Class 10 Maths Triangles Exercise 6.5 Solutions in Assamese Medium

Class 10 Maths Chapter 6 Triangles Exercise 6.5 Solutions in Assamese Medium


Class 10 Maths Chapter 6 Triangles Exercise 6.5 in Assamese Medium. Triangles Exercise 6.5 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter 6 Triangles Exercise 6.5 in Assamese medium


MCQ Questions for class 10 Maths

Class 10 Maths Model MCQ. Just click on the  links given below to practice the Maths Solutions

Class 10 Maths ModelSolutions Links
Class 10 Maths MCQ QuestionsClick Here
Class 10 Maths Important QuestionsClick Here
Subscribe our Youtube ChannelClick Here

 

 

 


The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.


Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.

 

 Class 10 Maths Solutions in Assamese Medium


Chapters NameSolution Link
0. পুণৰালেচনাসমাধান
1. বাস্তৱ সংখ্যসমাধান
2. বহুপদসমাধান
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰসমাধান
4. দ্ধিঘাত সমীকৰণসমাধান
5. সমান্তৰ প্ৰগতিসমাধান
6. ত্ৰিভুজসমাধান
7. স্থানাংক জ্যামিতিসমাধান
8. ত্ৰিকোণমিতিৰ পৰিচয়সমাধান
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগসমাধান
10. বৃত্তসমাধান
11. অংকনসমাধান
12. বৃত্ত সম্বন্ধীয় কালিসমাধান
13. পৃষ্ঠকালি আৰু আয়তনসমাধান
14. পৰিসংখ্যাসমাধান
15. সম্ভাৱিতাসমাধান



 


follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


 


Class 10 General Mathematics Triangles Chapter Solutions in Assamese Medium

Triangles Chapter  Class10 has total 6 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise

ত্ৰিভুজSolutions Link
অনুশীলনী 6.1 (Exercise 6.1)সমাধান
অনুশীলনী 6.2 (Exercise 6.2)সমাধান
অনুশীলনী 6.3 (Exercise 6.3)সমাধান
অনুশীলনী 6.4 (Exercise 6.4)সমাধান
অনুশীলনী 6.5 (Exercise 6.5)সমাধান
অনুশীলনী 6.6 (Exercise 6.6)সমাধান


অনুশীলনাঃ 6.5

Exercise 6.5 Class 10 Maths Question 1 Solution in Assamese Medium

   1.   ত্ৰিভূজৰ কিছুমান বাহুৰ দীঘ তলত দিয়া হ ইয়াৰে কোনবিলাক সমকোণী ত্ৰিভূজ উলিওৱা । সমকোণী ত্ৰিভূজৰ ক্ষেত্ৰত অতিভূজডালৰ দীঘ লিখা ।

(i)                       7 cm, 24 cm, 25 cm

সমাধানঃ

7 cm, 24 cm, 25 cm ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাওঁ,

     72 + 242 = 252

      ⇒ 49 + 576 = 625

7 cm, 24 cm, 25 cm বাহুৰ দীঘবোৰৰ ত্ৰিভূজ গঠন কৰিব পাৰি । ইয়াৰ অতিভূজ 25cm.

(ii)                      3 cm,   8 cm,    6 cm

সমাধানঃ

3 cm,   8 cm,    6 cm ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাওঁ,

         32 + 62  ≠ 82

3 cm,   8 cm,    6 cm বাহুৰ দীঘবোৰৰ ত্ৰিভূজ গঠন কৰিব নোৱাৰি ।

 

 

(iii)                50 cm, 12cm,   5 cm

সমাধানঃ

50 cm, 12cm,   5 cm ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাওঁ,

                                     502 + 802  ≠ 1002

50 cm, 12cm,   5 cm বাহুৰ দীঘবোৰৰ ত্ৰিভূজ গঠন কৰিব নোৱাৰি  

 

 

(iv)                13 cm, 12 cm, 5 cm

সমাধানঃ

13 cm, 12 cm, 5 cm ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাওঁ,

          52 + 122 = 132

   ⇒ 25 + 144 = 169

13 cm, 12 cm, 5 cm বাহুৰ দীঘবোৰৰ ত্ৰিভূজ গঠন কৰিব পাৰি

ইয়াৰ অতিভূজ 13cm.


