দেহৰ চলন Class 6 Science Chapter 8 Question Answer in Assamese medium

Sudev Chandra Das

দেহৰ চলন Class 6 Science Chapter 8 Question Answer in Assamese medium                                         

 

  

 


১। খালী ঠাই পূৰ কৰা-

 

(ক) হাড়ৰ সন্ধিয়ে দেহৰ -----  ত সহায় কৰে

উত্তৰঃ- চলন

(খ) হাড় বা অস্থি আৰু উপাস্থি একেলগ হৈ দেহৰ  ----  গঠন কৰে

উত্তৰঃ- জঁকা বা কংকাল

(গ) কিলাকুটিৰ হাড় --- সন্ধিৰ দ্বাৰা যোৰা লাগি আছে

উত্তৰঃ- কব্জা

ঘ) -----   সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে

উত্তৰঃ-  পেশীৰ

 

 

 

২। তলৰ বাক্যসমূহৰ মাজৰ পৰা সত্য আৰু অসত্য চিনাক্ত কৰা-

(ক) সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায়ে একে ǀ

উত্তৰ:-  অসত্য

খ) কোমলাস্থিবোৰ হাড়তকৈ টান     

উত্তৰঃ-  অসত্য

৩)স্তম্ভ ১ৰ কথাৰ লগত স্তম্ত ২ৰ এক বা অধিক কথাৰ লগত মিলোৱা।

 

 

স্তম্ভ ১

উৰ্দ্ধ হনু

মাছ

কামিহাড়

কুমজেলেকুনা

পঁইতাচোৰা

স্তম্ভ ২

শৰীৰত পাখি আছে

বহিঃজঁকা আছে

বতাহত উৰিব পাৰে

লৰচৰ কৰিব নোৱাৰা সন্ধি

কলিজাক ৰক্ষণাবেক্ষণ দিয়ে

ধীৰ গতিত চলন দেখায়

ধাৰা অপ্ৰতিৰোধী শৰীৰ

উত্তৰঃ-



৪) তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া-

(ক) বল আৰু চকেট সন্ধি কি ?

উত্তৰঃ- যিবোৰ সন্ধিত এডাল হাড় বল এটাৰ দৰে আন এডালহাড়ৰ বাটি এটাৰ দৰে অংশত সোমাই থাকে তেনেবোৰ সন্ধিক বল আৰু চকেট সন্ধিবোলে ।

খ) লাওখোলাৰ কোনবোৰ হাড় লৰচৰ কৰে ?

উত্তৰঃ- নিম্ন হনু হাড় ।

(গ) আমি কিলাকুটিবোৰ কিয় পিছফালে ঘূৰাব নোৱাৰোঁ ?

উত্তৰঃ-  আমাৰ কিলাকুটিৰ সন্ধিটো ৰব্জা সন্ধ, সেইবাবে ইয়াক পিছফালে ঘূৰাব নোৱাৰি                                                

 


Published  By Subha Das






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel




  

Our website uses cookies to enhance your experience. Learn More
Accept !