General Science Model Questions paper for Half Yearly Examination 2023-2024 Class-10 Assamese Medium

General Science Model  Questions paper for Half Yearly Examination2023-2024 Class 10 in  Assamese Medium

 

Class 10 Half Yearly Question Paper 2023-2024 | Class 10 General Science Question Paper 2022-2023 | Class 10 Half Yearly Question Paper 2023-2024 in Assamese Medium | Class 10 1st &  2nd Unit Test All Question Paper 2023 -2024 in Assamese Medium.

 

 

 

Class 10 Half Yearly Model Question Paper 2023 in Assamese Medium

 

Subjects (বিষয়)
Solutions Links
General Mathematics (সাধাৰণ গণিত)
Click here
General Science (সাধাৰণ বিজ্ঞান)
Click here
Social Science (সমাজ বিজ্ঞান)
Click here
English (ইংৰাজী)
Click here
Assamese MIL (অসমীয়া)
Click here
Hindi (হিন্দী)
Click here
Follow us on Instagram
Click here

 

 

 


 

 

 

 


Model Question Paper For

Half Yearly Examination 2023

General Science

Class: X

Total marks: 90

 

Design By

 

Digital Pipal Academy

 

Follow us on


YouTube : @DigitalPipalAcademy

E MAIL : info@pipalacademy.com

Instagram: pipal_academy

Facebook : digitalpipalacademy


Model Question Paper For

Half Yearly Examination-2023

Class: X

Subject: General Science

Time 3 Hours                                                                                                                   Full Marks-90

Total Number of printed pages-

The figures in the margin indicate full marks for the questions

Group-A

1.      তলৰ প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(a)  Fe2O3+2Al Al2O3+2Fe

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

(i)                এটা সংযোজন বিক্ৰিয়াৰ

(ii)             এটা দ্বি-অপসাৰণ বিক্ৰিয়াৰ

(iii)           এটা বিয়োজন বিক্ৰিয়াৰ

(iv)           এটা অপসাৰণ বিক্ৰিয়াৰ

উত্তৰ: (iv) এটা অপসাৰণ বিক্ৰিয়াৰ

(b)  পানীৰ বিদ্যুৎ বিশ্লেষণত উৎপন্ন হোৱা H2 আৰু O2 ৰ অনুপাত

(i)                1:2        (ii) 2:1            (iii) 1:4         (iv) 1:3

উত্তৰ: (ii) 2:1

(c)  তলৰ কোনটো ধাতুৱে CuSO4 ৰ দ্ৰৱৰ পৰা Cu অপসাৰণ কৰে -

(i)                Ag        (ii) Au             (iii) Zn         (iv) Hg

উত্তৰ: (iii) Zn

(d)  এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াৰ pH 'ব পাৰে

(i)                1        (ii) 4               (iii) 5            (iv) 10

উত্তৰ: (iv) 10

(e)  ঘু HCI য়ে 'Fe' লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা গেছটো হ'ল-

(i)                H2      (ii) Cl2            (iii) S            (iv) ওপৰৰ এটাও নহয়

উত্তৰ: (i) H2  

(f)   সম্ভ্রান্ত গেছৰ যোজ্যতা কিমান ?

(i)                1        (ii) 2               (iii) 0            (iv) 4

উত্তৰ: (iii) 0

(g)  তলৰ কোনটোৱে পৰমাণু ব্যাসাৰ্ধৰ শুদ্ধ ক্রমবর্ধমান দেখুওৱায় –

(i)                O,F,N        (ii) N,F,O      (iii) O,N,F   (iv) F,O,N

উত্তৰ: (iv) F,O,N

(h)  অবাত শ্বাসন সংঘটিত হয়-

(i)                মাইট কন্ড্রিয়া

(ii)             ক্ল'ৰপ্লাষ্টত

(iii)           কোষকেন্দ্র

(iv)           কোষপ্রৰসত

উত্তৰ: (iv) কোষপ্রৰসত

 

(i)    তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ

(I)               ইছুলিন

(II)            থাইৰক্সিন

(III)         ৱেষ্ট্ৰজেন

(IV)         চাইটকাইনিন

উত্তৰ: (iv) চাইটকাইনিন

(j)    উদ্ভিদ দেহত জাইলেম কলাৰ কাম কি?

(i)                খাদ্য পৰিবহণ              (ii) পানৰী পৰিবহণ

                (iii)  এমিন এছিডৰ পৰিবহণ      (iv) অক্সিজেনৰ পৰিবহণ

উত্তৰ: (ii) পানৰী পৰিবহণ

(k)  অগ্নাশয়ৰ দ্বাৰা উৎপন্ন হোৱা হৰমন যি তেজত গ্লুজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে

(i)                এড্রিনেলিন                   (ii) ইনছুলিন

(iii) থাইৰস্কিন                        (iv) টেষ্টটেৰন

উত্তৰ: (ii) ইনছুলিন

(l)    দুটা নিউৰনৰ মাজৰ সংযোগী পথক             বোলা হয় –

(i)                এক্সন                     (ii) ডেণ্ড্ৰাইট

(iii) ছাইনেপছ                   (iv) উদ্বীপনা

উত্তৰ: (iii) ছাইনেপছ

(m)           মানুহৰ এটা কোষত থকা ক্ৰমজমৰ সংখ্যা হ'

