Class 6 Science Chapter 2 Solutions in Assamese Medium
খাদ্যৰ উপাদান class 6 । Lesson 2 | Class 6 General Science Solution .
১। আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকসমূহৰ নাম
উল্লেখ কৰা ।
উওৰঃ- আমাৰ খাদ্যৰ মূল পৰিপোষকসমূহ হ’ল কাৰ্বহাইড্ৰেট, প্ৰ’টিন, স্নেহপদাৰ্থ ভিটামিন;
খনিজ লৱণ, আঁহজাতীয় খাদ্য আৰু পানী ।
২। তলত দিয়াবোৰৰ নাম উল্লেখ কৰাঃ
(ক) আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান
পৰিপোষকসমূহ ।
উওৰঃ- কাৰ্ব’হাইড্ৰেট,প্ৰ’টিন,
স্নেহপদাৰ্থ,ভিটামান আৰু খনাজ লৱণ ।
(খ)আমাৰ শৰীৰৰ বৃদ্ধি আৰু ইয়াৰপুনৰ গঠনৰ
ববাবে প্ৰয়োজন হোৱা পৰিপোষকসমূহ ।
উওৰঃ- প্ৰটিন আৰু খনিজ লৱন ।
(গ)দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজন
হোৱা ভিটামিনবিধ ।
উওৰঃ-
ভিটামিনA ।
(ঘ) হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজন হোৱা
খনিজ পদাৰ্থবিধ।
উত্তৰঃ- কেলছিমায় ।
৩। তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ
প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা ।
(ক) স্নেহপদাৰ্থ ।
উওৰঃ
বাদাম, ঘিউ, মাখন ।
(খ)শ্বেতসাৰ ।
উওৰঃ-
ভাত, আটা, কল ।
(গ)আঁহজাতীয় খাদ্য ।
উওৰঃ আহজাতীয় শস্য, কবি, আলু।
(ঘ)প্ৰ’টিন ।
উওৰঃ
গাখীৰ, কণী, মাছ , মাংস ।
৪। শুদ্ধ বাক্যটোত চিন দিয়া ।
(ক) কেৱল ভাত খালেই দেহৰ প্ৰয়োজনীয়
পুষ্টি পূৰণ হয় ।
উত্তৰঃ- অশুদ্ধ ।
(খ) সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা
দিব পাৰে ।
উত্তৰঃ- শুদ্ধ ।
(গ) শৰীৰৰ বাবে লগা সুষম আহাৰত বিভিন্ন
ধৰণৰ খাদ্যবস্তু থাকিব লাগে ।
উত্তৰঃ- শুদ্ধ ।
(ঘ) কেৱল মাংসই শৰীৰৰ বাবে লগা সকলো
প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ যথেষ্ট ।
উত্তৰঃ- অশুদ্ধ ।
৫। খালী ঠাই পূৰ কৰাঃ
(ক) ভিটামিন D ৰ অভাৱত ৰিকেট বেমাৰ
হয় ।
(খ) ভিটামিন B ৰ অভাৱত বেৰিবেৰি নামৰ এবিধ বেমাৰ হয় ।
(গ)ভিটামিন C ৰ অভাৱত এটা বেমাৰ হয় যাক স্কাৰ্ভি
বুলি কোৱা হয় ।
(ঘ)আমাৰ খাদ্যত ভিটামিন A ৰ অভাৱৰ বাবে কুকুৰীকণা ৰোগ হয় ।
PUBLISHED BY SUBHA DAS