দ্ৰব্যৰ পৃথকীকৰণ Class 6 Science Chapter 5 Solutions in Assamese medium

দ্ৰব্যৰ পৃথকীকৰণ Class 6 Science Chapter 5 Solutions in Assamese medium


দ্ৰব্যৰ পৃথকীকৰণ

 

অনুশীলনীঃ

     1.      মিশ্ৰণত থকা উপাদানসমূহ পৃথক কৰা কি প্ৰয়োজন ? দুটা উদাহৰণ দিয়া ।

উওৰঃ-মিশ্ৰণত থকা উপাদানসমূহ পৃথক কৰাৰ প্ৰয়োজন হয় কাৰণ –

(ক) কোনো এটা বস্তু ব্যৱহাৰ কৰাৰ আগতে বস্তুটোত মিহলি হৈ থাক ক্ষতিকাৰকবা ব্যৱহাৰৰ অনুপযোগী দ্ৰব্যবোৰ পৃথক কৰা হয় । যেনে-চাহপাতৰ পৃথকীকৰণ ।

(খ) দুটা বেলেগ বেলেগ কিন্তু ব্যৱহাৰৰ উপযোগী উপাদানৰ পৃথকৰণৰ বাবেমিশ্ৰণতথকা উপাদানসমূহ পৃথক কৰাৰ প্ৰয়োজন হয় । যেনে-চাউলৰ পৰা শিল গুটিপৃথকীকৰণ ।

    2.      জৰা প্ৰক্ৰিয়া কি ? এই প্ৰক্ৰিয়াটো কিহত প্ৰয়োগ হ ?

উওৰঃ-এটা মিশ্ৰণ পৰা উপাদানবোৰ পৃথককৰা প্ৰক্ৰয়াটোক জৰা প্ৰক্ৰিয়া বুলি কোৱা হয় ।এটা মিশ্ৰণত থকা গধু আৰু পাতল উপাদানসমূহবতাহ বা বায়ুৰ সোঁত বলাই পৃথক কৰিবলৈ জৰাপ্ৰক্ৰিয়াটো ব্যৱহাৰ কৰা হয় । এই প্ৰক্ৰিয়াটো খেতিয়কে শস্যৰ গধুৰ গুটিৰ পৰা পাতল বা বাকলি পৃথক কৰিবলৈ ব্যৱহাৰ কৰে ।

    3.      দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰৰ ৰন্ধাৰ আগতে তোমালোকে কেনেকৈ পৃথক কৰিবা ?

উওৰঃ- হাতেৰে বাছি উলিওৱা পদ্ধতি প্ৰয়োগ কৰি দাইলৰ নমুনাত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে পৃথক কৰা হয় ।

    4.      চালনীৰে চলা প্ৰক্ৰিয়া কি ? ইয়াক কিহত প্ৰয়োগ কৰা হয় ?

উওৰঃ-বিভন্ন আকৃতিৰ উপাদানবোৰ পৃথক কৰা পদ্ধতিটোক চালনীৰে চনা  প্ৰক্ৰয়া বুলি কোৱা হয় ।

    5.      বালি আৰু পানীক ইঁহতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিবা ?

উওৰঃ- নদী বা পু খুৰীৰ পৰা অলপমান বোকাময় পানী এটা পাএত লৈআধঘন্টমান সময় গিলাচ বা পাটো লৰচ নকৰাকৈ থাকিব দিব লাগে । পৰ্যৱেক্ষণকৰিলে দেখা যাব যে কিছু পৰিমাণৰ মাটি বা বালি পানীৰ তলিত গোট খাইছে । এতিয়া গিলাচ বা পাএটো হেলনীয়াকৈ ধৰি লৈ গিলাচৰ ওপৰৰ পানীখিনি অন এটা গিলাচত বৈযাব দিলে দ্বিতীয়  গিলাচ বা পাত্ৰৰ পানীত মিহলি হৈ নাথাকিব । এনেদৰে বালি আৰু পানীক ইঁহতৰ মিশ্ৰণৰ পৰা পৃথক কৰা হয় ।

    6.      আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱনে ? যদি সম্ভৱ, তেনেহলে কেনেকৈ পৃথক কৰিবা ?

