পোহৰ, ছাঁ আৰু প্ৰতিফলন শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ Class 6 New General Science Chapter 11 Solution

পোহৰ, ছাঁ আৰু প্ৰতিফলন শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ Class 6 New General Science Chapter 11 Solution.



Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium




১। অস্বচ্ছ বস্তুৰ বিষয়ে বুজি পাবলৈ তলৰ বাকচৰ আখৰবোৰ পুনৰ সজাই এটা বাক্য় বনোৱা।

স্ব

ৰে

ৰে

ছাঁ

সৃ

 

 স্ত্ত

বো

ষ্টি

চ্ছ

 
  উত্তৰঃ

স্ব

চ্ছ

স্ত্ত

বো

 

ৰে

 ছাঁ

সৃ

ষ্টি

ৰে

 

২। তলত দিয়া বস্তু বা সঁজুলিবোৰ অস্বচ্ছ, স্বচ্ছ, ঈষৎ স্বচ্ছ আৰু দীপ্তিমান বা দীপ্তিহীন এইদৰে শ্ৰেণীবিভাগ কৰা-

বায়ু, পানী, এটুকুৰা শিলগুটি, এচটা এলুমিনিয়াম, এখন দাপোণ, এখন কাঠৰ ব'ৰ্ড, এচটা পলিথিন, এখন চি.ডি.(C.D.), ধোৱা, এখন সমতল আইনা, কুঁৱলী, ৰঙাকৈ গৰম কৰা এটুকুৰা লো, এটা ছাতি, এটা জ্বলি থকা টিউব লাইট, এখন বেৰ এখিলা কাৰ্বন পেপাৰ, গেছ বাৰ্ণাৰৰ শিখা, এখন কাৰ্ডব'ৰ্ড, এটা জ্বলি থকা টৰ্চ, এখন ছেলফেন(পেপাৰ), এখন তাঁৰৰ জালি, কেৰাচিনৰ ষ্ট', সূৰ্য, জোনাকী পৰুৱা, চন্দ্ৰ।

উত্তৰঃ অস্বচ্ছঃ- এটুকুৰা শিলগুটি, এচটা এলুমিনিয়াম, এখন কাঠৰ ব'ৰ্ড, এখন চি.ডি, এখন বেৰ, এখিলা কাৰ্বন পেপাৰ। স্বচ্ছঃ- বায়ু, পানী, এখন দাপোণ, এখন সমতল আইনা। ঈষৎ স্বচ্ছঃ- এচটা পলিথিন, ধোঁৱা, পলিথিন। দীপ্তিমানঃ- ৰঙাকৈ গৰম কৰা এটুকুৰা লো, এটা জ্বলি থকা টিউব লাইট, গেছ বাৰ্ণাৰৰ শিখা, এটা জ্বলি থকা টৰ্চ, কেৰাচিনৰ ষ্ট', সূৰ্য, জোনাকী পৰুৱা, চন্দ্ৰ। দীপ্তিহীনঃ- এটা ছাতি, এখন কাৰ্ডব'ৰ্ড, এখন তাঁৰৰ জালি, এখন ছেলফেন(পেপাৰ), এটুকুৰা শিলগুটি, এচটা এলুমিনিয়াম, এখন কাৰ্ডব'ৰ্ড, এখন চি.ডি, এখন বেৰ, এখিলা কাৰ্বন পেপাৰ।

৩)এনে এটা আকৃতিৰ বস্ত্ত তৈয়াৰ কৰাৰ কথা ভাবিব পাৰিদানে যিটো এটা দিশত ৰাখিলে ঘূৰণীয়া ছাঁৰ সৃষ্টি কৰে আৰু আন এটাশত ৰাখিলে  আয়তাকাক ছাঁৰ সৃষ্টি কৰে ?

উত্তৰঃচিলিণ্ডাৰ ।

৪। এটা সম্পূৰ্ণ অন্ধকাৰ কোঠাত যদি তুমি তোমাৰ সন্মুখত দাপোণখন ধৰা, তেতিয়া দাপোণখনত তোমাৰ প্ৰতিবিম্ব দেখা পাবানে?

উত্তৰঃ অন্ধকাৰকোঠাত দাপোণৰ সন্মুখত ৰখা কোনো লক্ষ্যস্ত্তৰে প্ৰতিবিম্ব দেখা পোৱা মাযায়।

 

  

Previous Post Next Post