Class 10 Maths Coordinate Geometry Exercise 7.1
in Assamese medium
Class 10 Maths Chapter 7 Coordinate Geometry Exercise 7.1 in
Assamese Medium. Coordinate Geometry Exercise 7.1 are part of Class 10 Maths Solutions in Assamese Medium.
Here we have given Mathematics Solutions for Class 10 Chapter 7 Coordinate
Geometry Exercise 7.1 in Assamese medium.
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths Solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.
Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.
Class 10 Maths Solutions in Assamese Medium
Chapters Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
follow us on
Class 10 General Mathematics Chapter 7
Coordinate Geometry Solutions in Assamese Medium
Chapter 7 Coordinate GeometryClass10 has total 4 Exercise. Just click on the exercise wise
links given below to practice the Maths solutions for the respective exercise.
স্থানাংক জ্যামিতি | Solutions Link |
---|---|
অনুশীলনী 7.1 (Exercise 7.1) | সমাধান |
অনুশীলনী 7.2 (Exercise 7.2) | সমাধান |
অনুশীলনী 7.3 (Exercise 7.3) | সমাধান |
অনুশীলনী 7.4 (Exercise 7.4) | সমাধান |
অনুশীলনাঃ 7.1
Exercise 7.1 Class 10 Maths Question 1 Solution in Assamese Medium
1.
তলৰ
প্ৰতিযোৰ বিন্দুৰ মাজৰ দুৰত্ব নিৰ্ণয় কৰাঃ
(i)
(2,3),
(4,1)
(ii)
(-5,7),
(-1,3)
(iii)
(a, b), (-a, -b)
সমাধানঃ
(i) (2,3), (4,1)
দুৰত্ব সূত্ৰৰ ব্যৱাহৰ কৰি পাঁও,
(ii) (-5,7), (-1,3)
ধৰোঁ, A (-5,
7), B (-1 , 3) ৰ মাজৰ দুৰত্ব
(iii) (a, b), (-a,- b)
A (a, b) আৰু B (- a , - b) ৰ AB
ৰ দুৰত্ব
Exercise 7.1 Class 10 Maths Question 2 Solution in Assamese Medium
2.
(0,0) আৰু (36,15) ৰ মাজৰ দুৰত্ব উলিওৱা । তুমি এতিয়া ওপৰ 7.2 অনুচ্ছেদত আলোচনা কৰা A আৰু B নগৰ দুখনৰ
মাজৰ দুৰত্ব উলিয়াব পাৰিবানে ?
সমাধানঃ
ইয়াত A (0,0)
আৰু B (36 ,15)
ক দুৰত্ব সূত্ৰ ব্যৱাহৰ কৰি,
Exercise 7.1 Class 10 Maths Question 3 Solution in Assamese Medium
3.
(1, 5), (2,3)আৰু
(-2,-11) বিন্দুকেইটা একৰেখীয় হয়নে নিৰ্ণয় কৰা ।
সমাধানঃ
ইয়াত A (1,5), B (2,3) আৰু C (-2, -11)
দুৰত্ব সূত্ৰৰ ব্যৱাহৰ কৰি পাঁও,
অৰ্থাৎ
(1,5), (2,3 আৰু (-2, -11) বিন্দু কেইটা এক ৰেখীয় নহয় ।
Exercise 7.1 Class 10 Maths Question 4 Solution in Assamese Medium
4.
(5,-2),
(6,4) আৰু (7,-2) বিন্দুকেইটা এটা সমদ্ধিবাহু
ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা ।
সমাধানঃ
ধৰোঁ, A (5, - 2), B (6,4) আৰু C (7, -2) বিন্দুকেইটা সমদ্ধিবাহু ত্ৰিভূজৰ শীৰ্ষবিন্দু ।
দুৰত্ব সূত্ৰ ব্যৱাহৰ কৰি
গতিকে, (5,-2), (6,4) আৰু (7,-2) বিন্দুকেইটা এটা সমদ্ধিবাহু
ত্ৰিভুজৰ শীৰ্ষবিন্দু হয়
Exercise 7.1 Class 10 Maths Question 5 Solution in Assamese Medium
5. এটা
শ্ৰেণী কোঠাত 4 জন বন্ধু চিত্ৰ 7.8ত দিয়াৰ দৰে A, B, C আৰু D স্থানত বহিছে । চম্পা আৰু চামেলি শ্ৰেণী কোঠালৈ
সোমাই গ’ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলিক
সুধিলে ABCD এটা বৰ্গ বুলি তুমি নাভাবানে ? চামেলিয়ে
বৰ্গ নহ’ব জনালে । দুৰত্বৰ সুত্ৰ ব্যৱহাৰ কৰি তেওঁলোক
দুজনীৰ কোন শুদ্ধ নিৰূপন কৰা।
সমাধানঃ
Exercise 7.1 Class 10 Maths Question 6 Solution in Assamese Medium
6.
