Class 10 Advanced Geography MCQ questions with answers in Assamese medium.

Class 10 Advanced Geography Exam Previous Year Question Papers with answer in Assamese Medium


Here we discuss about Advanced Geography Previous Questions. SEBA HSLC Exam Previous Year Model Questions papers In Assamese Medium for class 10. Class 10 Advanced Geography Exam Model Question Papers and Answer Keys 2022-2023 in Assamese Medium.

জাপানৰ আঞ্চলিক ভূগোল


1.      জাপানৰ মুঠ মাটিকালিৰ শতাংশ হিচাপত কৃষিভূমিৰ পৰিমাণ—     *HSLC-2010*

A.    25%

B.    20%

C.    5%

D.    17%

2.      কিলোমিটাৰ হিচাপত উত্তৰা-দক্ষিণাকৈ জাপানৰ প্ৰসাৰ—           *HSLC-2011*

A.    1500 কিলোমিটাৰ

B.    2100 কিলোমিটাৰ

C.    2400 কিলোমিটাৰ

D.    1800 কিলোমিটাৰ



3.      জনসংখ্যা হিচাপত তলৰ কোনখন মহানগৰ সৰ্ববৃহত—                 *HSLC- 2012*

A.    বেইজিং

B.    কলকাতা

C.    কৰাচি

D.    টকিঅ

4.      তলত দিয়া জাপানৰ দ্বীপকেইটাৰ ভিতৰত কোনটো মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ—             