(i)                23     (ii) 46      (iii) 36       (iv) ওপৰৰ এটাও নহয়

উত্তৰ: (i) 23

(n)  এজোপা হালধীয়া আৰু ঘূৰণীয়া বীজ বহন কৰা আৰু আনজোপা সেউজীয়া আৰু শোটোৰা বহন কৰা দুজোপা মটৰ মাহৰ গছৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয় তেতিয়া দ্বিতীয় জনুৰ গছবোৰ যি অনুপাতত পোৱা যাব সেইটো হ'ল-

(i)                1:1                           (ii) 3:1

(iii)     9:3:3:1                     (iv) 1:1:1:1

উত্তৰ: (iii)     9:3:3:1

(o)  গোলাকাৰ দাপোণৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব (u) প্রতিবিম্বৰ দূৰত্ব (v) আৰু ফকাছৰ (f) মাজৰ সম্পৰ্কটো হ'ল-

 


(p)  অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?

(i)                50 cm ফকাছ দৈৰ্ঘ্যৰ উত্তল লেনছ

(ii)             50 cm ফকাছ দৈৰ্ঘ্যৰ অৱতল লেনছ

(iii)           5 cm ফকাছ দৈর্ঘ্যৰ উত্তল লেনছ

(iv)           5 cm ফকাছ দৈর্ঘ্যৰ অবতল লেনছ

উত্তৰ: (iii) 5 cm ফকাছ দৈর্ঘ্যৰ উত্তল লেনছ

(q)  নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব

(i)                25m         (ii) 2.5m         (iii) 25cm          (iv) 2.5cm

উত্তৰ: (iii) 25cm

(r)   এজন মানুহৰ দুটা চকুৰ বাবে অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ প্ৰায়

(i)                280°        (ii) 150°            (iii) 180°       (iv) 360°

উত্তৰ: (iii) 180°

(s)   তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?

(i)                খৰি           (ii) গোবৰ গেছ    (iii) কয়লা       (iv) নিউক্লিয় শক্তি

উত্তৰ: (iv) নিউক্লিয় শক্তি

(t)    জৈৱ গেছত থকা মিথেনৰ শতকৰা পৰিমাণ কিমান ?

(i)                72%        (ii) 75%            (iii) 70%       (iv) 57%

উত্তৰ: (ii) 75%

 

Group-B

1.      ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে ?

উত্তৰ: ভৰৰ নিত্যতা সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হব নোৱাৰে । সেয়েহে ৰাসায়নিক সমীকৰণসমূহ  সন্তুলন কৰিব লাগে

2.      pH স্কেল কি?

উত্তৰ: কোনো দ্ৰৱৰ pH জুখিবলৈ ব্যৱহাৰ কৰা স্কেলক পি এইচ স্কেল বোলা হয়।

3.      প্রশমন বিক্রিয়া বুলিলে কি বুজা?

উত্তৰ: যি ৰাসায়নিক বিক্ৰিয়াত এচিড আৰু ক্ষাৰক একত্ৰিত হৈ নিমখ আৰু পানী উৎপন্ন হয়, সেই বিক্ৰিয়াক প্রশমন বিক্ৰিয়া বোলা হয়।

4.      কোনটো মৌলৰ ইলেক্ট্ৰন পূর্ণ দুটা কক্ষ আছে?

উত্তৰ: নিয়ন

5.      2.8.7 ইলেক্ট্রনীয় বিন্যাস থকা মৌলৰ পাৰমাণৱিক সংখ্যা কিমান?

উত্তৰ: 17

6.      আধুনিক পর্যাবৃত্ত তালিকাত কিমানটা পৰ্যায় আৰু বৰ্গ আছে?

উত্তৰ: আধুনিক পৰ্যাবৃত্ত তালিকাত ১৮টা উলম্ব স্তম্ভ বা গোট আৰু ৭টা অনুভূমিক শাৰী বা পিৰিয়ড আছে।

7.      দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্রন থকা এটা মৌলৰ নাম কি?

উত্তৰ:

8.      মানুহৰ হৃদযন্ত্ৰৰ কোনটো কোঠালিয়ে হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ লাভ কৰে ?

উত্তৰ:

9.      জৈৱ অনুঘটক কি?

উত্তৰ:

10. হৰমন কি ?

উত্তৰ:

11. প্রতীপ ক্ৰিয়া বুলিলে কি বুজা ?

উত্তৰ:

12. কোনটো সঞ্জীৱনী পদাৰ্থৰ বাবে গছৰ পাত সৰে?

উত্তৰ:

13. কোনটো হৰমনৰ অভাৱত গৰল ৰোগ হয় ?

উত্তৰ:

14. বংশগতিৰ জনক কোন ?

উত্তৰ:

15. সৌৰশক্তি কি?

উত্তৰ:

16. প্ৰজাতিকৰণ বুলিলে কি বুজা ?

