স্কাউট আৰু গাইড প্ৰশ্ন উত্তৰ । Class 6 Assamese Chapter 14 Questions with answer

স্কাউট আৰু গাইড প্ৰশ্ন উত্তৰ । Class 6 Assamese Chapter 14 Questions with answer. Class 6 books solutions in Assamese medium






1. স্কাউট আৰু গাইড পাঠটো দলগতভাৱে মনোযোগেৰে পঢ়া  ।পাঠটোৰ দৰ্শনা আৰু দুলৰ্ভৰ      ভক্ষিতৰত কোনো বেছিকৈ প্ৰশ্ন বিচাৰ উলিওৱা ।

উত্তৰ: পাঠটোৰ দৰ্শনা দুৰলৰ্ভৰ দৰ্শনাই দেউতাকক বেছিকৈ প্ৰশ্ন কৰিছিল ।

 

     2.   উত্তৰ লিখা।

   (ক) দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন
নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল
?

উত্তৰঃ দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল।

(খ) চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল?

উত্তৰঃ চৰকাৰী বাহিনীয়ে বানপিড়িত ৰাইজৰ মাজত চাউল, চিৰা, গুৰ আদি বিতৰণ কৰিছিল।

 (গ) চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতী সকল কোন?

উত্তৰঃ চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতী সকল স্কাউট আৰু গাইডৰ সদস্য আছিল।

(ঘ) যুৱক-যুৱতী সকলে কি পোছাক পিন্ধি বান সাহাৰ্য্যৰ কাম কৰিছিল?

উত্তৰঃ যুৱক-যুৱতী সকলে নীলা  পোছাক, মূৰত টুপী আৰু ডিঙিত স্কাৰ্ফ পিন্ধি বান সাহাৰ্য্যৰ কাম কৰিছিল।

(ঙ) দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে?

 উত্তৰঃ দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে জানিলে কাৰণ তেওঁ ষষ্ঠম মান শ্ৰেণীত পঢ়োতে স্কাউট আৰু গাইডৰ সদস্য আছিল।

 

3। পাঠটোৰ কঠিন শব্দবোৰৰ অৰ্থ জানি লোৱা।

উত্তৰঃ 

 থাউনি - পানীত তল নোযোৱাকৈ ভৰিৰে পোৱা তলৰ মাটি ।

নাজল - নাথল - অৱস্থা - আলাই আথানি ।

বিপদসংকুল - বিপদেৰে ভৰা ।

আনুগত্য - বাধ্য হৈ থকা অৱস্থা ।

জনহিকতৰ - জনসাধাৰণৰ বাবে মংগলজনক ।

স্বাৱলম্বী - আপোনাক আপোনি প্ৰতিপাল কৰা ।

হস্ত - শিল্প - কুটীৰ শিল্প

হুৱা - দুৱা - বিপদ আদিত কৰা চিঞৰ বাখৰ ।

জনপ্ৰিয় - জনসাধাৰণে ভাল পোৱা ।

উচ্ছৃংখল - নিয়ম নমনা ।

সংকল্প - প্ৰতিজ্ঞা ।

 

 

৬। খালী ঠাই পূৰ কৰা।



উত্তৰঃ

(ক) স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ত্যাগ স্বীকাৰ কৰিছিল।

 

(খ) জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ আনুগত্য থকা উচিত।

 

(গ) সদায় ভাল সংগৰ লগত বন্ধুত্ব কৰিব লাগে।

 

(ঘ) পৰোপকাৰ  গুণে মানুহক মহান কৰে।

 

 

৭। ১০ টা গুণবাছক বিশেষ্য লিখা।

 

উত্তৰঃ লক্ষ্য, একতা, সংকল্প, পৰোপকাৰ, ত্যাগ, দয়া, আনুগত্য   বন্ধুত্ব, ভাল, বেয়া।

 

 

৮। বিপৰীত শব্দ লিখা ।

 

উত্তৰঃ


ন্যায় - অন্যায়।

সৎচৰিত্ৰ - চৰিত্ৰহীনা, অসৎচৰিত্ৰ।

সাধু - অসাধু।

বিশ্বাস - অবিশ্বাস।

 

 


Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel

 


Previous Post Next Post