তলৰ বিন্দুবিলাকে যদি চৰ্তুভূজ গঠন কৰে তেনেহ’লে সেই চৰ্তুভূজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ
উত্তৰৰ সপক্ষে কাৰণ দাঙি ধৰা ।
(i)
(- 1 , - 2), (1,0), (- 1, 2), (- 3, 0 )
(ii)
(-3,5), (3,1), (0,3), (-1,-4)
(iii)
(4 , 5), (7, 6), (4, 3), (1,2)
সমাধানঃ
(i)
(-
1 , - 2), (1,0), (- 1, 2), (- 3, 0 )
দিয়া আছে, A
(-1,-2), B (1,0), C (-1,2), D (-3 ,0)
আকৌ,
গতিকে, দেখা গ’ল যে, AB=BC=CD=DA
আৰু
AC=BD
অৰ্থাৎ ABCD এটা বৰ্গ ।
(ii) দিয়া বিন্দুবোৰ A(-3,5), B(3,1), C(0,3) আৰু D(- 1 , - 4)
ইয়াত AC + BC = AB । অৰ্থাৎ C বিন্দুটো AB ৰ ওপৰত অৱস্তিত ।
গতিকে ABCD এটা চতুৰ্ভুজ সম্ভৱ নহয় ।
(iii) দিয়া বিন্দুবোৰ A (4,5), B (7,6), C (4,3) আৰু D (1,2)
Exercise 7.1 Class 10 Maths Question 7 Solution in Assamese Medium 1. (2,- 5) আৰু (-2,9) বিন্দু দুটাৰ পৰা সমদুৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা ।
সমাধানঃ
ধৰোঁ, P (x,
0) x অক্ষৰ ওপৰত থকা বিন্দু য’ত A(2,-5)
আৰু B(-2,9) ৰ সমদুৰত্ব ।
∴ PA = PB
∴ (2,-5) আৰু (-2,9) বিন্দু দুটাৰ পৰা সমদুৰত্ব x অক্ষৰ ওপৰত থকা বিন্দুটো (-7,0)
Exercise 7.1 Class 10 Maths Question 8 Solution in Assamese Medium
8.
Y
ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে P (2,-3) আৰু Q (10,y)
বিন্দু দুটাৰ মাজৰ
দূৰত্ব 10 একক হয় ।
সমাধানঃ
দিয়া আছে,
P (2,-3) আৰু Q (10,y) ৰ মাজত দূৰত্ব = 10 একক হয় ।
Exercise 7.1 Class 10 Maths Question 9 Solution in Assamese Medium
9.
যদি Q (0,1) বিন্দুটো P (5,-3) আৰু R (x,6) ৰ পৰা সমদুৰৱৰ্তী তেন্তে X অৰ মান
উলিওৱা । তদুপৰি QR
আৰু PR দূৰত্বকেইটা
উলিওৱা ।
সমাধানঃ
দিয়া
আছে,
Q (0,1) বিন্দুটো P (5,-3) আৰু দূৰত্ব R (X,6) ৰ সমদুৰৱৰ্তী
এতিয়া,
Exercise 7.1 Class 10 Maths Question 10 Solution in Assamese Medium
10. X আৰু Y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে (X,Y) বিন্দুটো (3,6)আৰু (-3,4) বিন্দু দুটাৰপৰা সমদূৰৱৰ্তী হয় ।
সমাধানঃ
P (X,Y) বিন্দুটো A (3,6) আৰু B(-3,4) ৰ সমদুৰৱৰ্তী
Published by Abhiman Das
************
More Resours For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutins
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions
Class 10 Math’s Assamese Medium Questions Answer
CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10
MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS CHAPTER SEVEN COORDINATE GEOMETRY SOLUTIONS IN
ASSAMESE MEDIUM. CLASS 10 MATHS COORDINATE GEOMETRY EXERCISE 7.1 SOLUTIONS IN
ASSAMESE MEDIUM.
****************