আহৰ পৰা কাপোৰ লৈ Class 6 Science Chapter 3 Question Answer in Assamese Medium

Sudev Chandra Das

আহৰ পৰা কাপোৰ লৈ Class 6 Science Chapter 3  Question Answer in Assamese Medium

 

Assamese Medium Solutions for Class 6 Science Chapter 3 Fibre to Fabric is given here in a simple and easy-to-understand way. After learning these Assamese Medium Solutions, students will be able to clear all their doubts about the concepts involved in SEBA Class 6 Science Chapter 3.


 Class 6 Science Chapter 3 আহৰ পৰা কাপোৰ লৈ ।





অনুশালনীঃ


১। তলত দিয়া আঁহবোৰ প্ৰাকৃতিক নে সাংশ্লেষিক শ্ৰেণাবিভাজন কৰা ।

     নাইলন, ঊল, কপাহী, পাট, পলিয়েষ্টাৰ, মৰাপাট

উত্তৰঃ- প্ৰাকৃতিকঃ ঊল, কপাহী, পাট, মৰাপাট ।

          সাংশ্লেষিকঃ নাইলন, পলিয়েষ্টাৰ ।



২। তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা ।

   (ক) আঁহৰ পৰা সূতা তৈয়াৰ কৰা হয় ।

    উত্তৰঃ- শুদ্ধ ।


   (খ) সূতাকটা হৈছে আঁহ প্ৰস্তুত কৰাৰ এটা প্ৰক্ৰিয়া ।

   উত্তৰঃ- অশুদ্ধ ।


   (গ) মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি ।

   উত্তৰঃ- অশুদ্ধ ।


   (ঘ) কপাহৰ পৰা গুটি গুচোৱা প্ৰক্ৰিয়াটোক নেওঠনি বুলি কোৱা হয় ।

   উত্তৰঃ - শুদ্ধ ।


   (ঙ) সূতা বৈ এটুকুৰা কাপোৰ তৈয়াৰ কৰা হয় ।

   উত্তৰঃ - শুদ্ধ ।


   (চ) পাটৰ আঁহ এবিধ গছৰ কাণ্ডৰ পৰ আহৰণ কৰা হয় ।

উত্তৰঃ- অশুদ্ধ ।


   (ছ) পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আঁহ ।

   উত্তৰঃ অশুদ্ধ ।


৩। খালী ঠাই পূৰ কৰাঃ

   (ক) উদ্ভিদজাত আঁহ ___ আৰু ____ ৰ পৰা আহৰণ কৰা হয় ।

   উত্তৰঃ- উদ্ভিদজাত আঁহ কপাহ আৰু মৰাপাট ৰ পৰা আহৰণ কৰা হয় ।


   (খ) প্ৰাণীজাত আঁহ হ___ আৰু          

উত্তৰঃ- প্ৰাণীজাত আঁহ হঊল আৰু পাট

 

৪। কপাহ আৰু মৰাপাটৰ আঁহ উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয় ?

উত্তৰঃ- কপাহ গছৰ ফল বা চিৰাৰ (cotton balls)ৰ পৰা কপাহ আহৰণ কৰা হয় ।  আৰু মৰাপাটৰ গা-গছ বা কাণ্ডৰ পৰা মৰাপাট আহৰণ কৰা হয়


 

৫। নাৰিকলৰ আঁহেৰে তৈয়াৰী ২ টা সামগ্ৰীৰ নাম উল্লেখ কৰা ।

উত্তৰঃ- নাৰিকলৰ আঁহেৰে তৈয়াৰী ২ টা সামগ্ৰীৰ নাম হল ৰছী আৰু কঠ ।


৬। আঁহৰ পৰা সূতা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা

উত্তৰঃ- আঁহৰ পৰা সূতা কটা পদ্ধতিটোক সূতাকটা বুলি কোৱা হয় । এই পদ্ধতিটোত এটা কপাহৰ জোলাৰ পৰা আঁহবোৰ টানি পকাই দিয়া হয় । ইয়ে আঁহবোৰ একলগ কৰি সূতালৈ পৰিণত কৰে । এটা সৰল সঁজুলি সূতা কাটিবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াক টাকুৰী বোলে । হাতেৰে সূতা কাটিবলৈ ব্যৱহাৰ কৰা আন এটা সঁজুলি হৈছে যঁতৰ । বৃহৎ পৰিমাণৰ সূতা কাটিবলৈ  সূতাকটা যন্ত্ৰৰ সহায় লোৱা হয় ।




Published  By Subha Das






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


Our website uses cookies to enhance your experience. Learn More
Accept !