গতি আৰু দূৰত্বৰ জোখ- মাখ Class 6 Science Chapter 10 Question Answer in Assamese medium

গতি আৰু দূৰত্বৰ জোখ- মাখ Class 6 Science Chapter 10 Question Answer in Assamese medium

 

 



1.       মাটি, পানী আৰু বায়ুত ব্যৱহাৰ কৰা পৰিৱহণ ব্য ৱস্হাৰ প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ-                                                   

      বায়ু, উৰাজাহাজ,মহাকাশযান   

2.       খালী ঠাই পূৰণ কৰাঃ

(ক)এক মিটাৰ মানে----- ছেঃ মিঃ

উত্তৰঃ-১০০

(খ)পাঁচ কিলোমিটাৰ মানে----- মিঃ

উত্তৰঃ-৫০০০

(গ)দোলনাত শিশু এটাই কৰা গতিটো হৈছে-----।

উত্তৰঃ-দোলন গতি

(ঘ)চিলাই মেচিনৰ বেজীৰ গতিটো হৈছে----।

উত্তৰঃ-পৰ্যাবৃত্ত গতি

(ঙ)বাইচাইকেলৰ চকাগতিটো হৈছে-----।

 

 

উত্তৰঃ-ঘূৰ্ণী গতি

3.       ভৰিৰ খোজ বা পদচিহ্ন এটাক কিয় দৈৰ্ঘ্যৰ জোখৰ প্ৰকাশ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি ?

 উত্তৰঃ-ভৰিৰ খোজ বা পদচিনহ্ন জোখ মানুহ ভেদে বেলেগ হব সেইবাবে ইয়াৰ দ্বাৰা সঠিক জোখক দৈৰ্ঘ্য জোখাৰ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি।

4.       বৰ্দ্ধিত ক্ৰমত তলৰ দৈঘ্য়বোৰ সজোৱা।

১মিটাৰ, ১ চেণ্টিমিটাৰ, ১ কিলোমিটাৰ, ১ মিলিমিটাৰ

উত্তৰঃ  ১ মিলিমিটাৰ, ১ চেণ্টিমিটাৰ, ১মিটাৰ,১ কিলোমিটাৰ,   

5.       এজন মানুহৰ উচ্চতা ১.৬৫ মিঃ ইয়াক চেঃমিঃ আৰু মিলিমিটাৰত প্ৰকাশ

কৰা।

উত্তৰঃ ১ মিটাৰ =১০০ চেণ্টিমিটাৰ  

  ১.৬৫মিটাৰ = ১.৬৫×১০০ চেণ্টিমিটাৰ = ১৬৫  চেণ্টিমিটাৰ 

আকৌ  ১মিটাৰ = ১০০০ মিলিমিটাৰ

  ১.৬৫ মিটাৰ = ১.৬৫×১০০০ মিলিমিটাৰ = ৬৫০ মিলিমিটাৰ       

 

 

6.  ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব ৩২৫০ মিঃ। ইয়াক

 

কিলোমিটাৰ প্ৰকাশ কৰা-

 



  

 




 7. ঊণ গুঁঠা শলা এডালৰ দৈৰ্ঘ্য জোখোতে স্কেলৰডালৰ এটা মূৰৰ মানে ৩.০  চেঃ মিঃ আৰু আনটো মূৰৰ মান ৩৩.১ চেঃমিঃ পোৱা গ' | শলাডালৰ  দৈৰ্ঘ্য কিমান |

উত্তৰঃ  শলাডালৰ এটা প্ৰান্তৰ মান = ৩.০ ছেঃ মিঃ

             আনটো প্ৰাম্ত মান = ৩৩.১ ছেঃ মিঃ 

              শলাডালৰ দৈৰ্ঘ্য = (৩৩.১-৩.০)ছেঃ মিঃ  

                            = ৩০.১ ছেঃ মিঃ   

8.  চলি গৈ থকা বাইচাকেল এখন আৰু চুইছ অন  কৰা চিলিংফেন এখনৰ গতিৰ সাদৃশ্য আৰু  পাথৰ্ক্যবোৰ লিখা।

উত্তৰঃ  চলি থাকে বাইচাইকেলখনৰ গতি আৰু চিলিং ফেনৰ গতি উভয়তে ঘূৰ্ণীয় গতি আছি।

পাৰ্থক্যঃচাইকেলৰ গতিত ঘূৰ্ণীয় গতিৰ সৈতে ৰৈখিক গতিও আছে কিন্ত্ত ফেনৰ গতিত ঘূৰ্ণীয় গতিত লগত ৰৈখিক গতি নাই।

 

 

9. দূৰত্ব জুখিবলৈ তোমৈলোকে বাৰু কিয় ইলাষ্টিকৰ মাপক ফিটা ব্য়ৱহাৰ কৰিব নোৱাৰা? ইলাষ্টিকৰ ফিটাৰে তুমি জোখা দূৰত্ব এটাৰ বিষয়ে কাৰোবাক কওঁতে তুমি কি সমস্য়াৰ সন্মুখীন হ'বা?

উত্তৰঃইলাষ্টিক ফিটাৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই।বেলেগ বলেৰে টানিলে ইয়াৰ দৈৰ্ঘ্য বেলেগ হয় । সেয়েহে ইলাষ্টিকৰ ফিটাই শুদ্ধ মান নেবেখুৱায়। সেইকাৰণে আমি ইলাষ্টিক ফিটাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ।ই সদায় আচল মানতকৈ বেছি মান দেখুৱাব আৰু ইয়াৰ দ্বাৰা সঠিক মান নিৰ্ণয় কৰাত অসুবিধা হব। সেইবাবেই আমি ইলাষ্টিক ফিটাৰে জুখি কোনো টাইৰ দূৰত্ব কব নোৱাৰিম।

10. পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ হল-

       (ক)সূৰ্যৰ চাৰিওফালে ঘূৰা পৃথিৱীৰ গতি

    (খ)পেণ্ডলামৰ দোলন গতি

 


Published  By Subha Das






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel




 

  

Previous Post Next Post