পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ Class 6 Science Chapter 4 Question Answer in Assamese medium
১। কাঠএৰে
তৈয়াৰী পাঁচবিধ বস্তুৰ নাম লিখা ।
উওৰঃ চকী,
গৰুগাড়ী, নাও, নাঙল আৰু মেজ ।
২। তলত দিয়া
বস বস্তুবোৰৰ কোনবোৰৰ উজ্জ্বলতা আছে বাছি উলিওৱাকাচৰ বাটি, প্লাষ্টিক পুতলা,
ষ্টিলৰ চামুচ, কপাহী চোলা ।
উওৰঃ
কাচৰ বাটি আৰু ষ্টিলৰ চামোচ উজ্জ্বলতা আছে ।
৩।তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা, যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয় । মনত ৰাখিবা যে বস্তু এটা এবিধতকৈ বেছি পদাৰ্থৰে গঠন হ’ব পাৰে আৰু এট পদাৰ্থও বহুত বস্তু গঢ়িবলৈ ব্যৱহাৰ হ’ব পাৰে ।
বস্তু |
পদাৰ্থ |
কিতাপ |
কাচ |
গামলা |
কাঠ |
চকী |
কাগজ |
পুতলা |
চামৰা |
জোতা |
ল্পাষ্টিক |
উত্তৰঃ
বস্তু |
পদাৰ্থ |
কিতাপ |
কাগজ |
গামলা |
কাচ |
চকী |
কাঠ |
পুতলা |
প্লাষ্টিক |
জোতা |
চামৰা |
৪। তলত দিয়া
উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰাঃ
(ক) শিল স্বচ্ছ, কিন্তু কাচ অস্বচ্ছ ।
উত্তৰঃ অশুদ্ধ ।
(খ) টোকাবহীৰ উজ্জ্বলতা (চিকমিকনি) আছে কিন্তু
ৰবৰৰ নাই ।
উত্তৰঃ অশুদ্ধ ।
(গ) চকমাটি পানীত দ্ৰৱীভূত হয় ।
উত্তৰঃ অশুদ্ধ ।
(ঘ) কাঠৰ টুকুৰা এটা পানীত ওপঙে ।
উত্তৰঃ শুদ্ধ ।
(ঙ) পানীত চেনি দ্ৰৱীভূত নহয় ।
উত্তৰঃ অশুদ্ধ ।
(চ) পানীত তেল মিহলি হয় ।
উত্তৰঃ অশুদ্ধ ।
(ছ) বালি পানীত তললৈ যায় ।
উত্তৰঃ শুদ্ধ ।
(জ) পানীত ভিনেগাৰ দ্ৰৱীভূত হয় ।
উত্তৰঃ শুদ্ধ ।
৫। তলত
কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে—
পানী, বাচকেট বল, কমলা, চেনি, গ্লোব, আপেল
আৰু মাটিৰ কলহ ।
নিৰ্দেশনা মতে সেইবোৰ ভাগ কৰা—
(ক) গোলাকৃতি আৰু অন্য আকৃতি ।
(খ) খোৱাৰ উপযোগী বস্তু আৰু খোৱাৰ অনুপযোগী
বস্তু ।
উত্তৰঃ
(ক) গোলাকৃতিঃ বাচকেট বল, কমলা, গ্লোব, আপেল আৰু মাটিৰ কলহ ।
অন্য আকৃতিঃ পানী, চেনি ।
(খ) খোৱাৰ উপযোগীঃ পানী, চেনি, কমলা, আপেল
।
খোৱা অনুপযোগীঃ গ্লোব, বাচকেট বল, মাটিৰ কলহ ।
৭। তলত
দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাছি উলিওৱাঃ
(ক) চকী, বিছনা, টেবুল, কেঁচুৱা, আলমাৰি ।
(খ) গোলাপ, খৰিকাঁজাই, নাও, নাৰ্জী, পদূম ।
(গ) এলুমিনিয়াম, লো, তাম, ৰুপ, বালি ।
(ঘ) চেনি, নিমখ, বালি, কপাৰ ছালফেট (তুতিয়া) ।
উত্তৰঃ
(ক) কেঁচুৱাঃ (বাকীবিলাক জীৱিত নহয়)
(খ) নাওঃ (বাকীবিলাক ফুল)
(গ) বালিঃ (বাকীবিলাক ধাতু)
(ঘ) বালিঃ (বাকীবিলাক পানীত দ্ৰৱণীয়)
Published By Subha Das
Class 9 Textbooks Solutions in Assamese
medium
Class 10 Textbooks Solutions in
Assamese medium
follow us on