Exercise 6.5 Class 10 Maths Question 2 Solution in Assamese Medium

       2.   PQR ত্ৰিভূজৰ P কোণ সমকোণ আৰু QR ৰ ওপৰত M এটা বিন্দু ।  যদি PM QR, দেখুওৱা যে PM2 = QM.MR

সমাধানঃ

           

            

দিয়া আছে,

PQR ত্ৰিভুজৰ P সমকোণ আৰু QR ৰ ওপৰত M এটা এটা বিন্দু আৰু PM QR

 

  ধৰোঁ,  ∠MPR = x

   ∆MPR ত,

       ∠MPR = 180° - 90° - x

একেদৰে,

   ∆MPQ ত,

 

       MPQ = 90° - ∠MPR

                    = 90° - x

 

        ∠MPQ = 180° - 90° - (90° - x)

             = 180° - 90° - 90 + x

             = 180° - 180° + x

             = x

∆QMP আৰু ∆PMRত,

∠MPQ = ∠MRP

∠PMQ = ∠RMP

        ∠MQP = ∠MPR

      ∴ ∆QMP ~ ∆PMR                  [AAA সাদৃশ্যচৰ্ত]

আমি জানো দুটা ত্ৰিভুজ সদৃশ হল ত্ৰিভূজৰ অনুৰূপ কোণবিলাক সমান হয় তেন্তে  সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমানুপাতিক ।

 




Exercise 6.5 Class 10 Maths Question 3 Solution in Assamese Medium

    3.   চিত্ৰ 6.53 ত, ABD এটা সমকোণী ত্ৰিভূজ যাৰ A কোণটো সমকোণ আৰু AC ⊥ BD. দেখুওৱা যে

(i)                       AB2 = BC. BD

(ii)                   AC2 = BC. DC

(iii)                AD2 = BD. CD

    


সমাধানঃ

দিয়া আছে,

ABD এটা সমকোণী ত্ৰিভূজ যাৰ A কোণটো সমকোণ আৰু AC ⊥ BD.

(i)                       ∆ADB আৰু ∆CAB ৰ পৰা,

 

(ii)              ধৰোঁ, CAB = x

 ∆CBA ৰ পৰা,

   ∠CBA = 180° - 90° - x

CBA = 90° - x

একেদৰে,

               CAD = 90° - ∠CAB

 ⇒CAD   = 90° - x

 ⇒ ∠CDA   = 180° - 90°- (90° - x)

 ∠CDA   =   x

এতিয়া,

       ∆CBAআৰু ∆CADৰ পৰা,



(iii)                       ∆DCA আৰু ∆DAB  ৰ পৰা,





Exercise 6.5 Class 10 Maths Question 4 Solution in Assamese Medium


    4.   ABC এটা সমদ্ধিবাহু ত্ৰিভূজ যাৰ C কোণ সমকোণ । প্ৰমাণ কৰা যে AB2 = 2AC2.

সমাধানঃ

        

দিয়া আছে,

ABC এটা সমদ্ধিবাহু ত্ৰিভূজ যাৰ C কোণ সমকোণ আৰু AC = BC

এতিয়া,

∆ABC ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাঁও,

    AB2 = AC2 + BC2

      ⇒ AB2 = AC2 + AC2             [∴ AC = BC]

        AB2 = 2 AC2

পমাণিত


Exercise 6.5 Class 10 Maths Question 5 Solution in Assamese Medium

    5.   ABC সমদ্বিবাহু ত্ৰিভূজৰ AC = BC, যদি AB2 = 2AC2. প্ৰমাণ কৰা যে ABC এটা সমকোণী ত্ৰিভূজ ।

সমাধানঃ


       

দিয়া আছে যে,

      AB2 = 2AC2 আৰু AC = BC

AB2 = AC2 + AC2  

AB2 = AC2 + BC2     [ ∴ AC = BC ]

যিহেতু ABC ত্ৰিভূজৰ বাহুকেইযোৰ পাইথাগোৰাচৰ সূত্ৰ সিদ্ধ হৈছে।

ABC এটা সমকোণী ত্ৰিভূজ ।

প্ৰমাণিত




Exercise 6.5 Class 10 Maths Question 6 Solution in Assamese Medium

    6.   এটা সমবাহু ত্ৰিভূজ ABC ৰ বাহুৰ দীঘ 2a ইয়াৰ প্ৰতিটো উন্নতিৰ দীঘ উলিওৱা ।

সমাধানঃ

       

