Class 10 Maths Areas Related to Circles Exercise 12.3 in Assamese medium

Class 10 Maths Areas Related to Circles Exercise 12.3 in Assamese medium

 

Class 10 Maths Chapter 12 Areas Related to Circles Exercise 12.3 in Assamese Medium. Areas Related to Circles Exercise 12.3 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter 12 Areas Related to Circles Exercise 12.3 in Assamese medium.

 

NCERT Solutions Class 10 Maths Chapter 12 Areas Related to Circles Exercise 12.3 are provided here. These solutions are prepared by our subject expert faculty to help students in their Class 10 exam preparations. Class 10 General Mathematics Chapter 12 Areas Related to Circles Solutions in Assamese Medium. We provide free Class 10 Maths Solutions in Assamese Medium.


MCQ Questions for class 10 Maths

Class 10 Maths Model MCQ. Just click on the  links given below to practice the Maths Solutions

Class 10 Maths ModelSolutions Links
Class 10 Maths MCQ QuestionsClick Here
Class 10 Maths Important QuestionsClick Here
Subscribe our Youtube ChannelClick Here

 

 

 


The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.


Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.

 

 Class 10 Maths Solutions in Assamese Medium


Chapters NameSolution Link
0. পুণৰালেচনাসমাধান
1. বাস্তৱ সংখ্যসমাধান
2. বহুপদসমাধান
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰসমাধান
4. দ্ধিঘাত সমীকৰণসমাধান
5. সমান্তৰ প্ৰগতিসমাধান
6. ত্ৰিভুজসমাধান
7. স্থানাংক জ্যামিতিসমাধান
8. ত্ৰিকোণমিতিৰ পৰিচয়সমাধান
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগসমাধান
10. বৃত্তসমাধান
11. অংকনসমাধান
12. বৃত্ত সম্বন্ধীয় কালিসমাধান
13. পৃষ্ঠকালি আৰু আয়তনসমাধান
14. পৰিসংখ্যাসমাধান
15. সম্ভাৱিতাসমাধান



 


follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


 


NCERT textbook Solutions for class 10  in Assamese medium.  


NCERT textbook Solutions for class 9  in Assamese medium.  

     More Resourses For Class 9 Solutions in Assamese Medium


 

অনুশীলনীঃ 12.3


Chapter 12 Areas Related to Circles Class10 has total 3 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise.

 

বৃত্ত সম্বন্ধীয় কালিSolutions Link
অনুশীলনী 12.1 (Exercise 12.1)সমাধান
অনুশীলনী 12.2 (Exercise 12.2)সমাধান
অনুশীলনী 12.3 (Exercise 12.3)সমাধান

 




Exercise 12.3 class 10 maths Question 1 in Assamese Medium

1.    চিত্ৰ 12.19 ত আচ্ছাদিত অঞ্চলটোৰ কালি উলিওৱা, যদি PQ = 24 চে.মি., PR = 7 চে.মি. আৰু বৃত্তটোৰ কেন্দ্ৰ O

             

সমাধানঃ   

    QR বৃত্তটোৰ ব্যাস   

RPQ = 900     [অৰ্ধবৃত্তত থকা কোণ এটা সমকোণ]

PQR ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,

        RP2 + PQ2 = RQ2

72 + 242 = RQ2  

RQ2 = 576 + 49 = 625

    RQ = 25




Exercise 12.3 class 10 maths Question 2 in Assamese Medium

2. চিত্ৰ 12.20 ত, আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা যদি O কেন্দ্ৰ যুক্ত ঐককেন্দ্ৰিক বৃত্ত দুটাৰ ব্যাসাৰ্দ্ধ ক্ৰমে 7 চে.মি.  আৰু   14 চে.মি. আৰু  AOC=40°. 

