Quadratic Equations Chapter 4 important questions With Answers Class 10 General Mathematics

Quadratic Equations Chapter 4 important questions with answers Class 10 General Mathematics

 

Most Important questions for class 10 Maths board exam 2023


Assam HSLC Important Question 2023 in Assamese Medium, Assam HSLC Model Question Paper 2023, SEBA 10th Question Paper 2023, SEBA 10th Important Question Paper 2023 Assam HSLC Previous Year Questions 2023, SEBA HSLC Last Year Exam Question Paper 2023


Class 10 Maths in Assamese Medium. Assam HSLC Important Question 2023  Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10. 






NCERT textbook Solutions for class 10 Mathematics in Assanese medium.  We Solved solutions in  Assamese Medium  for Class 10 Mathematics. 



দ্বিঘাত সমীকৰণ ( Quadratic Equations )


1.   কি চৰ্ত সাপেক্ষে ax2 + bx + c = 0 এটা দ্বিঘাত সমীকৰণ হব –

(A)  a > 0           (B) a < 0         (C) a = 0       (D) a  0 

 

 2.    তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় ? [ HSLC – 17 ]

(A)  (x-2)+ 1 = 2x-3

(B) x(x+1) + 8 = (x+2)(x-2)

(C) x(2x+3) = x2 + 1

    (D) (x+2)3 = x3 – 4

 

     3.   এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল  0 সমীকৰণটো হব – [ HSLC – 16 ]

(A)        x2 + 4 = 0  (B)  x2 - 4 = 0  (C) 4x2 – 1 = 0  (D) x2 - 2 = 0 

 

4. কি চৰ্তত দ্বিঘাত সমীকৰণ x2 + px + q = 0 মূল দুটাৰ বস্তৱ মূল অসমান হব ?[ HSLC – 15 ]

(A) p2 – 4q = 0  (B) p2 – 4q < 0  (C) p2 – 4q > 0  (D) p2 – 4q  0


 5.   সমাধান কৰাঃ [ HSLC – 2020 ] 

     



    6.   দুটা বৰ্গক্ষেত্ৰৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ । যদি বৰ্গক্ষেত্ৰ দুটাৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গক্ষেত্ৰ দুটাৰ প্ৰত্যেকটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা । [ HSLC – 2020 ]

 

      7.   সমাধান কৰাঃ [ HSLC – 2019 ] 

       



    8.   দুটা স্বাভাৱিক সংখ্যাৰ বৰ্গফলৰ পাৰ্থক্য 180 । সৰু সংখ্যাটোৰ বৰ্গফল ডাঙৰ সংখ্যাটোৰ 8 গুণৰ সমান । সংখ্যা দুটা নিৰ্ণয় কৰা ।

 

     9.   তলৰ দ্বিঘাত সমীকৰমৰ মূল নিৰ্ণয় কৰাঃ

     


      10.   যদি তলৰ দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হয়, তেন্তে ক মান নিৰ্ণয় কৰাঃ  [HSLC - 2018]

                 



       11.   তলৰ দ্বিঘাত সমীকৰণটোৰ মূল নিৰ্ণয় কৰাঃ [ HSLC – 2017 ]

           

 


     13.   এনেকুৱা এখন আয়তাকাৰ উদ্যান সজোৱা সম্ভৱনে যাৰ পৰিসীমা 120 মিটাৰ আৰু কালি 900 মিটাৰ ? যদি সম্ভৱ , ইয়াৰ দীঘ আৰু প্ৰস্থ উলিওৱা । [ HSLC – 2017 ]

 

 

     14.   তলৰ দ্বিঘাত সমীকৰণটোৰ মূল নিৰ্ণয় কৰাঃ [ HSLC – 2016 ]

            



     15.   তলত দিয়া দ্বিঘাত সমীকৰণটোৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা । যদি বাস্তৱ মূল থাকে সেইবোৰ উলিওৱা । [ HSLC – 2016 ]

     

      
      16.   দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ । যদি বৰ্গৰ দুটাৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ হয়,  তেনেহলে বৰ্গ দুটাৰ বাহুৰ দীঘ উলিওৱা । [ HSLC – 2016 ]


       17.   তলৰ সমীকৰণটোৰ মূল নিৰ্ণয় কৰাঃ[ HSLC – 2015 ]
          

        18.      যদি তলৰ দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ সমান হয়, তেন্তে ৰ মান নিৰ্ণয় কৰাঃ[ HSLC – 2015 ]

            


        19.      দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 । [ HSLC – 2015 ]

 

        20.      দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 ।

 

 

       21.      এটা সমকোণী ত্ৰিভূজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চেমি কম । যদি অতিভুজটো 13 চেমি, অইন বাহু দুটা উলিওৱা ।

 

       22.      এটা শ্ৰেণী-পৰীক্ষাত শেৱালিৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটাৰ যোগফল 30 । তাই যদি গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন, এই নম্বৰ দুটাৰ পূৰণফল 210 হলহেঁতেন । তাইৰ বিষয় দুটাত পোৱা নম্বৰবোৰ উলিওৱা ।

 

 

      23.      দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 ।


     24.  এখন মটৰ নাও স্থিৰ পানীত প্ৰতি ঘণ্টাত 18 কি.মি. যায় ।  ই উজনি সোঁতত 24 কি.মি. যোৱা সময়টো, ভটিয়নীত একেখন ঠাইলৈ ঘুৰি অহা সময়তকৈ 1 ঘণ্টা বেছি । পানীৰ সোঁতৰ দ্ৰুতি উলিওৱা ।


      25.  এখন ৰেলগাড়ীয়ে সমান দ্ৰুতিত 360 কি.মি. ভ্ৰমণ কৰে । যদি ইয়াৰ দ্ৰুতি ঘন্টাত 5 কি.মি. বেছি হলহেঁতেন, ই একেটা ভ্ৰমণৰ সময় 1 ঘন্টা কম ললেহেঁতেন ৰেলগাড়ীখনৰ দ্ৰুতি উলিওৱা ।


       26.  যদি তলৰ দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ সমান হয়, তেন্তে ৰ মান নিৰ্ণয় কৰাঃ

(i)                             (k-12)x2+2(k-12)+2 = 0

(ii)                           Kx(x-2) +6 = 0

 

 

    27.  এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দীঘ ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি । যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি, পথাৰখনৰ বাহু দুটাৰ দীঘ উলিওৱা ।


       28.  মূল উলিওৱাঃ

         

        29.      দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি তলৰ সমীকৰণবোৰৰ মূল উলিওৱা

            

        30.      বৰ্গ সম্পূৰণ পদ্ধতিতে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা ।

          


More Resours For Class 10 Solutions in Assamese Medium




We are provide here to help the students easily understand all the concepts. We solved all textbook for class 10 in Assamese Medium. Class 10 Mathematics Assamese Medium.


Previous Post Next Post