খাদ্যঃআমি ক’ৰ পৰা পাওঁ প্ৰশ্ন উত্তৰ Class 6 Science Chapter 1 Questions Answer in Assamese Medium

খাদ্যঃআমি ক’ৰ পৰা পাওঁ প্ৰশ্ন উত্তৰ  Class 6 Science Chapter 1 Questions Answer in Assamese Medium 


খাদ্যঃআমি কৰ পৰা পাওঁ


১।সকলো জীৱৰ বাবে একে ধৰণৰ খাদ্যৰ প্ৰয়োজন বুলি তুমি ভাবানে?

উওৰঃ সকলো জীৱৰ বাবে একে ধৰণৰ খাদ্যৰ প্ৰয়োজন বুলি মই নাভাবো।

২।আমি খোৱা ৫ বিধ উ দ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰা।

উওৰঃ    উদ্ভিদৰ নাম        খোৱা অংশ  

      (১)বেঙেনা                 (১)ফল

      (২)সৰিয়হ                  (২)বীজ

      (৩)জলকীয়া               (৩)ফল

      (৪)মূলা                      (৪)শিপা,পাত

      (৫)গাজৰ                    (৫)মূল শিপা,পাত  

৩।স্ত ম্ভৰ লগত স্তম্ভ মিলোৱা।

স্তম্ভ

স্তম্ভ

গাখীৰ, দৈ, গাখীৰৰ ছনা ঘিউ

আন প্ৰণী খায়

পালেং শাকস ফুলকবি,গাজৰ

উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়

সিংহ আৰু বাঘে

শাক-পাচলি

তৃণভোজী প্ৰাণীয়ে

প্ৰাণীজাত সামগ্ৰী

 


উওৰঃ   

 


৪। তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰণ কৰাঃ

তৃণভোজী, উদ্ভাদজাত, কুঁহিয়াৰ,সভোজী

(ক)বাঘ এবিধ মিংসভোজী প্ৰাণী কাৰম, ই কেৱল মাংস খায়।

(খ)হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু সেয়েহে ইয়াক তৃনভোজী বুলি কোৱা হয়।

(গ)ভাটৌৱে কেৱল উদ্ভিদজাত সামগ্ৰী খায়।

(ঘ)গাখীৰ এবিধ পানীয়, যি গৰু, মহ আৰু ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী।

(ঙ)কুহিয়াৰ ৰ পৰা আমি চেমি পাওঁ।

Published  By Subha Das



More Resours For Class 10 Solutions in Assamese Medium


CLASS 6 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 6 SCIENCE SOLUTIONS IN ASSAMESE MEDIUM. 

Previous Post Next Post