                 

সমাধানঃ

সৰু বৃত্তটোৰ ব্যাসাৰ্ধ = 7 cm

ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ = 14 cm

আচ্ছাদিত অঞ্চলটোৰ কালি ,    

       = OAFCO বৃত্তকলাৰ কালি OBEDO বৃত্তকালৰ কালি

     



Exercise 12.3 class 10 maths Question 3 in Assamese Medium

3.    চিত্ৰ 12.21 ত আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা, যদি 14 cm, বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ আৰু APD আৰু BPC অৰ্ধবৃত্ত হয় ।

       

সমাধানঃ 

বৰ্গৰ বাহু = 14 cm

 অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ = 7 cm



Exercise 12.3 class 10 maths Question 4 in Assamese Medium

4.   চিত্ৰ 12.22 ত আচ্ছাদিক অঞ্চলটোৰ কালি নিৰ্ণয় কৰা যত 12 cm বাহুৰ এটা সমবাহু ত্ৰিভূজৰ শীৰ্ষ বিন্দু Oক কেন্দ্ৰ হিচাপে ধৰি 6 cm ব্যাসাৰ্ধ এটা বৃত্তীয় চাপ আঁকা হৈছে ।

       

সমাধানঃ

আমি জানো সমবাহু ত্ৰিভূজৰ প্ৰতিটো কোণৰ মাপ 600






Exercise 12.3 class 10 maths Question 5 in Assamese Medium

5. চিত্ৰ 12.23ত দেখুওৱাৰ দৰে 4 cm বাহুৰ এটা বৰ্গক্ষেত্ৰৰ প্ৰতিটো চুকৰ পৰা 1 cm ব্যাসাৰ্ধৰ এটা বৃত্তৰ এটা চোক কাটি লোৱা হৈছে আৰু 2 cm ব্যাসৰ এটা বৃত্তও কাটি লোৱা হৈছে । বৰ্গক্ষেত্ৰটোৰ অৱশিষ্ট অংশৰ কালি নিৰ্ণয় কৰা ।

        

সমাধানঃ 

বৃত্তটোৰ প্ৰতিটো চোকৰ ব্যাসাৰ্ধ = 1 cm






Exercise 12.3 class 10 maths Question 6 in Assamese Medium

6. চিত্ৰ 12.24ত দেখুওৱাৰ দৰে 32 cm ব্যাসাৰ্ধৰ এখন বৃত্তীয় টেবুলকভাৰৰ মাজত ABC এটা সমবাহু ত্ৰিভূজ এৰি এটা নক্সা তৈয়াৰ কৰা হৈছে । নক্সাটোৰ কালি নিৰ্ণয় কৰা ।

   

সমাধানঃ

বৃত্তটোৰ ব্যাসাৰ্ধ = 32

বৃত্তৰ কেন্দ্ৰ O মাজেৰে AD য়ে 2 : 1 অনুপাত ভাগ কৰিছে ।

       AO: OD = 2: 1




Exercise 12.3 class 10 maths Question 7 in Assamese Medium

7.  চিত্ৰ 12.25 ত, 14 cm বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ । A, B, C আৰু D কেন্দ্ৰযুক্ত চাৰিটা বৃত্ত অঁকা হল, যাতে প্ৰতিটো বৃত্তই বাকী থকা তিনিটা বৃত্তৰ দুটাক বহিঃভাৱে স্পৰ্শ কৰে । আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা ।

 

সমাধানঃ

 A, B, C, D কেন্দ্ৰযুক্ত চাৰিটা বৃত্ত অঁকা হল ।

যিহেতু ABCD এটা বৰ্গ

বৃত্তৰ ব্যাসাৰ্ধ = 7 cm2

বৰ্গৰ এটা চোকৰ কালি



Exercise 12.3 class 10 maths Question 8 in Assamese Medium

8.   চিত্ৰ 12.26 ত, এটা দৌৰা বাট দিয়া আছে, যাৰ বাওঁফাল আৰু সোঁফাল অৰ্ধবৃত্ত



ভিতৰৰ সমান্তৰাল ৰেখাখণ্ড দুটাৰ মাজত দূৰত্ব 60 মিটাৰ আৰু সেইবোৰ প্ৰত্যেক্ষ 106 মিটাৰ দীঘল । যদি বাটটোৰ প্ৰস্থ 10 মিটাৰ হয়, তেন্তে নিৰ্ণয় কৰাঃ

  i)                    বাটটোৰ চাৰিওফালে ইয়াৰ ভিতৰৰ ফালৰ দূৰত্ব ।

  ii)                  বাটটোৰ কালি ।

সমাধানঃ





Exercise 12.3 class 10 maths Question 9 in Assamese Medium

9.  চিত্ৰ 12.27ত, এটা বৃত্তৰ (O কেন্দ্ৰযুক্ত) AB আৰু CD ব্যাস দুডাল পৰস্পৰ লম্ব আৰু ODল সৰু বৃত্তটোৰ ব্যাস । যদি OA = 7 cm, তেন্তে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা ।

