খাদ্যৰ উপাদান class 6 । Lesson 2 | Class 6 General Science Solution .

 Class 6 Science Chapter 2 Solutions in Assamese Medium

খাদ্যৰ উপাদান class 6 । Lesson 2 | Class 6 General Science Solution .





১। আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকসমূহৰ নাম উল্লেখ কৰা ।

উওৰঃ- আমাৰ খাদ্যৰ মূল পৰিপোষকসমূহ হল কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহপদাৰ্থ ভিটামিন; খনিজ লৱণ, আঁহজাতীয় খাদ্য আৰু পানী ।



২। তলত দিয়াবোৰৰ নাম উল্লেখ কৰাঃ

(ক) আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষকসমূহ ।

উওৰঃ-   কাৰ্বহাইড্ৰেট,প্ৰটিন, স্নেহপদাৰ্থ,ভিটামান আৰু খনাজ লৱণ ।

(খ)আমাৰ শৰীৰৰ বৃদ্ধি আৰু ইয়াৰপুনৰ গঠনৰ ববাবে প্ৰয়োজন হোৱা পৰিপোষকসমূহ ।

উওৰঃ-     প্ৰটিন আৰু খনিজ লৱন ।

(গ)দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজন হোৱা ভিটামিনবিধ ।

উওৰঃ-   ভিটামিনA

(ঘ) হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজ পদাৰ্থবিধ।

উত্তৰঃ- কেলছিমায় ।



৩। তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা ।

(ক) স্নেহপদাৰ্থ ।

উওৰঃ  বাদাম, ঘিউ, মাখন  

(খ)শ্বেতসাৰ ।

উওৰঃ-   ভাত, আটা, কল  

(গ)আঁহজাতীয় খাদ্য ।

উওৰঃ আহজাতীয় শস্য, কবি, আলু

(ঘ)প্ৰটিন ।

 উওৰঃ গাখীৰ, কণী, মাছ , মাংস ।

 


৪। শুদ্ধ বাক্যটোত চিন দিয়া ।

(ক) কেৱল ভাত খালেই দেহৰ প্ৰয়োজনীয় পুষ্টি পূৰণ হয় ।

উত্তৰঃ- অশুদ্ধ ।

(খ) সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা দিব পাৰে ।

উত্তৰঃ- শুদ্ধ ।

(গ) শৰীৰৰ বাবে লগা সুষম আহাৰত বিভিন্ন ধৰণৰ খাদ্যবস্তু থাকিব লাগে ।

উত্তৰঃ- শুদ্ধ ।

(ঘ) কেৱল মাংসই শৰীৰৰ বাবে লগা সকলো প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ যথেষ্ট ।

উত্তৰঃ- অশুদ্ধ ।

 


৫। খালী ঠাই পূৰ কৰাঃ

(ক) ভিটামিন D ৰ অভাৱত ৰিকেট বেমাৰ হয় ।

(খ) ভিটামিন B ৰ অভাৱত বেৰিবেৰি নামৰ এবিধ বেমাৰ হয় ।

(গ)ভিটামিন C ৰ অভাৱত এটা বেমাৰ হয় যাক স্কাৰ্ভি বুলি কোৱা হয় ।

(ঘ)আমাৰ খাদ্যত ভিটামিন A ৰ অভাৱৰ বাবে কুকুৰীকণা ৰোগ হয়


PUBLISHED BY SUBHA DAS


Previous Post Next Post