Class 8 Maths Exercise 2.2 Solutions in Assamese Medium

Sudev Chandra Das

Class 8 Maths Exercise 2.2 Solutions in Assamese Medium




Class 8 Maths Chapter 2  Exercise 2.2 in Assamese Medium.  Exercise 2.2 are part of Class 8 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 8Chapter 2  Exercise 2.2 in Assamese medium


Class 8 General Mathematics  Chapter 2 Solutions in Assamese Medium





T Chapter  Class 8 has total 4 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise



1.      দুটা সংখ্যা 5:7 অনুপাতত আছে । ডাঙৰ সংখ্যাটোতকৈ সৰু   সংখ্যাটো 12 কম । সংখ্যা দুটা উলিওৱা ।

সমাধানঃ

 

          ধৰা হ’ল দুটা সংখ্যা 5x আৰু 7x

প্ৰশ্নমতে,

        

∴সৰু সংখ্যাটো হ’ল 5×6=30 আৰু ডাঙৰ সংখ্যটো7×6= 42


2.   তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 48 সংখ্যাকেইটা উলিওৱা।

সমাধানঃ

  ধৰা হ’ল তিনিটা ক্ৰমিক যুগ্ম সংখ্যা x, x + 2 আৰু x + 4

  প্ৰশ্নমতে,

        

 ∴ তিনিটা ক্ৰমিক যুগ্ম সংখ্যা হ’ল: 14, 16,18      


3.    যদি 17500 টকা তিনিজন মানুহক 1 : 2 : 4 অনুপাতত দিয়া  হ’ল  । তেন্তে প্ৰত্যেকে কিমানকৈ টকা পাব ।

সমাধানঃ


 তিনিজন মানুহক ভগাই দিয়া অনুপাত হ’ল x, 2x আৰু 4x


  প্ৰশ্নমতে,   

      

∴ প্ৰত্যকে টকা পাব 2500টকা,5000 টকা আৰু 10000 টকা।

 

4.   এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ     দীঘ প্ৰস্থৰ দুগুণতকৈ 2মিটাৰ বেছি  । খেলপথৰখনৰ দীঘ আৰু     প্ৰস্থ উলিওৱা .

সমাধানঃ

      ধৰোঁ,

        আয়তাকাৰ খেলপথাৰখনৰ প্ৰস্থ = x মিটাৰ

        আয়তাকাৰ খেলপথাৰখনৰ দীঘ = (2x  + 2)মিটাৰ

প্ৰশ্নমতে,

     

                                                  = (92 + 2)m

                                                  = 94 আৰু প্ৰস্থঃ 46

5.   দুটা অংকবিশিষ্ট সংখ্যা এটাৰ একক স্থানতৰ অংকটো 5। সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা।

সমাধানঃ

     ধৰোঁ,

          দহকৰ ঘৰৰ অংকটো = x আৰু

          একক ঘৰৰ অংকটো = 10x + 5

প্ৰশ্নমতে,

       

6.   এটা বিষমবাহু ত্ৰিভূজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2চেঃমি বেছি আৰু দ্বিতীয় তৃতীয় বাহুৰ দুগুণতকৈ 5 চেঃমি  কম । ত্ৰিভূজটোৰ পৰিসীমা যদি 29 চেঃমি হয় তিনিডাল বাহুৰ জোখ উলিওৱা ।

সমাধানঃ

ধৰোঁ,

  এটা বিষমবাহু ত্ৰিভূজৰ তৃতীয় বাহুৰ জোখ x চেঃমি, সেইমতে প্ৰথম = (x + 2) চেঃমি আৰু দ্বিতীয় বাহু = (2x – 5) চেঃমি


প্ৰশ্নমতে,

       

7.   এটা সংখ্যাৰ ছয়গুণ সংখ্যাটোৰ লগত 12যোগ কৰি পোৱা যোগৰ তিনিগুণৰ সমান হয় । সংখ্যাটো উলিওৱা।

সমাধানঃ

     ধৰোঁ, সংখ্যাটো = x

প্ৰশ্নমতে,

     

8.   তিনিটা ক্ৰমিক স্বাভআৱিক সংখ্যাৰ যোগফল 45 । সংখ্যাকেইটা উলিওৱা ।

সমাধানঃ

    ধৰোঁ,

     তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাঃ x,  x + 1 আৰু x + 2

প্ৰশ্নমতে,   


9.   ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যাক ক্ৰমে 2,3 আৰু 4 ৰে পূৰণ কৰি পৱা সংখ্যাকেইটা যোগফল 119।সংখ্যাকেইটা উলিওৱা।

সমাধানঃ

   ধৰোঁ,

ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যাঃ x, x + 1 আৰু x + 2

 প্ৰশ্নমতে, 

      

 ∴ নিৰ্ণয়  ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যাঃ 12,13 আৰু14

10.  20 বছৰৰ পাছত মিতাৰ বয়স বৰ্তমান বয়সৰ দুগুণতকৈ 4 বছৰৰ কম হ’ব  । মিতাৰ বৰ্তমান বয়স উলিওৱা ।

সমাধানঃ

     ধৰোঁ,

        মিতাৰ বৰ্তামান বয়স = x বছৰ

প্ৰশ্নমতে,




      




       

Coming Soon


Our website uses cookies to enhance your experience. Learn More
Accept !