সমাধানঃ




Exercise 12.3 class 10 maths Question 10 in Assamese Medium

10.   এটা সমবাহু ত্ৰিভূজ ABC ৰ কালি 17320.5 cm2 ত্ৰিভূজটোৰ প্ৰতিটো শীৰ্ষবিন্দুক কেন্দ্ৰ হিচাপে লৈ ত্ৰিভূজটোৰ বাহুৰ দৈৰ্ঘ্যৰ আধাৰ সমান ব্যাসাৰ্ধ লৈ একোটা বৃত্ত অঁকা হ(চিত্ৰ 12.28 চোৱা )আচ্ছাদি অঞ্চলটোৰ কালি নিৰ্ণয় কৰা । (ব্যৱহাৰ কৰা π = 3.14 আৰু √3 = 1.73205) 

   

সমাধানঃ

      ধৰোঁ,

     সমবাহু ত্ৰিভূজটোৰ এটা বাহু = a

      সমবাহু ত্ৰিভূজৰ কালি = 17320.5 cm2







Exercise 12.3 class 10 maths Question 11 in Assamese Medium

11.  এখন বৰ্গাকাৰ ৰুমালত প্ৰতিটো 7 cm ব্যাসাৰ্ধৰ নটা বৃত্তীয় নক্সা আঁকা হল (চিত্ৰ 12.29) ৰুমালখনৰ বাকী থকা অংশৰ কালি নিৰ্ণয় কৰা ।

 

সমাধানঃ






Exercise 12.3 class 10 maths Question 12 in Assamese Medium

12.  চিত্ৰ 12.30ত, কেন্দ্ৰ  O আৰু ব্যাসাৰ্ধ 3.5 cm যুক্ত এটা বৃত্তৰ OACB এটা চোক । যদি OD = 2 cm, তেন্তে

  i)                    OACB চোকৰ,

  ii)                  আচ্ছাদিক অংশৰ কালি নিৰ্ণয় কৰা ।

  

     সমাধানঃ

i)                    চোকটোৰ ব্যাসাৰ্ধ = 3.5 cm




Exercise 12.3 class 10 maths Question 13 in Assamese Medium

13.   চিত্ৰ 12.31ত, এটা বৃত্তৰ চোক OPBQ OABC এটা বৰ্গক্ষেত্ৰ অংকণ কৰা হল । যদি OA = 20 cm, তেন্তে আচ্ছাদিক অঞ্চলৰ কালি নিৰ্ণয় কৰা । ( ব্যৱহাৰ π = 3.14)

  

সমাধানঃ  






Exercise 12.3 class 10 maths Question 14 in Assamese Medium


  14 . কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ 21 cm আৰু 7 cm ঐককেন্দ্ৰিক বৃত্ত দুটাৰ ক্ৰমে AB আৰু CD দুটা চাপ (চিত্ৰ 12.32 চোৱা ) । যদি AOB = 300, তেন্তে আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা ।

          

সমাধানঃ




Exercise 12.3 class 10 maths Question 15 in Assamese Medium

15.  চিত্ৰ 12.33ত, 14 cm ব্যাসাৰ্ধৰ এটা বৃত্তৰ ABC এটা চোক আৰু BC ক ব্যাস হিচাপে লৈ এটা অৰ্ধবৃত্ত অঁকা হল । আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা ।

 

সমাধানঃ






Exercise 12.3 class 10 maths Question 16 in Assamese Medium

16.   প্ৰতিটো 8 cm ব্যাসাৰ্ধৰ বৃত্তৰ দুটা চোকৰ মাজত চিত্ৰ 12.34 ত উমৈহতিয়া নক্সা থকা অঞ্চলটোৰ কালি নিৰ্ণয় কৰা



সমাধানঃ




MCQ Questions for class 10 Maths

Class 10 Maths Model MCQ. Just click on the  links given below to practice the Maths Solutions

Class 10 Maths ModelSolutions Links
Class 10 Maths MCQ QuestionsClick Here
Class 10 Maths Important QuestionsClick Here
Subscribe our Youtube ChannelClick Here

 


Published  By Krishna Das


More Resours For Class 10 Solutions in Assamese Medium


CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS AREAS RELATED TO CIRCLES CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHS AREAS RELATED TO CIRCLES EXERCISE 12.3 SOLUTIONS IN ASSAMESE MEDIUM.

Previous Post Next Post