Class 10 Half Yearly Exam Previous Year Question Papers with answer in Assamese Medium
Hello, Today We Are Going to Discuss about Half Yearly Exam Model Questions papers In Assamese Medium for class 10. 10th General Mathematics Exam Model Question Papers and Answer Keys 2022-2023 in Assamese Medium.
More Resours For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutins
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions
Video Solutions
More Resourses For Class 9 Solutions in Assamese Medium
- Class 9 Maths Solutions
- Class 9 Science Solutins
- Class 9 Social Science Solutions
- Class9 Assamese Solutions
- Class9 English Solutions
- Class 9 Hindi Solutions
- Class 9 Advanced Geography Solutions
Assam HSLC Important Question 2023 in Assamese Medium, Assam HSLC Model Question Paper 2023, SEBA 10th Question Paper 2023, SEBA 10th Important Question Paper 2023 Assam HSLC Previous Year Questions 2023, SEBA HSLC Last Year Exam Question Paper 2023
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
Class 10 Half Yearly Exam 2022-2023 - Maths Model Question Papers
Most important questions Online
Education for Class 10 Maths MCQs Multiple Choice Questions with Answers in
Assamese Medium
Class
10 Mathematics Model Questions For Half Yearly Examination 2022-2023.
MCQ
– Multiple Choice Questions
1. ইউক্লিডৰ
বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা ‘a’ আৰু ‘b’ দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড
সংখ্যা ‘q’ আৰু ‘r’ থাকিব যাতে—
A)
a =
bq + r, 0 < r < b
B)
a = bq
+ r, 0 ≤ r ≤ b
C)
a = bq
+ r, 0 ≤ r < b
D) a = bq + r, 0 < r ≤ b
Ans: C) a = bq + r, 0 ≤ r < b
2. ইউক্লিডৰ
বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা ‘a’ আৰু ‘b’ দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড
সংখ্যা ‘q’ আৰু ‘r’ থাকিব যাতে - a =
bq + r
A)
0 <
r < b
B)
0 ≤ r
≤ b
C)
0 ≤ r
< b
D) 0 < r ≤ b
Ans: C) 0 ≤ r
< b
3. তলৰ
কোনটো সংখ্যা অপৰিমেয়—
A)
0.142857142857142857
………………
B)
22/7
C)
Π
D) √4/11
Ans: C) Π
4. √5 এটা—
A) পৰিমেয়
সংখ্যা
B) অখণ্ড
সংখ্যা
C) মৌলিক
সংখ্যা
D) অপৰিমেয়
সংখ্যা
Ans:
D) অপৰিমেয় সংখ্যা
5. দুটা
অখণ্ড সংখ্যা a আৰু b হ’লে সিঁহতৰ গ.সা.উ. আৰু ল.সা.গু. ৰ পূৰণফল হ’ব—
A)
a2.
b
B)
a. b
C)
a/b
D) a2b2
Ans: B) a. b
6. দুটা
অখণ্ড সংখ্যা a আৰু b ৰ
সাধাৰণ উৎপাদক 1 তেন্তে ল.সা.গু. হ’ব—
A)
a2b
B)
ab
C)
a3b
D) ab2
Ans: B) ab
7. তলৰ
কোনটো পৰিমেয়—
A)
√2/√3
B)
√2/ Π
C)
√5/√6
D) √3/√27
Ans: D) √3/√27
8. এটা
পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল—
A) পৰিমেয়
B) অপৰিমেয়
C) A আৰু B
D) এটাও
নহয়
Ans:
B) অপৰিমেয়
9. দুটা
ভিন্ন অপৰিমেয় সংখ্যাৰ পূৰণফল সদায়েই—
A) পৰিমেয়
B) অপৰিমেয়
C) A) আৰু B) উভয়েই
D) এটাও
নহয়
Ans:
C) A) আৰু B) উভয়েই
10.
