দেহৰ চলন Class 6 Science Chapter 8 Question Answer in Assamese medium

দেহৰ চলন Class 6 Science Chapter 8 Question Answer in Assamese medium                                         

 

  

 


১। খালী ঠাই পূৰ কৰা-

 

(ক) হাড়ৰ সন্ধিয়ে দেহৰ -----  ত সহায় কৰে

উত্তৰঃ- চলন

(খ) হাড় বা অস্থি আৰু উপাস্থি একেলগ হৈ দেহৰ  ----  গঠন কৰে

উত্তৰঃ- জঁকা বা কংকাল

(গ) কিলাকুটিৰ হাড় --- সন্ধিৰ দ্বাৰা যোৰা লাগি আছে

উত্তৰঃ- কব্জা

ঘ) -----   সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে

উত্তৰঃ-  পেশীৰ

 

 

 

২। তলৰ বাক্যসমূহৰ মাজৰ পৰা সত্য আৰু অসত্য চিনাক্ত কৰা-

(ক) সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায়ে একে ǀ

উত্তৰ:-  অসত্য

খ) কোমলাস্থিবোৰ হাড়তকৈ টান     

উত্তৰঃ-  অসত্য

৩)স্তম্ভ ১ৰ কথাৰ লগত স্তম্ত ২ৰ এক বা অধিক কথাৰ লগত মিলোৱা।

 

 

স্তম্ভ ১

উৰ্দ্ধ হনু

মাছ

কামিহাড়

কুমজেলেকুনা

পঁইতাচোৰা

স্তম্ভ ২

শৰীৰত পাখি আছে

বহিঃজঁকা আছে

বতাহত উৰিব পাৰে

লৰচৰ কৰিব নোৱাৰা সন্ধি

কলিজাক ৰক্ষণাবেক্ষণ দিয়ে

ধীৰ গতিত চলন দেখায়

ধাৰা অপ্ৰতিৰোধী শৰীৰ

উত্তৰঃ-



৪) তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া-

(ক) বল আৰু চকেট সন্ধি কি ?

উত্তৰঃ- যিবোৰ সন্ধিত এডাল হাড় বল এটাৰ দৰে আন এডালহাড়ৰ বাটি এটাৰ দৰে অংশত সোমাই থাকে তেনেবোৰ সন্ধিক বল আৰু চকেট সন্ধিবোলে ।

খ) লাওখোলাৰ কোনবোৰ হাড় লৰচৰ কৰে ?

উত্তৰঃ- নিম্ন হনু হাড় ।

(গ) আমি কিলাকুটিবোৰ কিয় পিছফালে ঘূৰাব নোৱাৰোঁ ?

উত্তৰঃ-  আমাৰ কিলাকুটিৰ সন্ধিটো ৰব্জা সন্ধ, সেইবাবে ইয়াক পিছফালে ঘূৰাব নোৱাৰি                                                

 


Published  By Subha Das






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel




  

Previous Post Next Post