                                                                                         *HSLC-2013*

A.    কাইডো

B.    হনছু

C.    ছিককু

D.    কিউছিউ

5.      জাপানৰ হকাইডো অঞ্চলত থকা নগৰখন হল—                 *HSLC-2014*

A.    চেণ্ডাই

B.    য়ামা

C.    কোবে

D.    চাপৰো

6.      মধ্য জাপান অঞ্চলত থকা সমভূমিবোৰৰ এটা হল—                *HSLC-2015*

A.    আবুকুমা সমভূমি

B.    টকাছি সমভূমি

C.    কনছেন সমভূমি

D.    কাণ্টো সমভূমি



7.      জাপানৰ দেশৰ পৰ্বতময় ভূমিয়ে আৱৰি আছে—                 *HSLC-2016*

A.    50%

B.    60%

C.    75%

D.    65%

8.      কোনটো উদ্যোগিক অঞ্চলে জাপানক 30% ঔদ্যোগিক উতপাদন যোগান ধৰে—

                                                                                         *HSLC-2017*

A.    কিঅ’ – ইয়োকোহোমা অঞ্চল

B.    ওছাকা – কোবে কিওটো উদ্যোগ অঞ্চল

C.    নানায়ো উদ্যোগ অঞ্চল

D.    উত্তৰ কিউছিউ অঞ্চল

9.      জাপানৰ কিটাকামি মালভূমিৰ অৱস্থান হল—              *HSLC-2018*

A.    কাইড অঞ্চলত

B.    উত্তৰ-পূৱ জাপান অঞ্চল

C.    মধ্য জাপান অঞ্চল

D.    দক্ষিণ-পশ্চিম জাপান অঞ্চল

10.  কাণ্টো সমভূমি অঞ্চলটো—                                      *HSLC-2019*

A.    কাড অঞ্চলত অৱস্থিত

B.    মধ্য জাপান অঞ্চলত অৱস্থিত

C.    উত্তৰ –পূৱ জাপান অঞ্চলত  অৱস্থিত

D.    দক্ষিণ-পশ্চিম জাপান অঞ্চল

11. জাপানৰ কোনটো প্ৰাকৃতিক বিভাগত আবুকুমা মালভূমি অঞ্চলত অৱস্থিত— *HSLC-2020*

A.    কাড অঞ্চলত অৱস্থিত

B.    মধ্য জাপান অঞ্চলত অৱস্থিত

C.    উত্তৰ –পূৱ জাপান অঞ্চলত  অৱস্থিত

D.    দক্ষিণ-পশ্চিম জাপান অঞ্চল



12. জাপান গঠিত হোৱা চাৰিওটা মুখ্য দ্বীপৰ ভিতৰত____ দ্বীপ সবাতোকৈ ডাঙৰ।

A.                হনছু

B.                'কাইডো

C.                ছিককু

D.                কিউছিউ


13. জাপানৰ পূব সীমাত ____অৱস্থিত।

A.    কোৰিয়া সাগৰ

B.    চাখানিন দ্বীপ

C.    চীন সাগৰ

D.    প্রশান্ত মহাসাগৰ


14. ২০০৭ চনৰ গণনা অনুসৰি জাপানৰ মুঠ জনসংখ্যা__

A.    ১২০

B.    ১২৮

C.    ১৩২

D.    ১৪৫



15. _____পৃথিবীৰ সর্বাধিক জনসংখ্যাৰ চহৰ।

A.    নিউয়র্ক

B.    পেৰিছ।

C.    ছিংগাপুৰ

D.    টকিঅ


16. জাপানী লোকৰ গড় আয়ুস____বছৰ।

A.    ৭২

B.    ৮২

C.    ৬৫

D.    ৮৫


17. বিজ্ঞান-প্রযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত জাপানে____স্থান দখল কৰিছে।

A.   তৃতীয়

B.    চতুর্থ

C.    পঞ্চম

D.   যষ্ঠ


18. জাপানৰ সৰ্বমুঠ আয়ৰ ৪০% _____ক্ষেত্ৰৰ পৰা আহে।

A.    বাণিজ্যিক

B.    ঔদ্যোগিক

C.    কৃষি

D.    তথ্য প্রযুক্তি


19. ওছাকা-কোবে-কিওটোঔদ্যোগিক অঞ্চল____ সমভূমিত অৱস্থিত।

A.   কান্ট

B.    টকিঅ

C.    কিওটো

D.   কিনকি



20. জাপান____জলবায়ু অঞ্চলত পৰে।

  উত্তৰঃ নাতিশীতোষ্ণ


21. জাপান সাগৰৰ কাষত থকা পশ্চিম কৃষি অঞ্চলক বুলি জনা যায়।

      উত্তৰঃ অন্তবর্তী অঞ্চল


22. মুঠ জনসংখ্যাৰ হিচাপত জাপানে পৃথিবীৰ ভিতৰত___স্থান অধিকাৰ কৰিছে।

  উত্তৰঃ  দশম

23. _____জাপানৰ প্ৰধান শস্য।

  উত্তৰঃ  ধান ।


24. হছু দ্বীপৰ মধ্যভাগ____জাপান বােলে।

  উত্তৰঃ  মধ্য ৷


25. জাপানীসকল ঘাইকৈ____ ক পৱিত্ৰ পৰ্বত বুলি গণ্য কৰে।

      উত্তৰঃ মংগালীয়


26. জাপানৰ মুঠ জনসংখ্যাৰ_____শতাংশ ঔদ্যোগিক উৎপাদনৰ সৈতে জড়িত।

উত্তৰঃ ৪০ শতাংশ ।

27. জাপানৰ পূৰণি নাম কি?

উত্তৰঃ জাপানৰ পূৰণি নাম নিম্পনঅৰ্থাত সূৰ্যোদয়ৰ ভূমি ।

28. জাপানৰ প্ৰধান দ্বীপ কেইটা আৰু কি কি?

উত্তৰঃ জাপানৰ প্ৰধান দ্বীপ চাৰিটা ।

      ক) হকাইডো

      খ) হনছু

      গ) চিককু

      ঘ) কিউছিউ


29. কিমান খ্ৰীষ্ঠাব্দত সমগ্ৰ জাপান দ্বীপপুঞ্জক কোনজন সম্ৰাটে নিজৰ অধীনলৈ আনি শাসন কৰিবলৈ ধৰে ?