উত্তৰ:

17. এমন লেন্সৰ ক্ষমতা আৰু ফকাছদৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক লিখা ?

উত্তৰ:

18. অভিসাৰী লেন্স কি?

উত্তৰ:

19. অৱতল দাপোণৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া?

উত্তৰ:

20. + 5D ক্ষমতাযুক্ত লেনছ এখনৰ প্ৰকৃতিটো কি?

উত্তৰ:

21. প্রকৃত সূৰ্য্যাস্ত আৰু আপাত সূৰ্য্যাস্তৰ মাজৰ সময়ৰ পাৰ্থক্য কিমান?

উত্তৰ:

22. বৰ্ণালী কি?

উত্তৰ:

23. কলয়ডীয় দ্ৰবৰ এটা বৈশিষ্ট লিখা?

উত্তৰ:

24. বায়ুকলৰ বাবে প্রয়োজন হোৱা বতাহৰ দ্ৰুতি কিমান?

উত্তৰ:

25. এটা নবীকৰণযোগ্য শক্তিৰ উৎসৰ উদাহৰণ হ'          ?

উত্তৰ:

 

Group-C

26. এটা পদাৰ্থ 'x'ৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। (a) পদার্থ 'x' টো কি আৰু ইয়াৰ সংকেত লিখা ? (b) পদার্থ 'x'য়ে পানীৰ লগত বিক্রিয়া ৰাসায়নিক সমীকৰণ সহ লিখা?

উত্তৰ:

27. চীনা মাটিৰ এখন থালত Ig Cu পাউডাৰ লৈ গৰম কৰা হ'ল।

(a)  কপাৰ পাউডাৰখিনিৰ বৰণ কেনে হ'?

(b)  বিক্ৰিয়াটোৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা?

উত্তৰ:

28. শ্বসন এটাক তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হয়?

উত্তৰ:

29. ৰেডক্স বিক্ৰিয়া কি? এটা উদাহৰণ দিয়া?

উত্তৰ:

30. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াৰ সমীকৰণ লিখা? প্লাষ্টাৰ অৱ পেৰিছৰ এটা ব্যৱহাৰ লিখা ?

উত্তৰ:

31. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত ৰখা নহয় কিয়?

উত্তৰ:

32. তোমাক A আৰু B দুটা দ্ৰৱ দিয়া হ'ল। A দ্ৰৱটোৰ pHৰ মান 6 আৰু B দ্রৱটোৰ pHৰ মান 8কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? ইয়াৰ কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

উত্তৰ:

33. সম্ভ্রান্ত গেছবোৰক এটা সূকীয়া বৰ্গত স্থান দিয়া হৈছে কিয় ?

উত্তৰ:

34. নিউলেণ্ডজৰ অষ্টক সুত্ৰৰ দুটা সীমাবদ্ধতা লিখা ?

উত্তৰ:

35. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?

উত্তৰ:

36. উদ্ভিদে কি কি উপায়ে বৰ্জিত পদার্থ ত্যাগ কৰে?

উত্তৰ:

37. নিউৰণৰ গঠনৰ এটা চিত্র আঁকা?

উত্তৰ:

38. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা ?

উত্তৰ:

39. পোহৰৰ প্ৰতিসৰণৰ সুত্ৰ দুটা লিখা।

উত্তৰ:

40. গাড়ীৰ পিছফাল চাবলৈ উত্তল দাপোণ কিয় পছন্দ কৰা হয়?

উত্তৰ:

41. ৰামধেনু কেনেকৈ সৃষ্টি হয়?

উত্তৰ:

42. মায়পিয়া কি? মায়পিয়াৰ দুটা কাৰণ লিখা?

উত্তৰ:

43. জীৱাশ্ম ইন্ধনৰ দুটা অসুবিধা লিখা?

উত্তৰ:

Group-D

44. সালোকসংশ্লেষণ কি? সালোকসংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি কি লিখা।

উত্তৰ:

45. মানুহৰ সন্তানৰ লিংগ কিদৰে নিৰ্ধাৰণ কৰা হয়? প্রয়োজনীয় চিত্র আঁকা ?

উত্তৰ:

46. 18 cm 'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সন্মুখত 27 cm দূৰত্বত 70 mm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দুৰত্বত পর্দা এখন ৰাখিলে স্পষ্টকৈ প্রতিবিম্ব পোৱা যাব। প্রতিবিম্বৰ প্রকৃতি নির্ণয় কৰা?

উত্তৰ:

 

47. অৱতল লেনছ এখনৰ ফ'কাছ দৈৰ্ঘ্য 15 cm লেনছখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10 cm দূৰত্বত লেনছখনে প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে? প্ৰতিবিম্বৰ প্ৰকৃতি কি?

উত্তৰ:

 

Follow us on

 


YouTube : @DigitalPipalAcademy

E MAIL : info@pipalacademy.com

Instagram: pipal_academy

Facebook : digitalpipalacademy


 

 

If you're fascinated by our writing style, dive deeper into our world on our website.

    

 

More Resources For Class 10 Solutions in Assamese Medium




    More Resources For Class 9 Solutions in Assamese Medium

Previous Post Next Post