Class 10 Maths Areas Related to Circles Exercise 12.2 in Assamese medium

Class 10 Maths Areas Related to Circles Exercise 12.2 in Assamese medium

 

Class 10 Maths Chapter 12 Areas Related to Circles Exercise 12.2 in Assamese Medium. Areas Related to Circles Exercise 12.2 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter 12 Areas Related to Circles Exercise 12.2 in Assamese medium.

 

NCERT Solutions Class 10 Maths Chapter 12 Areas Related to Circles Exercise 12.2 are provided here. These solutions are prepared by our subject expert faculty to help students in their Class 10 exam preparations. Class 10 General Mathematics Chapter 12 Areas Related to Circles Solutions in Assamese Medium. We provide free Class 10 Maths Solutions in Assamese Medium.



MCQ Questions for class 10 Maths

Class 10 Maths Model MCQ. Just click on the  links given below to practice the Maths Solutions

Class 10 Maths ModelSolutions Links
Class 10 Maths MCQ QuestionsClick Here
Class 10 Maths Important QuestionsClick Here
Subscribe our Youtube ChannelClick Here

 

 

 


The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.


Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.

 

 Class 10 Maths Solutions in Assamese Medium


Chapters NameSolution Link
0. পুণৰালেচনাসমাধান
1. বাস্তৱ সংখ্যসমাধান
2. বহুপদসমাধান
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰসমাধান
4. দ্ধিঘাত সমীকৰণসমাধান
5. সমান্তৰ প্ৰগতিসমাধান
6. ত্ৰিভুজসমাধান
7. স্থানাংক জ্যামিতিসমাধান
8. ত্ৰিকোণমিতিৰ পৰিচয়সমাধান
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগসমাধান
10. বৃত্তসমাধান
11. অংকনসমাধান
12. বৃত্ত সম্বন্ধীয় কালিসমাধান
13. পৃষ্ঠকালি আৰু আয়তনসমাধান
14. পৰিসংখ্যাসমাধান
15. সম্ভাৱিতাসমাধান



 


follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


 


NCERT textbook Solutions for class 9  in Assanese medium.  


 NCERT textbook Solutions for class 10  in Assanese medium.  

     More Resourses For Class 9 Solutions in Assamese Medium



MCQ Questions for class 10 Maths

Class 10 Maths Model MCQ. Just click on the  links given below to practice the Maths solutions

Class 10 Maths ModelSolutions Links
Class 10 Maths MCQ QuestionsClick Here
Class 10 Maths Important QuestionsClick Here
Subscribe our Youtube ChannelClick Here


Chapter 12 Areas Related to Circles Class10 has total 3 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise.

  

বৃত্ত সম্বন্ধীয় কালিSolutions Link
অনুশীলনী 12.1 (Exercise 12.1)সমাধান
অনুশীলনী 12.2 (Exercise 12.2)সমাধান
অনুশীলনী 12.3 (Exercise 12.3)সমাধান

 


Exercise 12.2 class 10 maths Question 1 in Assamese Medium


1.      6 cm ব্যাসাৰ্দ্ধযুক্ত এটা বৃত্তৰ এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তটোকলাটোৰ কোণ  60° হয় ।

সমাধানঃ

         

চিত্ৰত   OACB এটা বৃত্তকলা




Exercise 12.2 class 10 maths Question 2 in Assamese Medium

 2.      22cm পৰিধিযুক্ত এটা বৃত্তৰ এটৈা চোকৰ কালি নিৰ্ণয় কৰা ।

সমাধানঃ

      

ধৰোঁ বৃত্তটোৰ ব্যসাৰ্দ্ধ  = r





Exercise 12.2 class 10 maths Question 3 in Assamese Medium

3.      এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চে.মি.   5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা ।

সমাধানঃ

আমি জানো যে, মিনিটৰ কাঁটাডাল 1 ঘণ্টাত 360° কোণ উৎপন্ন কৰে ।

ইয়াত 5 মিনিটত কোণ কোণ কৰে,





Exercise 12.2 class 10 maths Question 4 in Assamese Medium

4.     10 চে.মি.  ব্যাসাৰ্দ্ধৰ এটা বৃত্তৰ এডাল ৰেখাই জ্যাই কেন্দ্ৰত  এটা সমকোণ কৰে ।  অনুৰূপ (i)  গৌণ বৃত্ত খণ্ড  (ii)   মুখ্যকলাৰ কালি নিৰ্ণয় কৰা ।

সমাধানঃ 


(i)                             ধৰোঁ , AB জ্যাই  কেন্দ্ৰত সমকোণ কৰে ।

90°  ৰ বৃত্তকলাটোৰ কালি নিৰ্ণয় 








Exercise 12.2 class 10 maths Question 5 in Assamese Medium

5.     21 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্তত, এটা চাপে কেন্দ্ৰত এটা 60°  ৰ কোণ কৰে । নিৰ্ণয় কৰাঃ

(i)                          চাপটোৰ দৈৰ্ঘ্য

(ii)                       চাপটোৰদ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি

(iii)                    অনুৰূপ জ্যাডাল ৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি ।  

সমাধানঃ 

ব্যাসাৰ্দ্ধ = 21 cm

(i)                             চাপটোৰ দৈৰ্ঘ্য

        


(ii) চাপটোৰ দ্বাৰা গঠনহোৱা বৃত্তটোৰ কালি

      