 ধৰোঁ,

 ABC সমবাহু ত্ৰিভূজৰ বাহুৰ দীঘ 2a, AD BC

আমি জানো সমবাহুৰ সকলো যোৰ বাহু সমান ।

        BD = CD = a

এতিয়া, ∆ADB ক পাইথাগোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাঁও,

            AB2 = AD2 + BD2

   ⇒ (2a)2 = AD2 + a2                   [ ∵ AB = 2a ]

   ⇒ 4a2 = AD2 + a2

   ⇒ - AD2 = a2 – 4a2

   ⇒ - AD2 = - 3a2

   ⇒  AD2 = 3a2

   ⇒  AD = √3a

ইয়াৰ প্ৰতটো উন্নতিৰ জোখ = √3a



Exercise 6.5 Class 10 Maths Question 7 Solution in Assamese Medium

    7.   প্ৰমাণ কৰা যে এটা ৰম্বাচৰ বাহুবিলাকৰ বৰ্গৰ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান ।

সমাধানঃ

   

ধৰোঁ,

     ABCD এটা ৰম্বাচটোৰ AC আৰু  BD কৰ্ণ দুডালে O বিন্দুত ছেদ কৰিছে ।

প্ৰমাণ কৰিব লাগে যে,

   AB2 + BC2 + CD2 + DA2 = AC2 + BD2

প্ৰমাণঃ

∆AOB ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাঁও,

 AB2 = AO2 + OB2 ………………………. (i)

∆BOC ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাঁও,

  BC2 = BO2 + OC2 ………………………… (ii)

∆COD ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাঁও,

 CD2 = CO2 + OD2 ………………………… (iii)

∆AOD ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাঁও,

AD2 = AO2 + OD2 ………………………… (iv)

সমীকৰণ নং (i), (ii), (iii), আৰু (iv) ৰ পৰা পাঁও,

                AB2 + BC2 + CD2 + AD2

= OA2 + OB2 + BO2 + OC2 + OC2 + OD2 + OD2 + OA2

= 2OA2 + 2OB2 + 2OC2 + 2OD2

= 2 [ OA2 + OB2 + OC2 + OD2 ]

= 2 [ OA2 + OA2 + OB2 + OB2 ]             

= 2 [ 2OA2 + 2OB2 ]    [ OA = OC আৰু OB = OD]

= 4 [ OA2 + OB2 ]


প্ৰমাণিত



Exercise 6.5 Class 10 Maths Question 8 Solution in Assamese Medium

     8.   চিত্ৰ 6.54 ত, ABC  ত্ৰিভূৰ O এটা অন্তঃস্থ বিন্দু আৰু OD ⊥ BC, OE ⊥ AC আৰু OF ⊥ AB.  দেখুওৱা যে

(i)     OA2 + OB2 + OC2 – OD2 - OE2 - OF2 = AF2 + BD2 + CE2

(ii)         AF2 + BD2 + CE2 = AE2 + CD2 + BF2.

        

সমাধানঃ

   


অকংণ  OA, OB, আৰু AC সংযোগ কৰা হ

(i)                       ∆AOF ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

OA2 = OF2 + AF2 ………… (a)

∆BDO ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

            OB2 = OD2 + BD2 ………… (b)

∆CEO ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

             OC2 = OE2 + CE2 ………… (c)

সমীকৰণ নং (a), (b) আৰু (c)ৰ পৰা,


প্ৰমাণিত

(ii)                       ওপৰৰ  (i) ৰ  পৰা পাঁও,

  

প্ৰমাণিত



Exercise 6.5 Class 10 Maths Question 9 Solution in Assamese Medium

      9.   10m দীঘল জখলা এডালে ভূমিৰ পৰা 8m ওপৰত থকা খিৰিকি এখন ঢুকি পায় । বেৰখনৰপৰা জখলা ডালৰ গুৰিটোৰ দূৰত্ব নিৰ্ণয় কৰা ।

সমাধানঃ

    

ধৰোঁ,  OA,  বেৰ আৰু AB জখলা

∆AOB পাইথাগোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

    AB2 = OA2 + OB2

     ⇒ 102 = 82 + BO2

     ⇒ 100 = 64 + BO2

     ⇒ BO2 = 100 – 64

     ⇒ BO2 = 36

        ∴ BO = 6m

বেৰখনৰপৰা জখলা ডালৰ গুৰিটোৰ দূৰত্ব = 6m


Exercise 6.5 Class 10 Maths Question 10 Solution in Assamese Medium

    10.   24 মিটাৰ দীঘল এডাল ভাৰ উত্তোলন কৰা জৰী (তাঁৰ) 18 মিটাৰ ওখ উলম্ব খুটা এটাত বান্ধি থোৱা আছে আৰু আনটো মূৰত এটা গধুৰ বস্তু বান্ধি থোৱা আছে। খুটাটোৰ গুৰিৰ পৰা তাঁৰডালে কিমান ওপৰলৈ গধুৰ বস্তুটো দাঙি নিলে তাঁৰডাল টনটনীয়া হ ?

