9 Math’s Assamese Medium questions Answer
CLASS 9 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 9 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 9 MATHEMATICS REVISION CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 9 MATHS REVISION EXERCISE R-1 SOLUTIONS IN ASSAMESE MEDIUM.
****************