(iii)    অনুৰূপ জ্যাডালৰ দ্বাৰা গঠনহোৱা বৃত্তখণ্ডটোৰ কালি = বৃত্তকলাটোৰ কালি -OABৰ কালি 

     


Exercise 12.2 class 10 maths Question 6 in Assamese Medium

6.     15 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্তৰ এডাল জ্যাই কেন্দ্ৰত এটা 60° ৰ কোণ কৰে । বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা । (π = 3.14 আৰু3 = 1.73)

সমাধানঃ 

  

 

 



Exercise 12.2 class 10 maths Question 7 in Assamese Medium

7.     12 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্তৰ এডাল জ্যাই কেন্দ্ৰত এটা 120° ৰ কোণ কৰে । বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা । (π = 3.14 আৰু3 = 1.73)

সমাধানঃ 




OVST, O কেন্দ্ৰীয় বৃত্তৰ পৰা টনা হল ।

SV = VT

OVS ত, 


 



Exercise 12.2 class 10 maths Question 8 in Assamese Medium

8.     15 মিটাৰ বাহুৰ এখন  বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি পথাৰৰ এটা চকুত এটা খুঁটিত 5 মিটাৰত দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে ।  (চিত্ৰ 12.11)

(i)                 ঘোঁৰাটো যত চৰিব পাৰে পথাৰ খনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰা

(ii)               যদি ৰছীডাল 5 মিটৰৰ সলনি 10 মিটাৰ দীঘল হয়, চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা । (ব্যাৱহাৰ কৰা  π = 3.14)

সমাধানঃ




Exercise 12.2 Class 10 math's Question 9 in Assamese Medium

9.     35 মি.মি. ব্যাসযুক্ত এটা বৃত্তৰ আকাৰৰ এটা ব্ৰোচপিন ৰূপৰ তাঁৰেৰে তৈয়াৰ কৰা হৈছে । আকৌ তাঁৰডাল 5 ডাল ব্যাস হোৱাকৈ ব্যাৱহাৰ কৰা হৈছে চিত্ৰত 12.12 ত দেখুৱাৰ দৰে এই ব্যাসবোৰে বৃত্তটোক 10 টা সমান বৃত্তকলাত ভাগ কৰিছে ।

(i)                 প্ৰয়োজন  হোৱা ৰূপৰ তাঁৰৰ মুট দৈৰ্ঘ্য মিৰ্ণয় কৰা ।

(ii)               ব্ৰোচপিনটোৰ প্ৰতিটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰা

         

সমাধানঃ 



 

Exercise 12.2 class 10 math's Question 10 in Assamese Medium

10.   এটা ছাতিৰ সমান ব্যাৱধানত থকাকৈ 8 ডাল ৰি্ব আছে (চিত্ৰ 12.13 চোৱা) ছাতিটোক 45 চে.মি. ব্যাসাৰ্দ্ধৰ এটা সমান বৃত্ত হব বুলি ধৰি লৈ, ছাতিটোৰ দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি নিৰ্ণয় কৰা ।

     

সমাধানঃ 



Exercise 12.2 class 10 math's Question 11 in Assamese Medium

11.     এখন গাড়ীৰ ওপৰাউপৰিকৈ লাগি নথকাকৈ দুডাল ৱাইপাৰ আছে । 115°  ৰ এটা কোণৰে ঘূৰি থকা প্ৰতিডাল ৱাইপাৰৰ 25 চে.মি. দৈৰ্ঘ্যৰ এখন ব্লেড  আছে । ব্লেডবোৰৰ প্ৰতিটো ঘূৰণত পৰিষ্কাৰ হোৱা মুঠ অংশৰ কালি নিৰ্ণয় কৰা । 








Exercise 12.2 class 10 Maths Question 12 in Assamese Medium

12.     পানীৰ তলত থকা শিলবোৰৰ বাবে জাহাজবোৰক সৰ্তক কৰি দিবলৈ, এটা লাইট্হাউচে ৰঙা বৰণীয়া পোহৰ 16.5 কি.মি. দূৰত্বলৈ 80° কোণৰ এটা বৃত্তকলাৰ ওপৰত বিয়পায় । সাগৰৰ যি অঞ্চলৰ ওপৰত জাহাজবোৰ সতৰ্ক কৰি দিয়া হয় সেই অংশৰ কালি নিৰ্ণয় কৰা । (ব্যৱহাৰ কৰা π = 3.14 )




Exercise 12.2 class 10 maths Question 13 in Assamese Medium

13.   চিত্ৰ 12.14 ত দেখুওৱাৰ দৰে  এখন ঘূৰণীয়া টেবুল কভাৰৰ ছয়টা 28 চে.মি. হয়, তেন্তে প্ৰতি চে.মি.ৰত 0.35 টকা হাৰত নক্সাবোৰ তৈয়াৰ কৰাৰ খৰচ নিৰ্ণয় কৰা । (ব্যৱহাৰ কৰা √3=1.7)


                 

সমাধানঃ


               









Coming soon

Exercise 12.2 class 10 maths Question 14 in Assamese Medium






Published  By Abhiman Das


More Resource For Class 10 Solutions in Assamese Medium


CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS AREAS RELATED TO CIRCLES CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHS AREAS RELATED TO CIRCLES EXERCISE 12.2 SOLUTIONS IN ASSAMESE MEDIUM.

Previous Post Next Post