আইতাক মই কিদৰে পঢ়িবলৈ শিকালো প্ৰশ্ন উত্তৰ। Class 6 Assamese Chapter 9 questions with answer.

আইতাক মই কিদৰে পঢ়িবলৈ শিকালো প্ৰশ্ন উত্তৰ। Class 6 Assamese questions with answer.

 



1.      তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-

 

(ক) দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা 'মই' শব্দটোৱে কাক বুজাইছে?

উত্তৰঃ পাঠটোৰ লিখকজনক বুজাইছে।

 

(খ) সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল?

উত্তৰঃ সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে ৰাতিপুৱাৰ বাতৰিকাকতখন আবেলি পৰত হে আহি পৰিছিল।

 

(গ) প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল?

উত্তৰঃ প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা এখন বাছত আহিছিল।

 

(ঘ) বাছখন গাওঁ আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি আছিল?

উত্তৰঃ বাছখন গাওঁ আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ আছিল কাকত-পত্ৰবোৰ পঢ়িবলৈ আৰু  শুনিবলৈ।

 

2.      উত্তৰ দিয়া।

 

(ক) পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম লিখা ?

উত্তৰঃ পাঠত উল্লেখ থকা সাপ্তাহিক কাকত খনৰ নাম হ'ল কাশীযাত্ৰী।

 

(খ) আইতাকে কাকতখন কিয় ভাল পাইছিল?

উত্তৰঃ কাৰণ কাকতখনত বৰ্ণনা কৰা বৃদ্ধাৰ জীৱনৰ লগত তেখেতে নিজৰ জীৱনৰ লগত মিল থকা যেন পাইছিল।

 

(গ) আইতাকে লোৱা দৃঢ় সংকল্পটো কি ?

উত্তৰঃ কাইলৈৰ পৰা মই কন্নড় ভাষাৰ বৰ্ণমালা  শিকিবলৈ আৰম্ভ কৰিম। জেদ কৰি হ'লেওঁ শিকিম আৰু  সৰস্বতী পূজাৰ দিনাখন মোৰ শিকন সমাপ্ত কৰিম। মই শিকিব লাগিব যাতে আনৰ সহায় নোলোৱাকৈ নিজেই উপন্যাস পঢ়িব পাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত মই স্বাধীন হ'বই লাগিব।


3.     পাটটোত থকা কিছিমান শব্দ বাঁও-ফালে দিয়া  হৈছে । সোঁফালে শব্দবোৰৰ অৰ্থ আছে । সৰু সৰু দলত বহি সেইবোৰৰ অৰ্থ মিলাই লিখা । প্ৰয়োজন হলে শিক্ষকৰ সহায় লব পাৰ ।

উত্তৰঃ তোমালেক নিজে কৰিবলৈ চেষ্টা কৰা ।


4.     দুজনীয়া দলত ভাগ হোৱা আৰু  পাঠটোৰ কোনটো অংসত আইতাৰ মানৰ দৃঢ়তা প্ৰকাশ পাইছে, আলোচনা কৰা

উত্তৰঃ তোমালোক নিজে কৰিবলৈ চেষ্টা কৰিবা ।

 

5.      তলৰ বাক্যকেইটা কোনে, কেতিয়া আৰু কিয় কৈছিল?

 

(ক) ''ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে শতক বাধা-বিঘিনী অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা।''

উত্তৰঃ যেতিয়া এই বয়সত পঢ়া-শুনা কৰাৰ কথা নাতিনীয়েকৰ আগত কৈছিল তেতিয়া আইতাকে নাতিনীয়েকে উক্ত কথাষাৰ কৈছিল।


(খ) ''যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়ত্ৰীক মই কিয়বা সন্মান নকৰিম!''

উত্তৰঃ যেতিয়া আইতাকে পঢ়া-শুনা শিকি নিজকে স্বাধীন অনুভৱ কৰিলে তেতিয়া আইতাকে উক্ত কথাষাৰ নাতিনীয়েকতৰ আগত ব্য়ক্ত কৰিলে।

 

 

6.     পাঠটোৰ পৰা পাঁচটা বিশেষণ পদ বাছি উলিয়াই লিখা।

উত্তৰঃ বেয়া, অধীৰ, প্ৰৱল, ,দুৰৱস্থা, আনন্দ, পকিছে ।  

 

 


Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel

 

 

PUBLISHED BY ABHIMAN DAS


                       **********

 

 

Previous Post Next Post