এটা পৰিমেয় আৰু এটা
অপৰিমেয় সংখ্যাৰ যোগফল—
A) পৰিমেয়
B) অপৰিমেয়
C) A) আৰু B) উভয়েই
D) এটাও
নহয়
Ans:
B) অপৰিমেয়
11.
দিয়া আছে গ.সা.উ. (306,
657) = 9 । ল.সা.গু. (306, 657) = ?
A)
23228
B)
22338
C)
22833
D) 28332
Ans: B) 22338
12.
দিয়া আছে ল.সা.গু. (91, 26) = 182 । গ.সা.উ. (91, 26) =?
A)
13
B)
26
C)
7
D) 9
Ans: A) 13
13.
যদি ল.সা.গু.
(96,404) = 9696, তেন্তে গ.সা.উ. (96,404) = ?
A)
2
B)
4
C)
3
D) 12
Ans: B) 4
14.
তলৰ কোনটো অপৰিমেয়
নহয়—
A)
(5 - √
7)5
B)
(√5 +
√7)5
C)
(√5 -
√7) (√5 + √7)
D) 5√3/√7
Ans: C) (√5 - √7) (√5 + √7)
15.
336 আৰু 54 ৰ গ.সা.উ.হ’ব—
A)
9
B)
6
C)
4
D) 2
Ans: B) 6
16.
8, 9 আৰু 25 ৰ
গ.সা.উ.হ’ব—
A)
2
B)
1
C)
4
D) 3
Ans: B) 1
17.
আটাইতকৈ সৰু যিটো
সংখ্যাৰ 27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যায়, সেই সংখ্যাটো হ’ল—
A)
27
B)
3√3
C)
√3
D) 3√3
Ans: C) √3
18.
কোনো এটা অখণ্ড সংখ্যা ‘m’ ৰ বাবে প্ৰতিটো যোগত্মক
অযুগ্ম সংখ্যাৰ আৰ্হি হ’ব—
A)
m
B)
2m
C)
3m + 1
D) 2m + 1
Ans: B) 2m
19.
n2 আৰু
(n + 1)2 ৰ মাজত
থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা হ’ল—
A)
n3
B)
2n
C)
N + 1
D) n2
Ans: B)2n
21. যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদক তিনিবাৰকৈ আহে তেনন্তে সংখ্যাটো এটা—
A)
পূৰ্ণঘন
B)
পূৰ্ণবৰ্গ
C)
ঘলমূল
D) বৰ্গমূল
Ans: A) পূৰ্ণঘন
22. যদি a
, b , c আৰু
d ক্ৰমে সমানুপাতত থাকে,
তেন্তে –
A)
a :b = d : c
B)
a : d
= c : d
C)
a : b
= c : d
D) a : c = b : d
Ans: C) a : b = c : d
23. 45
ৰ
বৰ্গ সংখ্যাৰ এককৰ স্থানত থাকিব—
A)
6
B)
5
C)
1
D) 4
Ans: B) 5
24. 33
ৰ
ঘনৰ একক স্থানত অংকটো হ’ল—
A)
6
B)
7
C)
8
D) 9
Ans: B) 7
25. পূৰ্ণঘন
সংখ্যাটো—
A)
652
B)
933
C)
343
D) 1002
Ans: C) 343
26. অযুগ্ম
সংখ্যাৰ বৰ্গ সংখ্যাটো—
A)
256
B)
169
C)
546
D) 754
Ans: B) 169
27. 182
আৰু 192 ৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা—
A)
36
B)
37
C)
38
D) 39
Ans: A) 36
28. একক স্থানত 1 থকা সংখ্যাটো—
A) 192
B) 342
C) 182
D) 202
Ans:
A) 192
29. যদি p α
p
আৰু p = 6 হ’লে q = 30, এতিয়া p =
2, তেন্তে q ৰ মান—
A) 12
B) 20
C) 10
D) 15
Ans:
C) 10
30.
যদি m, n ৰ
ঘনমূল হয় তেন্তে n ৰ মান –
A) √m
B) 3√m
C) m3
D) m2
Ans:
C) m3
31.
