আহৰ পৰা কাপোৰ লৈ Class 6 Science Chapter 3 Question Answer in Assamese Medium

আহৰ পৰা কাপোৰ লৈ Class 6 Science Chapter 3  Question Answer in Assamese Medium

 

Assamese Medium Solutions for Class 6 Science Chapter 3 Fibre to Fabric is given here in a simple and easy-to-understand way. After learning these Assamese Medium Solutions, students will be able to clear all their doubts about the concepts involved in SEBA Class 6 Science Chapter 3.


 Class 6 Science Chapter 3 আহৰ পৰা কাপোৰ লৈ ।





অনুশালনীঃ


১। তলত দিয়া আঁহবোৰ প্ৰাকৃতিক নে সাংশ্লেষিক শ্ৰেণাবিভাজন কৰা ।

     নাইলন, ঊল, কপাহী, পাট, পলিয়েষ্টাৰ, মৰাপাট

উত্তৰঃ- প্ৰাকৃতিকঃ ঊল, কপাহী, পাট, মৰাপাট ।

          সাংশ্লেষিকঃ নাইলন, পলিয়েষ্টাৰ ।



২। তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা ।

   (ক) আঁহৰ পৰা সূতা তৈয়াৰ কৰা হয় ।

    উত্তৰঃ- শুদ্ধ ।


   (খ) সূতাকটা হৈছে আঁহ প্ৰস্তুত কৰাৰ এটা প্ৰক্ৰিয়া ।

   উত্তৰঃ- অশুদ্ধ ।


   (গ) মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি ।

   উত্তৰঃ- অশুদ্ধ ।


   (ঘ) কপাহৰ পৰা গুটি গুচোৱা প্ৰক্ৰিয়াটোক নেওঠনি বুলি কোৱা হয় ।

   উত্তৰঃ - শুদ্ধ ।


   (ঙ) সূতা বৈ এটুকুৰা কাপোৰ তৈয়াৰ কৰা হয় ।

   উত্তৰঃ - শুদ্ধ ।


   (চ) পাটৰ আঁহ এবিধ গছৰ কাণ্ডৰ পৰ আহৰণ কৰা হয় ।

উত্তৰঃ- অশুদ্ধ ।


   (ছ) পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আঁহ ।

   উত্তৰঃ অশুদ্ধ ।


৩। খালী ঠাই পূৰ কৰাঃ

   (ক) উদ্ভিদজাত আঁহ ___ আৰু ____ ৰ পৰা আহৰণ কৰা হয় ।

   উত্তৰঃ- উদ্ভিদজাত আঁহ কপাহ আৰু মৰাপাট ৰ পৰা আহৰণ কৰা হয় ।


   (খ) প্ৰাণীজাত আঁহ হ___ আৰু          

উত্তৰঃ- প্ৰাণীজাত আঁহ হঊল আৰু পাট

 

৪। কপাহ আৰু মৰাপাটৰ আঁহ উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয় ?

উত্তৰঃ- কপাহ গছৰ ফল বা চিৰাৰ (cotton balls)ৰ পৰা কপাহ আহৰণ কৰা হয় ।  আৰু মৰাপাটৰ গা-গছ বা কাণ্ডৰ পৰা মৰাপাট আহৰণ কৰা হয়


 

৫। নাৰিকলৰ আঁহেৰে তৈয়াৰী ২ টা সামগ্ৰীৰ নাম উল্লেখ কৰা ।

উত্তৰঃ- নাৰিকলৰ আঁহেৰে তৈয়াৰী ২ টা সামগ্ৰীৰ নাম হল ৰছী আৰু কঠ ।


৬। আঁহৰ পৰা সূতা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা

উত্তৰঃ- আঁহৰ পৰা সূতা কটা পদ্ধতিটোক সূতাকটা বুলি কোৱা হয় । এই পদ্ধতিটোত এটা কপাহৰ জোলাৰ পৰা আঁহবোৰ টানি পকাই দিয়া হয় । ইয়ে আঁহবোৰ একলগ কৰি সূতালৈ পৰিণত কৰে । এটা সৰল সঁজুলি সূতা কাটিবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াক টাকুৰী বোলে । হাতেৰে সূতা কাটিবলৈ ব্যৱহাৰ কৰা আন এটা সঁজুলি হৈছে যঁতৰ । বৃহৎ পৰিমাণৰ সূতা কাটিবলৈ  সূতাকটা যন্ত্ৰৰ সহায় লোৱা হয় ।




Published  By Subha Das






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


Previous Post Next Post