উত্তৰঃ ১৪৬৮ খ্ৰীষ্ঠাব্দত সমগ্ৰ জাপান দ্বীপপুঞ্জক সম্ৰাট মেইজিয়ে নিজৰ অধীনলৈ আনি শাসন কৰিবলৈ ধৰে ।


30. জাপান পৃথিৱীৰ জনসংখ্যাৰ ক্ষেত্ৰত কেই নম্বৰ স্থানত আছে?

উত্তৰঃ জাপান পৃথিৱীৰ জনসংখ্যাৰ ক্ষেত্ৰত দশম স্থানত আছে ।

31. জাপানৰ ৰাজধানী কি ?

উত্তৰঃ টকিঅ


32. উত্তৰা-দক্ষিণাকৈ জাপানৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ২৪০০ বৰ্গ কিলোমিটাৰ ।

33. জাপানৰ মাটিকালি কিমান?

উত্তৰঃ ৩,৭৭,৭৬৫ বৰ্গ কিলোমিটাৰ ।

34. ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ ১২৮ নিযুত ।

35. জাপানৰ প্ৰধান দ্বীপ চাৰিটা কি পৰ্বত মালাই আগুৰি আছ ?

উত্তৰঃ ধেনুভিৰীয়া পৰ্বতমালাই ।

36. জাপানৰ ভূ-প্ৰকৃতিক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰিছে আৰু কি কি?

উত্তৰঃ চাৰিটা ভাগত ভাগ কৰিছে ।

     ক) হকাইডো অঞ্চল ।

     খ) উত্তৰ-পূৱ জাপান অঞ্চল ।

     গ) মধ্য জাপান অঞ্চল ।

     ঘ) দক্ষিণ-পশ্চিম জাপান অঞ্চল ।

37. মধ্য জাপান অঞ্চলক কেইটা সমভূমি অঞ্চলত বিভক্ত কৰিছে আৰু কি কি ?

উত্তৰঃ দুটা ভাগত বিভক্ত কৰিছে ।

     ক) ফোচাগ্নো

     খ) কাণ্টো


38. ৬১০ খ্ৰীষ্ঠাব্দত জাপানত কিমান জনসংখ্যা আছিল?

উত্তৰঃ ৫ নিযুত ।

39.  জাপানৰ জনসংখ্যা ১৮৮০ চনত কিমান আছিল?

উত্তৰঃ ৩৮ নিযুত ।

40. জাপানৰ জনসংখ্যা ১৯৪৫ চনত কিমান আছিল?

উত্তৰঃ ৭২ নিযুত ।

41. জাপানৰ জনসংখ্যা ১৯৯৯ চনত কিমান আছিল?

উত্তৰঃ ১২৭ নিযুত ।


42. টকিঅ ৰ জনসংখ্যাবৰ্তমান কিমান?

উত্তৰঃ ৩ কোটিৰো অধিক ।

43. উদ্যোগিক উতপাদনৰ ক্ষেত্ৰত জাপানৰ স্থান পৃথিৱীৰ ভিতৰত কিমান স্থানত আছে?

উত্তৰঃ দ্বিতীয় স্থানত ।

44. বৰ্তমান জাপানৰ জনমুৰি বাৰ্ষিক ৰাষ্ট্ৰীয় আয় কিমান?

উত্তৰঃ ৩৩.০০ ডলাৰ ।

45. UNDP ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ United Nation Development Program.


46. জাপানী সকলৰ গড় আয়ুস কিমান?

উত্তৰঃ ৮২ বছৰ ।

47. অন্তঃঞ্চল কাক বোলে?

উত্তৰঃ জাপান সাগৰৰ ফালে থকা পশ্চিমৰ অংশক অন্তঃঞ্চল বোলে ।

48. বহিঃঞ্চল কাক বোলে ?