√1000
ৰ
মান—
A)
30
B)
100
C)
10
D) 1000
Ans:
C) 100
32.
3√8 + 3√27 + 3√64 ৰ
মান—
A)
6
B)
7
C)
8
D) 9
Ans:
D) 9
33.
√3025
= 55 হ’লে √30.25 হ’ব—
A)
55
B)
5.5
C)
0.55
D) 0.055
Ans:
B) 5.5
34.
5√125 + 3√216 ৰ মান হ’ব—
A)
10
B)
11
C)
12
D) 13
Ans:
B) 11
35.
P(x) = (x – 3)2 + k বহুপদটোৰ শূণ্য দুটাৰ এটা আনটোৰ প্ৰতিক্ৰম হ’ব যদি k = ?
A) -1
B) -8
C) 5
D) 2
Ans:
B) -8
38. তলৰ কোনটো চৰ্তমতে p(x) = ax2 + bx + c দ্বিঘাত বহুপদটোৰ লেখডাল ওপৰ মুখ খোলা, অধিবৃত্ত বা তলমুখ খোলা অধিবৃত্ত হ’ব—
39. এটা দ্বিঘাত বহুপদৰ শূণ্য দুটাৰ যোগফল 1 আৰু শূণ্য দুটাৰ পূৰণফল 1 হ’লে বহুপদটো হ’ব—
A) x2
+ 4x + 1
B) x2
– x + 1
C) x2
– x – 1
D) x2
– 4x + 1
Ans:
B) x2 – x + 1
41. যদি y = f(x) বহুপদ ৰাশিটোৰ লেখডালে x- অক্ষক দুটা বিন্দুত ছেদ কৰে, তেন্তে f(x) ৰ শূণ্যৰ সংখ্যা হ’ব –
A) 0
B) 3
C) 1
D) 2
Ans:
D) 2
42. P(x) = ax2 – 3 (a – 1)x – 1 বহুপদ ৰাশিটোৰ এটা শূণ্য 1 হ’লে, a ৰ মান হ’ব—
A) 1
B) -1
C) 2
D) -2
Ans:
A) 1
43. 4a2 + 8a ৰ
শূণ্যকেইটাৰ পূৰণফল হ’ব—
A) 4
B) 8
C) 32
D) 0
Ans:
D) 0
44. x2 – 15 ৰ শূণ্যকেইটাৰ
পূৰণফল হ’ল—
A) -15
B) 15
C) .15
D) 225
Ans:
A) -15
46. P(x) = 2x3 – 5x2 – 14x + 8 বহুপদটোৰ শূণ্যৰ পূৰণফল হ’ল—
A) -4
B) 8
C) 14
D) -5
Ans:
A) -4
47. 2x2 – 8x + 6 বহুপদৰ
শূণ্যবোৰ হ’ল—
A) (1,
3)
B) (-1,
-3)
C) (-1,
3)
D) (1,
-3)
Ans:
A) (1, 3)
48. এটা ব্দিঘাট বহুপদৰ সৰ্ব্বোচ্চ
শূণ্যৰ সংখ্যা—
A) 0
B) 2
C) 3
D) 4
Ans:
C) 3
49. -4 আৰু 2 ৰ ভিতৰত P(x) বহুপদটোৰ শূণ্যৰ সংখ্যা—
A) 1
B) 3
C) 2
D) 4
Ans:
B) 3
50. 5x + 3y + 4 = 0 আৰু 10x +
6y = 9 সমীকৰণযোৰৰ সমাধানৰ সংখ্যা হ’ব—
A) এটা
B) অসীম
C) কোনো
সমাধান নাই
D) এইবোৰৰ
এটাও নহয়
Ans:
C) কোনো সমাধান নাই ।
51. 5x + 3y = 11 আৰু -10x + 6y = -22 এই সমীকৰণৰ যোৰকেইটায়ে বুজোৱা ৰেখাডাল হ’ব—
A) সমান্তৰাল
ৰেখা
B) লগলগা
ৰেখা
C) কটাকটি
কৰা ৰেখা
D) এইবোৰৰ
এটাও নহয়
Ans:
a) সমান্তৰাল ৰেখা
52. x + y = 3 আৰু x – y = 1 সমীকৰণযোৰৰ সমাধানটো হ’ব—
A) (2,
-1)
B) (2,
1)
C) (3,
0)
D) (5,
-2)
Ans:
B) (2, 1)
53. 4x + py + 8 = 0 আৰু 2x + 2y + 2 = সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান আছে । তলৰ কোনটো মান p ৰ হ’ব নোৱাৰে
A) -4
B) 4
C) 8
D) 5
Ans:
B) 4
54. 2x – 3y = 8 আৰু 4x – 6y =
9, এই সমীকৰণৰ যোৰটো—
A) সংগত
B) অসংগত
C) এটা
পৰতন্ত্ৰ যোৰ
D) এইবোৰৰ
এটাও নহয়
Ans:
B) অসংগত
55.