সমাধানঃ

       

ধৰোঁ,  OB উলম্ব খুটা , AB জৰী

∆AOB ত পাইথা গোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাঁও,

    AB2 = OB2 + OA2

    ⇒ 242 = 182 + OA2

    ⇒ 576 = 324 + OA2

    ⇒ OA2 = 576 – 324

    ⇒ OA2 = 252

∴ OA  = 6√7 cm



Exercise 6.5 Class 10 Maths Question 11 Solution in Assamese Medium


    11.   এখন উৰাজাহাজ এয়াৰ পৰ্টৰপৰা উৰা মাৰিলে আৰু ঘণ্টাত 1000km দ্ৰুতিত উত্তৰ দিশে গতি কৰিলে । একে সময়তে, আন এখন উৰাজাহাজ একেটা এয়াৰপটৰপৰা পশ্চিম দিশে ঘণ্টাত 1200 km  দ্ৰুতিত উৰা মাৰিলে । 1½ ঘণ্টাৰ পিচত দুয়োখন উৰাজাহাজৰ মাজত দূৰত্ব কিমান হ ?

সমাধানঃ

    

ধৰোঁ,

উৰাজাহাজৰ উত্তৰ দিশত আৰু পশ্চিম দিশত গতি কৰা দুৰত্ব ক্ৰমে AC আৰু AB

দিয়া আছে,

 প্ৰথম উৰাজাহাজখনৰ দ্ৰুতি = 1000 km/h

ঘণ্টাৰ পিছত প্ৰথম উৰাজাহাজখনৰ দুৰত্ব হ

   

ঘণ্টাৰ পিছত  দ্বিতীয় উৰাজাহাজখনৰ দুৰত্ব হ

    

এতিয়া,

∆ABC সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,

         BC2 = AB2+AC2

                = 18002+15002

                = 3240000+2250000

                = 5490000

               = √5490000

     ∴ BC  =300√61km

গতিকে, 1½ ঘণ্টাৰ পিচত দুয়োখন উৰাজাহাজৰ মাজত দূৰত্ব 300√61km



Exercise 6.5 Class 10 Maths Question 12 Solution in Assamese Medium

     12.   এখন সমতলত দুটা স্তম্ভ, এটা 6m আৰু 11m  ওখ, থিয় হৈ আছে । যদি স্তম্ভ দুটাৰ গুৰি দুটাৰ মাজৰ দূৰত্ব 12m,  তেন্তে সিহঁতৰ আগ দুটাৰ মাজৰ দূৰত্ব কিমান ?

সমাধানঃ

      

ধৰোঁ, AB আৰু CD দুটা স্তম্ভ

    AB = 6m CD = 11m

          CP = 11 – 5m

       

এতিয়া,

∆APC ত পাইথা গোৰাচৰ সূত্ৰ ব্যৱাহৰ কৰি পাঁও,

         AP2 + PC2 = AC2

    ⇒ 122 + 52 = AC2

    ⇒ 144 + 25 = AC2

    ⇒ 169 = AC2

    ⇒ AC2 = 13 

    ∴ AC2 = 13cm

সিহঁতৰ আগ দুটাৰ মাজৰ দূৰত্ব 13cm



Exercise 6.5 Class 10 Maths Question 13 Solution in Assamese Medium

    13.   ABC ত্ৰিভূজৰ C কোণ সমকোণ CA আৰু CB বাহু দুটাত D আৰু E দুটা বিন্দু প্ৰমাণ কৰা যে AE2 + BD2 = AB2 + DE2

সমাধানঃ

    

ABC ত্ৰিভূজত C কোণ সমকোণ CA আৰু CB বাহু দুটাত D আৰু E দুটা বিন্দু

প্ৰমাণ কৰিব লাগে যে AE2 + BD2 = AE2 + DE2

প্ৰমাণঃ

∆ACE ত পাইথা গোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

 AC2 + CE2 = AE2 ………………….. (i)

