মহো হো গীত প্রশ্ন উত্তৰ । Class 6 Chapter 15 questions with answer

মহো হো গীত প্রশ্ন উত্তৰ । Class 6 Chapter 15  questions with answer






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel





1.      মহো-হো গীতটো শুদ্ধ উচ্চৰাণেৰে পদিয হিচাপে পঢ়া আৰু আটায়ে মিলি অংগী-ভংগীৰে পৰিৱশন কৰা ।

উত্তৰ : তোমোলোকে নিজে চেষ্টা কৰিবা।

2.    পাঠত দিয়া মহো - হো গীতটোৰ অন্ত্যধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা ।

 উত্তৰঃ

                হৌ – লউ

               পৰিল - মৰিল,

              মালা - ভালা,

              নুণ - দুণ,

             যাওঁতে - পাওঁতে,

            পাটে - ঘাটে,

             চাকা - টাকা।

            মহমহওঁতে - ঘহাওঁতে,

 

3.      পাঠত দিয়া মহো-হো গীতটোত দুবিধ কৃষি সঁজুলিৰ নাম  আছে । সঁজুলি দুবিধ কি কি ?

উত্তৰ: সঁজুলি বিধৰ নাম হ  হাল আৰু মৈ ।

4.      উত্তৰ লিখা

(ক)  মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে-হাতে কি লৈছে?

উত্তৰঃ মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে-হাতে টকান  লৈছে।

 (খ) হিদাল গছত গা ঘহাওঁতে কি হ'?

উত্তৰঃ হিদাল গছত গা ঘহাওঁতে হিদেলি পৰিল আৰু সকলোবোৰ মহ মৰিল

(গ) মহ খেদিবলৈ যোৱা লৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে ?

উত্তৰ: মহ খেদিবলৈ যোৱা লৰাহঁতক গৃহস্হই চাউলৰ সলনি টাকা (টকা)দিছে ।

(ঘ) টাকা আৰু  সিকিমানে কি ?

উত্তৰঃ টাকা আৰু সিকি মানে হ'ল- টাকা মানে টকা আৰু সিকি মানে হ'ল পঁচিশ পইচাৰ মুদ্ৰা

(ঙ)  মহো - হো গীতটোত উল্লেখ কৰা নৈখনৰ নাম কি?

উত্তৰঃ  মহো - হো গীতটোত উল্লেখ কৰা নৈখনৰ নাম হ'ল বুঢ়াদিয়া

5.   তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা

উত্তৰঃ

পদ

বিভক্তি

মাকোক

ক্ৰিয়া বিভক্তি

টেপৰত

নাম বিভক্তি

ৰূপাৰ

ক্ৰিয়া বিভক্তি

সিৰালে

ক্ৰিয়া বিভক্তি

সোণাৰ

ক্ৰিয়া বিভক্তি

বুঢ়াদিয়াৰ

ক্ৰিয়া বিভক্তি

ঘাটে

নাম বিভক্তি

 

                                                               

6.     মহো - হো গীতটোত থকা ৫ টা বিশেষ্য পদ লিখা।

উত্তৰঃ  ঘৰত, হিদাল, গাছত, সোণাৰ,  ৰূপাৰ, মহ।

7.      বাক্য ৰচনা কৰা।

উত্তৰঃ

             চকচকীয়াঃ মানুহে চক্-মকনীয়া বস্তুৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে ।

            চিকমিকীয়াঃ চিকমীকয়া বস্তু মানেই সোণ নহয় ।

            সিকিঃ টকাৰ চাৰিভাগত এভাগ মূল্যৰ সিকি বোলে । 

            সীৰলুঃ নাঙলৰ সীৰলুৰ দৰে নাওঁখনে পানী কাটি-কাটি আগুৱাই গ'ল।

             টাঙোনঃ  গাঁৱলীয়া মানুহে নানা কামত টোঙোন ব্যৱহাৰ কৰে ।

৮। পাঠত দিয়া মহো - হো গীতটোৰ পৰা মান্য অসমীয়া শব্দবোৰৰৰ ৰূপবোৰ লিখা।

উত্তৰঃ

             টকান - টাঙোন।

            গাছত - গছত।

            দিলাক - দিলে।

             মাকোক - মাকক।

             মাইৰবা - মাৰিবলৈ।

             নুণ - নিমখ।

           দেইখ্বা - দেখিবলৈ।

            কইৰলু  - কৰালোঁ।


                                                                                                       PUBLISHED BY ABHIMAN DAS


******************

Previous Post Next Post