ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ 6 আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ NCERT Solutions for Class 6 Science Chapter 6 Changes Around Us in Assamese Medium

ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ  পাঠ 6 আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ NCERT Solutions for Class 6 Science Chapter 6 Changes Around Us in Assamese Medium
 

 



১।পানী আৱদ্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তোমালোকে সাধাৰণতে তোমালোকৰ পোচাক কোচাই চুইি কৰি লোৱা।এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে ?

উত্তৰঃহয়,এই পৰিৱৰ্তনক বিপৰীতখী কৰিব পাৰি।পোছাক কোঁচাই চুটিনকৰাকৈ পানী আৱদ্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজৰে খোজকাঢ়ি যাব পৰি।                                              

২।তোমালোকে হঠাতে তোমালোকৰ প্ৰিয় পুতলাটো পেলাই ভাঙিলা।এ পৰিৱৰ্তনটো তোমালোকেবিচৰা নাছিলা।এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবা নে ?

উত্তৰঃনহয়, এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব নোৱাৰি।

৩।তলৰ তালিকাত কিছুমান পৰিৱৰ্তন দিয়া হৈছে।প্ৰৰতিটো পৰিৱৰ্তনৰ কাৰণেখালী স্তম্ভত পৰিৱৰ্তনটোবিপৰীতমুখী হব পাৰে নে নোৱাৰে লিখা।

     ক্ৰমিক নং

    পৰিৱৰ্তন

বিপৰীতমুখী হব পাৰে(হয়/নহয়)

 কাঠ এটুকুৰা ফলা

 

 

 বৰফ এটুকুৰা গলা

 

 পানীত চেনি দ্ৰৱীভূত হোৱা

 

 খাদ্য ৰন্ধা

 

 আম এটা পকি যোৱা

 

 গাখীৰ দৈ হোৱা

 

 

উত্তৰঃ

   

   ক্ৰমিক নং

    পৰিৱৰ্তন

বিপৰীতমুখী হব পাৰে

(হয/নহয়)

কাঠ এটুকুৰা ফলা

নহয়

এটুকুৰা বৰফ গলা

হয়

পানীত চেনি দ্ৰৱীভূত       হোৱা

হয়

 খাদ্য ৰন্ধা

নহয়

আম এটা পকি যোৱা

নহয়

গাখীৰ দৈ হোৱা

নহয়

 

৪।কাগজ এখনত ছবি আঁকিলে কাগজখনৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে ?

উত্তৰঃনহয়য।এইপৰিৱৰ্তনক বিপৰীতমুখী কৰিব নোৱাৰি।কাৰণ এবাৰ ছবিঅঁকাৰ পাছত সেই ছবি অঁকা কাগজখনক পুনৰ আগৰ নতুন অৱস্হাত পাব নোৱাৰি।কিণ্ড কাগজখনত যদি পেন্সিলেৰে ছবি অঁকা হয় তেতিয়াহলে ৰবৰেৰে কাগজখনতঅঁকা ছবি মচি লৈ বিপৰীতমুখী পৰিৱৰ্তন কৰিব পাৰি।

৫।বিপতমুখী হব পৰা আৰু বিপৰীতমুখী হব নোৱাৰা পৰিৱৰ্তনবোৰৰ মাজত থকা পাৰ্থক্য উদাহৰণসহ ব্যখ্যা কৰা।

উত্তৰঃবিপৰীতমুখী হব পৰা আৰু বিপৰীতমুখী হব নোৱাৰা পৰিৱৰ্তনবোৰৰমাজত পাৰ্থক্য হল-

ক)বিপৰীতমুখী হব পৰা পৰিৱৰ্তনঃএই পৰিৱৰ্তনত পদাৰ্থক আগৰ অৱস্হালৈনিব পাৰি।এই পৰিৱৰ্তন ল্হায়ী নহয়।যেনে-

    ১।গাখীৰ গৰম কৰা       ২।কাপোৰ শুকোৱা

    ৩।চুৱেটাৰ গোঁঠা         ৪।বৰফ গলা ইত্যাদি

খ)বিপৰীতমুখী হব নোৱাৰা পৰিৱৰ্তনঃএই পৰিৱৰ্তন স্হয়ী।যেনে-                         

১।কণী সিজোৱা            ২।গাখীৰৰ পৰা দৈ বনোৱা

৩।শস্য পৰা ইয়াৰ গুড়িলৈ     ৪।কলিৰ পৰা ফুললৈ ইত্যাদি

৬।ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অব পেৰিচৰ এটা ডাঠ প্ৰলেপ দিয়া হয়।ই শুকাই কঠিন হৈপৰে আৰু ভঙা হাড়ডলক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে। প্লাষ্টাৰ অব পেৰিচত হোৱা পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে ?

উত্তৰঃ-নোৱাৰি, কাৰণ এই পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন আৰু বিপৰীতমুখী পৰিৱৰ্তন নহয় ।

৭। বাহিৰত পৰি থকা এক বস্তা চিমেণ্ট ৰাতি বৰষুণ হোৱা বাবে তিতিলে । পিছদিনাখন বতৰ ফৰকাল । তুমি বাৰু ভাবানে চিমেণ্টত যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন বিপৰীতমুখী নে ?

উওৰঃ-চিমেণ্টৰ এই পৰিৱৰ্তন বিপৰীতমুখী কৰিব নোৱাৰি । এই পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন  গতিকে ভালদৰে ৰদত শুকালেও তিতা চিমেণ্ট আগৰ অৱস্থাললৈ পৰিৱৰ্তন নহয় ।

 


Published  By Subha Das






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel




Previous Post Next Post