উত্তৰঃ প্ৰশান্ত মহাসাগৰৰ ফালে থকা পূৱৰ অংশক বহঃঞ্চল বোলে ।

49. মধ্য জাপান অঞ্চলৰ ৩খন বৃহত মহানগৰৰ নাম লিখা?

উত্তৰঃ কাৱাছাকি, টকিঅ, নাগোৱা ।


50. উত্তৰ-পূৱ জাপান অঞ্চলত থকা দুখন সমান্তৰাল পৰ্বতশ্ৰেণীৰ নাম লিখা >

উত্তৰঃ আও আৰু উটছু ।

51. উত্তৰ-পূৱ জাপান অঞ্চলৰ ৩খন নগৰৰ নাম লিখা?

উত্তৰঃ আওমোৰি, আকিটা, মৰিওকা ।


52. কাইডো অঞ্চলৰ দুখন সমভূমিৰ নাম লিখা ?

উত্তৰঃ টকাছি আৰু কেনছেন ।

53. কাইডো অঞ্চলৰ ৩খন নগৰৰ নাম লিখা ?

উত্তৰঃ চাপৰো, কুচিৰো, মুৰৰাণ ।


54.  কিটাকামি মালভূমি কত অৱস্থিত ?

উত্তৰঃ উত্তৰ-পূৱ জাপান অঞ্চলত অৱস্থিত ।

55. উত্তৰ-পূৱ জাপান অঞ্চলৰ দুখন মৰুভূমিৰ নাম লিখা ?

উত্তৰঃ কিটাকামি মালভূমি আৰু আবুকুমা মালভূমি ।

56. মাউণ্ট ফুজি কত অৱস্থিত ?

উত্তৰঃ মধ্য জাপান অঞ্চলত ।

57. দক্ষিণ-পশ্চিম জাপান অঞ্চলৰ দুখন সমভূমিৰ নাম লিখা ?

উত্তৰঃ কিয়োটো আৰু নাৰা ।

58. দক্ষিণ-পশ্চিম জাপান অঞ্চলৰ ৩খন নগৰৰ নাম লিখা ?

উত্তৰঃ ওছাকা, চাকাই, কিওট ।

59. জাপানৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান ?

উত্তৰঃ ৩৩৮ জন ।



60. জাপানে কি কি উতপাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে এক বিশেষ স্থান অধিকাৰ কৰিছে ?

উত্তৰঃ জাহাজ নিৰ্মাণ, মটৰগাড়ী নিৰ্মাণ, তীখা উতপাদন, উচ্চমানৰ নিৰ্মিত নান ধৰণৰ ইলেক্ট্ৰনিক যন্ত্ৰ-পাতি আৰু নিত্য ৱ্যৱহাৰ্য বয়-বস্তুৰ উতপাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে এক বিশেষ স্থান অধিকাৰ কৰিছে ।

61. জাপানৰ ৩খন কৃষি অঞ্চলৰ নাম লিখা?

উত্তৰঃ  ক) অন্তঃৱৰ্তী অঞ্চল

          খ) উত্তৰ কিউছিউ অঞ্চল

          গ) ছিটছি-কিনকি অঞ্চল ।

62. অন্তঃৱৰ্তী অঞ্চলত কি কি খেতি কৰা হয়?

উত্তৰঃ ফল-মূল, শাক-পাচলি আৰু ফুল আদি খেতি কৰা হয় ।

63. জাপানৰ ৪খন উদ্যোগ অঞ্চলৰ নাম লিখা?

উত্তৰঃ

    ক) টকিঅ –ইয়োকোহোমা অঞ্চল

    খ) ওছাকা-কোবে-কিওটো অঞ্চল

    গ) নাগোৱা অঞ্চল

    ঘ) উত্তৰ কিউছিউ অঞ্চল ।                                               

 

Coming Soon


Published  By Krishna Das






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


Previous Post Next Post