Class 10 Math’s Chapter 13 Surface Areas and Volumes Exercise 13.2 Solutions in Assamese medium
Class 10 Maths Chapter 13 Surface Areas and Volumes Exercise 13.2 solutions in Assamese Medium. Surface Areas and Volumes Exercise 13.2 are part of Class 10 Maths Solutions in Assamese Medium. Here we have given Mathematics Solutions for Class 10 Chapter 13 Surface Areas and Volumes Exercise 13.2 in Assamese medium.
NCERT Solutions Class 10 Maths Chapter 13 Surface Areas and Volumes Exercise 13.2 are provided here. These solutions are prepared by our subject expert faculty to help students in their Class 10 exam preparations. Class 10 General Mathematics Chapter 13 Surface Areas and Volumes Solutions in Assamese Medium. We provide free Class 10 Maths Solutions in Assamese Medium.
NCERT Textbooks Solutions in Assamese Medium for Class 10 Maths Chapter 13 Surface Areas and Volumes are provided here. In this chapter you will learn to solve questions based on surface areas and volumes of different shapes, such as cone, sphere, cylinder, etc. The Solutions are prepared by our Digital Pipal Academy Maths Experts, to help students understand the concepts of different shapes.
Here we explained and solved very clearly in the given Textbook Solutions for Class 10 Maths Chapter 13, Surface Areas and Volumes. NCERT textbook Solutions for class 10 Maths Chapter 13 Surface Areas and Volumes.
We Solved Chapter 13 Surface Areas and Volumes solutions in Assamese Medium for Class 10 Mathematics. We are provide here to help the students easily understand all the concepts. We solved all exercise for class 10 maths chapter 13, Surface Areas and Volumes in Assamese Medium. We easily solved Class 10 maths Exercise 13.1 , Exercise 13.2, Exercise 13.3, Exercise 13.4 and Class 10 Maths Exercise 13.5 solutions in Assamese medium.
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths Solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
The solutions provided here are in the context of the latest update on the SEBA BOARD syllabus for 2022-23 and guidelines so that students can find it helpful to solve the exercise questions, present in the textbooks.
Class10 Maths has total 16 Chapters. Just click on the Chapters wise links given below to practice the Maths solutions for the respective Chapters.
Class 10 Maths Solutions in Assamese Medium
Chapters Name | Solution Link |
---|---|
0. পুণৰালেচনা | সমাধান |
1. বাস্তৱ সংখ্য | সমাধান |
2. বহুপদ | সমাধান |
3. দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | সমাধান |
4. দ্ধিঘাত সমীকৰণ | সমাধান |
5. সমান্তৰ প্ৰগতি | সমাধান |
6. ত্ৰিভুজ | সমাধান |
7. স্থানাংক জ্যামিতি | সমাধান |
8. ত্ৰিকোণমিতিৰ পৰিচয় | সমাধান |
9. ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ | সমাধান |
10. বৃত্ত | সমাধান |
11. অংকন | সমাধান |
12. বৃত্ত সম্বন্ধীয় কালি | সমাধান |
13. পৃষ্ঠকালি আৰু আয়তন | সমাধান |
14. পৰিসংখ্যা | সমাধান |
15. সম্ভাৱিতা | সমাধান |
follow us on
NCERT textbook solutions for class 10 in Assamese medium.
More Resours For Class 10 Solutions in Assamese Medium
NCERT textbook Solutions for class 9 in Assamese medium.
More Resourses For Class 9 Solutions in Assamese Medium
- Class 9 Maths Solutions
- Class 9 Science Solutins
- Class 9 Social Science Solutions
- Class9 Assamese Solutions
- Class9 English Solutions
- Class 9 Hindi Solutions
- Class 9 Advanced Geography Solutions
MCQ Questions for class 10 Maths
Class 10 Maths Model MCQ. Just click on the links given below to practice the Maths Solutions
Class 10 Maths Model | Solutions Links |
---|---|
Class 10 Maths MCQ Questions | Click Here |
Class 10 Maths Important Questions | Click Here |
Subscribe our Youtube Channel | Click Here |
Chapter 13 Surface Areas and Volumes Class10 has total 5 Exercise. Just click on the exercise wise links given below to practice the Maths solutions for the respective exercise.
