General Mathematics Model Questions paper for Half Yearly Examination-2023 Class-VII Assamese Medium
Class 7 Half Yearly Question Paper 2023-24 | Class 7 Half Yearly General Mathematics Question Paper 2022-2023 | Class 7 Half Yearly Question Paper 2022-2023 in Assamese Medium | Class 7 1st & 2nd Unit Test All Question Paper 2022 -2023 in Assamese Medium.
Class 7 Half Yearly Model Question Paper 2023 in Assamese Medium
Subjects (বিষয়) | Solutions Links |
---|---|
General Mathematics (সাধাৰণ গণিত) | Click here |
General Science (সাধাৰণ বিজ্ঞান) | Click here |
Social Science (সমাজ বিজ্ঞান) | Click here |
English (ইংৰাজী) | Click here |
Assamese MIL (অসমীয়া) | Click here |
Hindi (হিন্দী) | Click here |
Follow us on Instagram | Click here |
More Resources For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutions
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions
More Resources For Class 9 Solutions in Assamese Medium
- Class 9 Maths Solutions
- Class 9 Science Solutions
- Class 9 Social Science Solutions
- Class9 Assamese Solutions
- Class9 English Solutions
- Class 9 Hindi Solutions
- Class 9 Advanced Geography Solutions
Model Question Paper For
Half Yearly Examination-2023
Class: VII
Subject: General Mathematics
Time 3 Hours Full Marks-100
(শুদ্ধ উত্তৰটো বচি উলিওৱা- 1 পৰা 10 লৈ) 1×10 = 10
1. -5 আৰু -3 ৰ যোগফল কোনটো ?
(i) -2 (ii) 8 (iii) -8 (iv) 2
উত্তৰ: (iii) -8
2. 13 আৰু (-13) ৰ মাজৰ আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা কোনটো?
(i) 12 (ii)-12 (iii) 0 (iv) 13
উত্তৰ: (i) 12
3. -15 তকৈ সৰু এটা অখণ্ড সংখ্যা হল -
(i) -17 (ii) 17 (iii) -14 (iv) -13
উত্তৰ: (i) -17
4. x+12= 0 হলে x ৰ মান হব –
(I) 12 (II) -12 (III) 0 (IV) 13
উত্তৰ: (II) -12
9. 4273 গ্ৰামক কিলোগ্ৰামত প্ৰকাশ কৰিলে হব-
(I) 42.73কিঃগ্ৰাম (ii) 4.273কিঃগ্ৰাম (iii) 0.4273কিঃগ্ৰাম (Iv) 4273 কিঃগ্ৰাম
উত্তৰ: (ii) 4.273কিঃগ্ৰাম
10. 5 পইচাত কিমান টকা-
(I) 50 টকা (II) .005 টকা (III) 0.05 টকা (IV) এটাও নহয়।
উত্তৰ: (III) 0.05 টকা
11. অতি চমু উত্তৰ দিয়া –
(i) আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হয়নে ?
উত্তৰ: নহয়
(ii) বিয়োগ প্ৰক্ৰিয়া সাপেক্ষ অখণ্ড সংখ্যাবোৰ আৱদ্ধ হয়নে ?
উত্তৰ: আৱদ্ধ নহয়
(iv) মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাশি । (শুদ্ধ নে ভূল )
উত্তৰ: ভূল
(v) এটা পাচিত 4 টা আম, 3 টা মচপতি আৰু 5 টা কল আছে।
পাচিটোৰ পৰা গোটেইখিনি কল উলিয়াই অনাৰ সম্ভাৱিতা কিমান হব ?
উত্তৰ:
পাচিটোত মুঠ ফল সংখ্যা = 4+3+5 = 12 টা
কল সংখ্যা = 5টা
(vi) সমীকৰণ হল চলকৰ ওপৰত এটা চৰ্ত সাপেক্ষে গঠিত দুটা সমান ৰাশি। (শুদ্ধ নে ভুল)
উত্তৰ: শুদ্ধ
(vii) বহুলক কি ?
উত্তৰ: কোনো তথ্যৰাশিৰ আটাইতকৈ বেছিবাৰ পোৱা ৰাশিটোৱেই হৈছে বহুলক ।
(viii) দুটা সংখ্যাৰ পূৰণফল 1 হলে , এটাক আনটোৰ বোলে (খালী ঠাই পূৰণ কৰা)
উত্তৰ: দুটা সংখ্যাৰ পূৰণফল 1 হলে , এটাক আনটোৰ প্ৰতিক্ৰম বোলে ।
(ix) এটা প্ৰকৃত ভগ্নাংশৰ উদাহৰণ দিয়া।
উত্তৰ: ⅔
(x) 0 ৰ প্ৰতিক্ৰম থাকে নে নাথাকে ?
উত্তৰ: নাথাকে
14. তলৰ সমীকৰণবোৰ উক্তি আকাৰত লিখা ।
(I) 7p= 42 (ii) 3x – 4 = 5
সমাধান
(i) এটা সংখ্যাৰ 7 গুণ 42 ৰ সমান ।
(ii) এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে 5 পোৱা যায় ।
15. বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটোৰ এটা সমাধান হয়নে পৰিক্ষা কৰা-
(I) X – 4 = 1 (x=3) (ii) 4x+3=7 (x=1)
সমাধান
(i) x – 4 = 1
⇒3-4=1 (x=3)
⇒-1≠1
গতিকে x = 3, x – 4 = 1 সমীকৰণটোৰ এটা সমাধান নহয় ।
(ii) 4x+3=7
⇒4×1+3=7 (x=1)
⇒4+3=7
⇒7=7
গতিকে x = 1, 4x+3=7 সমীকৰণটোৰ এটা সমাধান হয় ।
Coming Soon
Class 7 Half Yearly Model Question Paper 2023 in Assamese Medium
Subjects (বিষয়) | Solutions Links |
---|---|
General Mathematics (সাধাৰণ গণিত) | Click here |
General Science (সাধাৰণ বিজ্ঞান) | Click here |
Social Science (সমাজ বিজ্ঞান) | Click here |
English (ইংৰাজী) | Click here |
Assamese MIL (অসমীয়া) | Click here |
Hindi (হিন্দী) | Click here |
Follow us on Instagram | Click here |