∆BCD ত পাইথা গোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

   BC2 + CD2 = BD2 …………………. (ii)

সমীকৰণ নং (i)আৰু  (ii) ৰ পৰা পাঁও,

 AC2 + CE2 + BC2 + CD2 = AF2 + BD2 … (iii)

 ∆CDE ত পাইথা গোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

   DE2 = CD2 + CE2 …………………….. (iv)

 ∆ABCত পাইথা গোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

    AB2 = AC2 + CB2 …………………….. (v)

সমীকৰণ নং (iii), (iv) আৰু  (v) ৰ পৰা পাঁও,

      DE2 + AB2 = AE2 + DB2

প্ৰমাণিত



Exercise 6.5 Class 10 Maths Question 14 Solution in Assamese Medium

     14.   ∆ABC A  বিন্দুৰপৰা BC ৰ ওপৰত টনা লম্বই  BC D বিন্দুত এনেদৰে ছেদ কৰে যে  DB=3CD (চিত্ৰ 6.55 )প্ৰমাণ কৰা যে 2AB2 = 2AC2 + BC2


   

সমাধানঃ

   ∆ACD ত পাইথা গোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

    AC2 = AD2 + DC2

  ⇒ AC2 – CD2 = AD2   ……… (i)

    ∆ABD ত পাইথা গোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

          AB2 = AD2 + BD2 …………. (ii)

সমীকৰণ নং (i) আৰু (ii) ৰ পৰা পাঁও,

AC2 – CD2 = AB2 – BD2 ………... (iii)

 দিয়া আছে, 3DC = DB 



 প্ৰমাণিত




Exercise 6.5 Class 10 Maths Question 15 Solution in Assamese Medium

     15.   ABC সমবাহু ত্ৰিভূজৰ BC বাহুৰ ওপৰত D এটা বিন্দু যাতে BD = ⅓BC প্ৰমাণ কৰা যে 9AD2 = 7AB2

সমাধানঃ

      

a একক বাহু বিসিষ্ট ABC সমবাহু ত্ৰিভূজ BC ৰ উপৰত AE উচ্চতা অংকন কৰা হল ।

প্ৰমাণ কৰিব লাগে যে 9AD2 = 7AB2

 

আমি জানোঁ যে, সমবাহু ত্ৰিভূজৰ উন্নতিয়ে বাহুক সমদ্ধিখণ্ডিত কৰে ।



     

প্ৰমাণিত




Exercise 6.5 Class 10 Maths Question 16 Solution in Assamese Medium

   16. প্ৰমাণ কৰা যে, এটা সমবাহু ত্ৰিভূজৰ এটা বাহুৰ বৰ্গৰ তিনিগুণ তাৰ এডাল উন্নতিৰ বৰ্গৰ চাৰিগুণৰ সমান ।  

সমাধানঃ

   

ধৰোঁ,

 ∆ABC এটা সমাবহু ত্ৰিভূজ ।

     বাহুবোৰৰ জোখ = a, AE ⊥ BC

   আমি জোনো,

   সমবাহু ত্ৰিভূজৰ উন্নতিয়ে বাহুক সমদ্ধিখণ্ডিত কৰে ।


∆ABE , পাইথা গোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাঁও,

   

প্ৰমাণিত



     17.   শুদ্ধ উত্তৰটোত চিন দিয়া যুক্তি প্ৰদৰ্শন কৰাঃ

∆ABC AB = 6√3 cm, AC = 12 cm আৰু  BC = 6 cm এতিয়া B কোণ হ:

(A)                     120°

(B)                     60°

(C)                      90°

(D)                     45°

 

সমাধানঃ

    

      দিয়া আছে,  AB = 6√3 cm

                          AC = 12 cm

                          BC = 6 cm

  ∴     AB2 = 108

          AC2 = 144

          BC2 = 36

 

এতিয়া,

        AB2 + BC2

                              = 108 + 36

                      = 144

                      = AC2

∴ AC হৈছে ত্ৰিভূজটোৰ উন্নতি

        B = 90°

উত্তৰ : (C) 90°

Published  By Abhiman Das



Class 10 Maths Assamese Medium questions Answer

More Resours For Class 10 Solutions in Assamese Medium

CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS TRIANGLES CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHS TRIANGLES EXERCISE 6.5 SOLUTIONS IN ASSAMESE MEDIUM.

Previous Post Next Post