যদি দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
এটা সংগত হয়, তেন্তে যোৰটোয়ে বুজোৱা ৰেখাদুডাল হ’ব—
A) সদায়
কটাকটি কৰা ৰেখা
B) সদায়
মিলি যোৱা ৰেখা
C) সমান্তৰাল
D) কটাকটি
কৰা বা মিলি যোৱা ৰেখা
Ans:
D) কটাকটি কৰা বা মিলি যোৱা ৰেখা
56.
তলৰ ৰৈখিক সমীকৰণৰ যোৰকেইটা
বিবেচনা কৰাঃ
(i)
3x + 2y = 5 ; 2x + 3y = 5
(ii)
2x – 3y = 7 ; 2x – 3y = 8
শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
A) (i)
আৰু (ii) ৰ যোৰ কেইযোৰ সংগত ।
B) (i)
আৰু (ii) ৰ যোৰ কেইযোৰ অসংগত ।
C) (i)
ৰ যোৰটো অসংগত, কিন্তু (ii) ৰ যোৰটো সংগত ।
D) (i)
ৰ যোৰটো সংগত, কিন্তু (ii) ৰ যোৰটো অসংগত ।
Ans: D) (i) ৰ যোৰটো সংগত, কিন্তু (ii) ৰ যোৰটো অসংগত ।
57. তলৰ কোনটো দ্বিঘাট সমীকৰণ নহয়?
A) (x
– 2)2 + 1 = 2x – 3
B) x(x
+ 1) + 8 = (x + 2) (x – 2)
C) x(2x
+ 3) = x2 + 1
D) (x
+ 2)3 = x3 – 4
Ans:
B) x(x + 1) + 8 = (x + 2) (x – 2)
60. 1, 3 মূলবিশিষ্ট দ্বিঘাট সমীকৰণটো হ’ব—
A) x2
– 4x + 3 = 0
B) x2
– 3x + 4 = 0
C) x2
+ 4x + 3 = 0
D) x2
+ 3x + 4 = 0
Ans:
A) x2 – 4x + 3 = 0
61. দ্বিঘাট
সমূকৰণৰ ঘাত—
A) 0
B) 2
C) 1
D) 3
Ans:
B) 2
63. 3x2 – 9x + 5 দ্বিঘাট সমীকৰণটো মূল দুটাৰ যোগফল—
A) 3
B) 6
C) -3
D) 2
Ans:
A) 3
64. ax2 + bx + c = 0 দ্বিঘাত
সমূকৰণটোৰ যদি মূল দুটাৰ অনুপাত m : n হয় তেন্তে—
A) mna2
= (m + n) c2
B) mnb2
= (m + n) ac
C) mnb2
= (m + n)2 ac
D) mnb2
= (m – n)2 ac
Ans:
C) mnb2 = (m + n)2 ac
65. যদি 2n2 + px –
15 = 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল -5 হয় তেন্তে—
A) p
= 3
B) p
= 5
C) p
= 7
D) p
= 1
Ans:
D) p = 1
66. যদি 2x2 + kx –
6 = 0 সমীকৰণটোৰ এটা মূল 2 হয়, তেন্তে kৰ মান
হ’ব—
A) 1
B) -1
C) 2
D) -2
Ans:
B) -1
69. 2, ____ , 26 এটা সমান্তৰ প্ৰগতি হ’লে ইয়াৰ লুপ্ত পদটো হ’ব—
A) 12
B) 14
C) 16
D) 13
Ans:
B) 14
70. তলৰ কোনটো সংখ্যাৰ তালিকাই এটা
সমান্তৰ প্ৰগতি গঠন কৰিছে—
A) 4,
10, 14, 22, .. .. .. .. .. ..