উত্তৰঃ হয়, আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি চালনীৰে চলা পদ্ধতিৰে পৃথক কৰা সম্ভৱ ।

    আটা গুড়িৰ লগত মিহলি হৈ থকা চেনিৰ মিশ্ৰণ চালনীৰে চালিলে আটাৰ মিহি গুড়িবোৰ চালনীৰ বিন্ধাৰে সৰকি পৰিব আৰু ডাঙৰ আকাৰৰ চেনিৰ দানাবোৰ চালনীতে ৰৈ যাব ।

   

     7.      বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিস্কাৰ পানী কেনেকৈ পাবা ?

উত্তৰঃ এটা গিলাচত অলপমান বোকাময় পানী সমগ্ৰহ কৰি লোৱা হয় । তাৰ পাছত ফিটকিৰী টুকুৰা এটা সূতাত  বান্ধি লৈ সূতাৰ এটা মূৰ হাতেৰে টানকৈ ধৰি ফিটকিৰী বন্ধা আনটো মূৰ বোকাময় পানী থখা গিলাচত ডুবাই দি, বৃত্তাকাৰে লাহে লাহে ঘুটিব লাগে । তাৰ পাছত অলপ সময় গিলাচটো লৰচৰ নকৰাকৈ থাকিবলৈ দিব লাগে । পৰ্যবেক্ষণ কৰিলে দেখা যাব যে বোকা গধুৰ হৈ পানীৰ তলত জমা হব । যেতিয়া বোকাময় পানীত থকা সম্পূৰ্ণ বোকা গিলাচৰ তলিত জমা আৰু আস্ৰাৱণ প্ৰক্ৰিয়াৰে পৰিস্কাৰ পানীখিনি পৃথক কৰা হয় ।

    8.      খালি ঠাই পূৰ কৰা—

(ক) ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক মৰণী মৰা বোলা হয়।

(খ) গাখীৰ উতলাই, ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয়, তেতিয়া সৰখিনি ইয়াৰ ওপৰতৰৈ যায়। গাখীৰৰ পৰা সৰ পৃথক কৰাটো পৰিস্ৰাৱণ এটা উদাহৰণ ।

(গ) সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্ৰক্ৰিয়াৰে আহৰণ কৰা হয় ।

(ঘ) বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত অশুদ্ধিবোৰ তলিত গোট খালে। ওপৰৰ পৰিষ্কাৰপানীখিনি পাছত বাকি দিয়া হল। এইক্ষেএত প্ৰয়োগ হোৱা পৃথকীকণৰ প্ৰক্ৰিয়াটোক আস্ৰাৱণ বোলা হয় ।

৯।শুদ্ধ নে অশুদ্ধ-

(ক) গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিস্ৰাণৰ দ্ধৰা পৃথক কৰিব পাৰি ।

উত্তৰঃ অশুদ্ধ ।

(খ) নিমখ আৰু চেনিৰ গুড়িৰ মিশ্ৰণ জৰা প্ৰক্ৰিয়াৰ দ্ধাৰা পৃথক কৰিব পাৰি ।

উত্তৰঃ অশুদ্ধ ।

(গ) চাহৰ পৰা চেনি পৰিস্ৰাৱণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি ।

উত্তৰঃ অশুদ্ধ ।

(ঘ) শস্য আৰু ইয়াৰ বাকলি আস্ৰাৱণ প্ৰক্ৰিয়াৰ দ্ধাৰা পৃথক কৰিব পাৰি ।

উত্তৰঃ অশুদ্ধ ।

১০। পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি নেমুৰ চৰবত প্ৰস্তত কৰাহয়। তোমালোকেএই চৰবত ঠাণ্ডাকৰিবলৈইয়াত বৰফ মিহলাবলৈ বিচাৰিছা।ছেনিখিনি দ্যৱীভূত কৰাৰ আগত নে পাছত বফখিনি দিয়া উচিত? কোনটো ক্ষেএত পানীত বেছি চেনি দ্যনীভূত কৰা সম্ভৱ হ?

উত্তৰঃ চেনিখিনি দ্ৰৱীভূত কৰাৰ পাছত বৰফখিনি নেমু আৰু চেনি মিশ্ৰিত চৰবতত দিয়া উচিত । বৰফ নিদিয়া চৰবতত চেনি দ্ৰৱীভূত কৰা সম্ভৱ কিয়নো দ্ৰৱীভৱন উষ্ণতাৰ ওপৰত নিৰ্ঙৰ কৰে । যদি চেনি দ্ৰৱীভূত হোৱাৰ আগতে বৰফ মিহলোৱা হয় তেতিয়া চেনিখিনি কম পৰিমাণে চৰবতত দ্ৰৱীভূত হব । 

 

 


Published  By Subha Das






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


 

Previous Post Next Post