Surface Areas and Volumes | Solutions Link |
---|---|
Exercise 13.1 | Click here |
Exercise 13.2 | Click here |
Exercise 13.3 | Click here |
Exercise 13.4 | Click here |
Exercise 13.5 | Click here |
Exercise 13.2 class 10 maths Question 1 in Assamese Medium
1. শংকু আকৃতিৰ এটা গোটাবস্তু এটা অৰ্দ্ধগোলকৰ ওপৰত থিয় হৈ আছে য’ত সিহঁত দুয়োটাৰ ব্যাসাৰ্ধ হ’ল 1 cm আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান । গোটাবস্তুটোৰ আয়তন πৰ মানেৰে নিৰ্ণয় কৰা ।
সমাধানঃ
দিয়া আছে,
শংকু আৰু অৰ্দ্ধগোলকৰ ব্যাসাৰ্ধ = 1cm
শংকুৰ উচ্চতা = 1 cm
Exercise 13.2 class 10 maths Question 2 in Assamese Medium
2. ৰাছেল এজন ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ, তেওঁক এখন পাতল এলুমিনিয়ামৰ পাতৰ সহায়ত দুইমূৰে দুটা শংকুসহ এটা বেলন আকৃতিৰ আৰ্হি প্ৰস্তুত কৰিবলৈ কোৱা হ’ল । আৰ্হিৰ ব্যাস 3cm আৰু দৈৰ্ঘ্য 12cm । যদি প্ৰতিটো শংকুৰ দৈৰ্ঘ্য 2cm হয়, তেন্তে ৰাছেলে প্ৰতস্তুত কৰা আৰ্হিত থকা বায়ুৰ আয়তন নিৰ্ণয় কৰা । (ধৰাহওক ভিতৰৰ আৰু বাহিৰৰ মাপ প্ৰায় একে) ।
সমাধানঃ
দিয়া আছে যে,
শংকুৰ দৈৰ্ঘ্য (h1) = 2cm
বেলনৰ
ব্যাস = শংকুৰ ব্যাস = 3 cm
Exercise 13.2 class 10 maths Question 3 in Assamese Medium
3. এটা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ 30% । 5cm দৈৰ্ঘ্য আৰু 2.8 cm ব্যাসৰ দুই মুৰে দুটা অৰ্ধগোলক যুক্ত এটা বেলন আকৃতিৰ 45 টা গোলাপ জামুনত প্ৰায় কিমান ৰস থাকিব মিৰ্ণয় কৰা । (চিত্ৰ 13.15) ।
সমাধানঃ
Exercise 13.2 class 10 maths Question 4 in Assamese Medium
4. চৌপল আকৃতিৰ এটা কাঠৰ পেনষ্টেন্ড (Pan stand)ত কলম ৰাখিবলৈ চাৰিটা শংকু আকৃতিৰ গাঁত আছে। চৌপলৰ জোখ হ’ল 15cm × 10cm × 3.5cm । সম্পূৰ্ণ ষ্টেন্ডটোত কাঠৰ আয়তন নিৰ্ণয় কৰা । (চিত্ৰ 13.16) ।
সমাধানঃ
Exercise 13.2 class 10 maths Question 5 in Assamese Medium
5. উলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে । ইয়াৰ উচ্চতা হ’ল 8cm আৰু মুক্ত হৈ থকা শীৰ্ষভাগৰ ব্যাসাৰ্ধ 5cm । ইয়াৰ কাণলৈকে চপচপীয়াকৈ পানী ভৰোৱা হ’ল । যেতিয়া 0.5cm ব্যাসাৰ্ধৰ গোলকাৰ কেইটামান সীহৰ গুলি পাত্ৰটোত ভৰোৱা হ’ল, পাত্ৰৰ এক চতুৰ্থাংশ পানী ওলাই পৰিল । পাত্ৰটোত ভৰোৱা সীহৰ গুলিৰ সংখ্যা নিৰ্ণয় কৰা ।
সমাধানঃ
Exercise 13.2 class 10 maths Question 6 in Assamese Medium
6. এটা গোটা লোহাৰ খুটা 220cm উচ্চতা আৰু 24cm ভূমি ব্যাসবিশিষ্ট বেলনেৰে গঠিত যাৰ ওপৰভাগ 60cm উচ্চতা আৰু 8cm ব্যাসাৰ্দ্ধযুক্ত আন এটা বেলনে আবৃত কৰি আছে । খুটাটোৰ ভৰ নিৰ্ণয় কৰা, দিয়া আছে, 1 ঘন চে.মি. লোৰ ভৰ প্ৰায় 8 গ্ৰাম । (π = 3.14 ব্যৱহাৰ কৰা ) ।
সমাধানঃ
Exercise 13.2 class 10 maths Question 7 in Assamese Medium
7. এটা 60cm ব্যাসাৰ্ধৰ অৰ্দ্ধগোলকৰ ওপৰত এটা 120cm ওখ আৰু 24cm ভূমি ব্যাসাৰ্ধ বিশিষ্ট লম্বীয় বৃত্তাকাৰ শংকু থিয় হৈ থকাকৈ গঠিত এটা গোটা বস্তু থিয়কৈ এটা পানীভৰ্তি লম্বীয় বৃত্তাকাৰ বেলনৰ তল স্পৰ্শ কৰাকৈ প্ৰতিষ্ঠা কৰা হৈছে । বেলনত থকা অৱশিষ্ট পানীৰ আয়তন নিৰ্ণয় কৰা, যদি বেলনৰ ব্যাসাৰ্ধ 60cm আৰু উচ্চতা 180cm ।
সমাধানঃ
Exercise 13.2 class 10 maths Question 8 in Assamese Medium
8. এটা গোলক আকৃতিৰ কাঁচৰ পাত্ৰৰ 8cm দীঘল আৰু 2cm ব্যাসৰ এটা বেলন সদৃশ ডিঙি আছে, গোলকীয় অংশৰ ব্যাস হ’ল 8.5cm । ইয়াত ধৰা পানী জোখ-মাপ কৰি এটা শিশুৱে ইয়াৰ আয়তন 345 ঘন চে.মি. পালে । ওপৰৰ জোখ ভিতৰৰ জোখ হিচাপে লৈ আৰু π = 3.14 ধৰি, তাই শুদ্ধ আছিলনে নাই, পৰীক্ষা কৰা ।
সমাধানঃ
∴ শিশুটোৱে পোৱা আয়তন অশুদ্ধ ।
Published By Krishna Das
CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 MATHEMATICS SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHEMATICS Surface Areas and Volumes CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 MATHS Surface Areas and Volumes. EXERCISE 13.2 SOLUTIONS IN ASSAMESE MEDIUM.