B) 21,
22, 23, 24, .. .. .. .. .. ..
C) 15,
12, 9, 6, .. .. .. .. .. ..
D) 2,
-2, 2, -2, .. .. .. .. .. ..
Ans:
C) 15, 12, 9, 6, .. .. .. .. .. ..
72. এটা সমান্তৰ প্ৰগতিৰ দ্বিতীয় আৰু পঞ্চম পদদুটা ক্ৰমে 13 আৰু 22 হ’লে ইয়াৰ অষ্টম পদটো হ’ব—
A) 34
B) 31
C) 37
D) 41
Ans:
B) 31
73. 5, 10, 15, 20, .. .. .. ..
সমান্তৰ প্ৰগতিটোৰ nতম পদটো হ’ব—
A) 5n
B) 5n
+ 5
C) 5n
-5
D) 5
+ n
Ans:
A) 5n
74. -5, -1, 3, 7, .. .. .. .. .. .. সমান্তৰ
প্ৰগতিটোৰ সাধাৰণ অন্তৰ হ’ব—
A) 4
B) 6
C) -4
D) -6
Ans:
A) 4
75. তলৰ ভূল উক্তিটো হ’ল—
A) সকলোবোৰ
বৃত্ত সদৃশ
B) সকলোবোৰ
সমবাহু ত্ৰিভূজ সদৃশ
C) সকলোবোৰ
বৰ্গ সদৃশ
D) সকলোবোৰ
সমদ্ধিবাহু সদৃশ
Ans:
D) সকলোবোৰ সমদ্ধিবাহু সদৃশ
76. তলৰ কোনটো দুটা ত্ৰিভূজৰ সাদৃশ্য
চৰ্ত নহয়—
A) AAA
B) ASA
C) SAS
D) SSS
Ans:
B) ASA
78. সমান সংখ্যক বাহুৰ দুটা বহুভূজ সদৃশ হ’ব যদিহে—
A) সিঁহতৰ
অনুৰুপ কোণ বিলাক সমান
B) সিঁহতৰ
অনুৰুপ কোণ বিলাক সমান আৰু সিঁহতৰ অনুৰুপ বহুবোৰ একে অনুপাতত (বা সমানুপাততত )
থাকে।
C) বহুভূজ
দুটা সুষম
D) এইবোৰৰ
ওটাও নহয়
Ans:
B) সিঁহতৰ অনুৰুপ কোণ বিলাক সমান আৰু সিঁহতৰ অনুৰুপ বহুবোৰ একে
অনুপাতত (বা সমানুপাততত) থাকে।
79. ∆ABC আৰু ∆DEF, য’ত AB = 5 cm, ac = 10 cm আৰু DE = 4 cm । DF ৰ মান হ’ব—
A) 12cm
B) 8cm
C) 10cm
D) 4.2cm
Ans:
B) 8 cm
Coming Soon
PUBLISHED
BY KRISHNA DAS
Class 10 Half Yearly Model questions papers in Assamese medium 2022 Assamese
10th General Mathematics
Exam Model Question Papers and Answer Keys 2022-2023 in Assamese Medium.